প্ৰয়াত বিশিষ্ঠ শিক্ষয়িত্ৰী লনী প্ৰভা দাসৰ স্ব-ৰচিত কবিতা সংকলন সঁহাৰি প্ৰকাশ পালে প্ৰথম মৃত্যু বাৰ্ষিকীৰ আজিৰ এই দিনটোত।
Self-written poems compilation of late prominent teacher Lani Prabha Das published on this day of the first death anniversary.
ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যাক অধিবেশন ।
কামৰূপ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত আন্তঃ ডায়েঁট ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি:: শোনিতপুৰ জিলা ডায়েটে ২-১ গোলৰ ব্যৱধানত কোকৰাঝাৰ জিলা ডায়েটক পৰাষ্ট কৰে ।
#education #sports #futebol #diet #kamrupdiet #assam #dled #CMT #bed #cm #director #kdckamrup #kamrup #lakhimpurdiet #Kokrajhar
All Assam football Turnament, Organised by DIET, Mirza
যোৱা কালিৰে পৰা তিনিদিনীয়াকৈ কামৰূপ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ৰ উদ্যোগত সদৌ অসম আন্ত দায়েত ফুটবল প্ৰতিযোগিতাৰ লগতে বিজ্ঞান মুলক প্ৰদৰ্শনী, আলোচনী প্ৰকাশ, সাংস্কৃতিক অনুষ্ঠান আদিৰ উপৰিও আন কেইবাটাও অনুষ্ঠান চলি আছে ।
#diet
#assam
#education
#futebol
#sports
#bed
#dled
#Cmt
#kamrupdiet
ৰঙিয়া আৰক্ষীৰ জালত হাৰিয়ানাৰ চাৰি এটি এম চোৰ ।
উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ কলা শাখাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰে বাইহাটা চাৰিআলিস্হিত ৰামানুজন একাডেমীৰ সাধনা দেৱীয়ে।
#Live_Visual ৰঙিয়াত দশম শ্ৰেণীৰ দুজন ছাত্র হিমাংশু দাস আৰু জুমন দাস কেনেকৈ পানীত উটি গ'ল। সন্ধান নাই দুয়োজন ছাত্ৰৰ । ৰঙিয়া চাৰ্চ পাব্লিক স্কুলৰ সন্মুখত এই দুৰ্ঘটনা ।
TAMULPUR BREAKING
TAMULPUR- ONE DROWNED TO DEATH AT TAMULPUR
তামুলপুৰৰ কচুবাৰীত অঘটন।
কচুবাৰীৰ সৌৰাগুৰীত এটা দোংৰ পানীত পৰি সন্ধানহীন দেৱজিত দে' নামৰ ষোল্ল বছৰীয়া কিশোৰ।
কিশোৰ গৰাকী আন দুই বন্ধুৰ সৈতে এখন স্কুটিৰে আহি সৌৰাগুৰীত কেঁকুৰী এটা পাৰ হওঁতে বিদ্যুতৰ খুটাত খুন্দা মাৰে আৰু তিনিও গৰাকী কিশোৰ পানীত পৰি যায়।
বাকী দুগৰাকী কিশোৰ ৰক্ষা পৰে যদিও দেৱজিত দে'ৰ এতিয়াও সন্ধান ওলোৱা নাই। সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে হাঁহাকাৰ পৰিস্থিতিৰ।
আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হৈছে। ৰাইজে দোংটোত কিশোৰজনক বিচাৰি আছে যদিও সন্ধান পোৱা নাই দেৱজিতৰ। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল দেৱজিত দে'।
তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ ৰিপৰ্ট ।