The Fresh news

The Fresh news Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from The Fresh news, Media/News Company, Dagaon, Juria, Rupahi, Nagaon.

21/07/2023

J3 Rakha নামৰ page আৰু YouTube channel ৰ জড়িয়তে ভাইৰেল হল এটা গান।

আবুল কাসেম নামৰ এগৰাকী প্ৰতিৱাভান যুৱকে গান গায় মন জয় কৰিলে হাজাৰ হাজাৰ দৰ্শকৰ।

জে থ্ৰী ৰাখা নামৰ চেনেলটোক চাবস্ক্ৰাইব আৰু ফলৌ কৰি চেনেলটো আগুৱাই নিবলৈ জে থ্ৰী ৰাখাৰ কৰ্তৃপক্ষই অনুৰোধ জনায়।

উক্ত চেনেলৰ সদস্য সকল ক্ৰমে

Owner:Jamal uddin
Director: Abdur rouf

Actor:Abul Kashem
Samsul hoque
Musharof
Jamal uddin
Ashadul hoque
Abdul salam

26/06/2023

২০২৩ শিক্ষাবৰ্ষত ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ৰ মুঠ ৪৩ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ সকলোৱেই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বাবে বিশেষ চৰ্চা লাভ কৰে

21/06/2023

ৰূপহীহাটৰ ইউনিটেৰিয়ান জাতীয় বিদ্যালয়ত বিধায়ক নুৰুল হুদাই কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

যোৱা দুইদিন ধৰি দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ কোনোবাই দেখিলে 91012 64424 এইটো নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনায় ।
13/06/2023

যোৱা দুইদিন ধৰি দশম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ
কোনোবাই দেখিলে 91012 64424 এইটো
নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনায় ।

দুখীয়াসকলক গছৰ তলত বহিবলৈ পৰামৰ্শ দিয়া বিশ্বজিৎ দৈমাৰীৰ ঘৰত AC ৰ অভাৱ নাই।
09/06/2023

দুখীয়াসকলক গছৰ তলত বহিবলৈ পৰামৰ্শ দিয়া বিশ্বজিৎ দৈমাৰীৰ ঘৰত AC ৰ অভাৱ নাই।

06/06/2023


আপোনাৰ মন্তব্য কি?
06/06/2023

আপোনাৰ মন্তব্য কি?

আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল দিয়াৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
06/06/2023

আজি পুৱা ৯ বজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল দিয়াৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

05/06/2023

শুকুৰ আলীয়ে চাৰি চকীয়া বাহন কিনেয়েই ইংৰাজীত ডাইলগ মাৰিলে।

04/06/2023

সচাকৈ আপুনি ২৪ ঘন্টা বিদ্যুত পালে নে?
04/06/2023

সচাকৈ আপুনি ২৪ ঘন্টা বিদ্যুত পালে নে?

বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৭০ পইচাকৈ বৃদ্ধি...ৰাইজৰ মূৰত ৰামটাঙোন হিমন্ত চৰকাৰৰ...
02/06/2023

বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৭০ পইচাকৈ বৃদ্ধি...
ৰাইজৰ মূৰত ৰামটাঙোন হিমন্ত চৰকাৰৰ...

চৰকাৰক দাখিল কৰা নাই সম্পত্তিৰ তথ্য তিনি  শতাধিক আৰক্ষী বিষয়াই। এই তালিকাত আছে নগাঁও জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক লীনা ...
02/06/2023

চৰকাৰক দাখিল কৰা নাই সম্পত্তিৰ তথ্য তিনি শতাধিক আৰক্ষী বিষয়াই। এই তালিকাত আছে নগাঁও জিলাৰ প্ৰাক্তন আৰক্ষী অধীক্ষক লীনা দলে, ৰুণা নেওগ, ৰূপজ্যোতি কলিতাৰ নাম। সম্পত্তিৰ হিচাপ দাখিল নকৰা তালিকাত সন্নিৱিষ্ট হৈছে SI কেলেংকাৰিত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া কুমাৰ সঞ্জিত কৃষ্ণৰ নামো।

01/06/2023

ইউনিটেৰিয়ান ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ একাদশ শ্ৰেণীত বিজ্ঞান শাখাৰ সংযোজনৰ আজি শুভাৰম্ভণি

31/05/2023

জুৰীয়াস্থিত ৰূপহী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। সিৰাজ আলী নামৰ এজন লোকে লাট মণ্ডলক দূৰব্যৱহাৰ কৰাৰ অভিযোগ।

31/05/2023

31/05/2023

 #নগাঁও_আৰক্ষীত_পুনৰ ৰদ-বদল।কোন আৰক্ষী বিষয়াক ক'লৈ কৰা হ'ল বদলি?
31/05/2023

#নগাঁও_আৰক্ষীত_পুনৰ ৰদ-বদল।
কোন আৰক্ষী বিষয়াক ক'লৈ কৰা হ'ল বদলি?

30/05/2023



Address

Dagaon, Juria, Rupahi
Nagaon
782124

Alerts

Be the first to know and let us send you an email when The Fresh news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Fresh news:

Videos

Share


Other Media/News Companies in Nagaon

Show All