Time Talks Asom

Time Talks Asom প্ৰতিপল প্ৰতিমূহুৰ্ত সময়ৰ সৈতে
(6)

06/10/2023

➡️জুৰীয়াৰ জেঙনী শ্লুইচগেটত পাঞ্জাব নেশ্বনেল বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি।
➡️এই গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰাৰ্থে বৃহত্তৰ চৰাঞ্চলৰ ৰাইজৰ বাবে লেনদেনৰ ক্ষেত্ৰত এক বৃহৎ সকাহ।

13/09/2023
12/09/2023

▪️ জুৰীয়াত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান।
▪️ অভিযানত জব্দ কাঠফলা মেচিন।

12/09/2023

➡️ ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা নকৰে ৰকিবুল হুছেইনে।
➡️ ৰকিবুল হুছেইনে নিজে দিলে স্পষ্টীকৰণ।
➡️ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ উমান পাই হাত দাঙিলে নেকি ৰকিবুল হুছেইনে।

11/09/2023

🔸এক ভয়ংকৰ জাল মুফতি মুকিবুৰ ৰহমানৰ বিৰুদ্ধে।
🔸 ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল খোদ অভিযোগকাৰী মহিলাৰ।

08/09/2023

➡️২৪ ৰ ৰণড্ংকা।শাসক বিৰোধীৰ লগতে লগতে সাজু AIUDF।
➡️ নগাওঁত আৰম্ভ কৰিলে কুচকাৱাজ।

07/09/2023

▪️জুৰীয়াত ভূ- মাফিয়াৰ দৌৰাত্ম্য ।
▪️বজাৰৰ ভূমি দখল কৰি সাজিলে বৃহৎ অট্টালিকা।
▪️বজাৰৰ ভূমি বেদখলমূক্ত কৰাৰ বাবে ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰীলৈ কৰিলে পত্ৰ প্ৰেৰণ।

06/09/2023

▪️ জুৰীয়াৰ শিঙাৰীত সংগঠিত হৈছে এক আজৱ ঘটনা।
▪️ ধনৰ লেনদেনৰ বাবেই দুই বন্ধুৱে মিলি ভগাই ললে এগৰাকী মহিলাক।
▪️ভাৰা ৰাখি কৰিলে শাৰীৰিক সম্পৰ্ক।

06/09/2023

উধানতলা মোক্তাৱ বিদ্যালয়ৰ শিক্ষক খাদিমুল ইছলামলৈ কৃতি শিক্ষক সন্মান প্ৰদান নগাওঁ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ।

22/06/2023

নতুনকৈ প্ৰস্তাৱিত সমষ্টিৰ সীমা পুণৰ নিৰ্ধাৰণ সন্দৰ্ভত এ আই ইউ ডি এফৰ সংবাদ মেল।

নতুনকৈ প্ৰকাশিত সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা ।  কোকৰাঝাৰত জিলাত কি কি ...
20/06/2023

নতুনকৈ প্ৰকাশিত সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰথমটো খচৰা অনুসৰি জিলা ভিত্তিত বিধানসভা সমষ্টিৰ তালিকা ।

কোকৰাঝাৰত জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোসাইগাঁও, দতমা (ST), কোকৰাঝাৰ(ST)
বাওখুংগ্ৰি আৰু পৰ্বতঝৰা সমষ্টিৰ প্ৰস্তাৱ

ধুবুৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, মানকাচৰ আৰু বিলাসীপাৰা

দক্ষিণ শালমৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
দক্ষিণ শালমৰা

গোৱালপাৰা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জলেশ্বৰ, গোৱালপাৰা(ST), গোৱালপাৰা পূব, দুধনৈ(ST)

বঙাইগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
অভয়াপুৰী, মানিকপুৰ, বঙাইগাঁও

চিৰাং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিদলি চিৰাং(ST), বিজনী

বৰপেটা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভবানীপুৰ, মন্দিয়া, চেঙা, ৰূপসী
বৰপেটা(SC) আৰু বজালী

কামৰূপ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চমৰীয়া, বকো(ST), পলাশবাৰী, হাজো(SC)
ৰঙিয়া, কমলপুৰ, দিছপুৰ, ডিমৰীয়া(SC)
নিউ গুৱাহাটী, গুৱাহাটী চেণ্ট্ৰেল, জালুকবাৰী

নলবাৰী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বৰক্ষেত্ৰী, নলবাৰী, টিহু

বাক্সা জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোৱবৰ্ধনা, বাক্সা(ST), তামুলপুৰ(ST), গোৰেশ্বৰ

ওদালগুৰি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ভেৰগাঁও, ওদালগুৰি(ST), মাজবাট, টংলা

দৰং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ছিপাঝাৰ, মঙলদৈ আৰু দলগাঁও

মৰিগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
জাগীৰোড(SC), লাহৰীঘাট আৰু মৰিগাঁও

নগাঁও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বটদ্ৰৱা, ৰূপহীহাট, কলিয়াবৰ
চামগুৰি, বঢ়মপুৰ, নগাঁও, ৰহা(SC)
বিন্নাকান্দি, হোজাই আৰু লামডিং

শোণিতপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা ,চতিয়া, বিশ্বনাথ, বিহালী(SC), গহপুৰ

লখিমপুৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, লখিমপুৰ, ঢকুৱাখনা(ST)

ধেমাজি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ধেমাজি(ST), চিচিবৰগাঁও, জোনাই(ST)

তিনিচুকীয়া জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা
ডিগবৈ, মাকুম, তিনিচুকীয়া

ডিব্ৰুগড় জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
চাবুৱা, ডিব্ৰুগড়, মৰাণ, দুলীয়াজান
টিংখাং আৰু নাহৰকটীয়া

চৰাইদেউ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
সোণাৰি আৰু মাহমৰা

শিৱসাগৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমৌ, শিৱসাগৰ আৰু নাজিৰা

মাজুলী জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
মাজুলী(ST)

যোৰহাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
টীয়ক, যোৰহাট, মৰিয়নী, তিতাবৰ

গোলাঘাট জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
গোলাঘাট, দেৰগাঁও, বোকাখাট, খুমটাই, সৰুপথাৰ

কাৰ্বি আংলং জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বোকাজান(ST), হাওৰাঘাট(ST), ডিফু(ST)
ৰংখাং(ST) আমৰি(ST)

ডিমা হাচাও জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
ডিমা হাচাও(ST)

কাছাৰ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
লক্ষীপুৰ, উদৰবন্দ, কাটিগড়া, বৰখলা
শিলচৰ, সোণাই আৰু নৰসিংপুৰ(ST)

হাইলাকান্দি জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
হাইলাকান্দি আৰু আলগাপুৰ

কৰিমগঞ্জ জিলাত কি কি সমষ্টিৰ প্ৰস্তাৱ?
বদৰপুৰ, উত্তৰ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জ আৰু ৰাতাবাৰী(SC)

ডিচেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা   &_rural_development_dept
20/06/2023

ডিচেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা


&_rural_development_dept

বৰপেটা সদৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাক্তন বিধায়ক আঃ ৰহিম খানৰ
19/06/2023

বৰপেটা সদৰ সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাক্তন বিধায়ক আঃ ৰহিম খানৰ

আজি ঘোষণা কৰা হব অসম উচ্চতৰ মাধ্যমিকৰ (HS) ফলাফল । ৯:০০ বজাত ফলাফল উপলব্ধ হ'ব বহু কেইটা ৱেবচাইটত । সহায়ক হোৱাকৈ তলত চাও...
06/06/2023

আজি ঘোষণা কৰা হব অসম উচ্চতৰ মাধ্যমিকৰ (HS) ফলাফল । ৯:০০ বজাত ফলাফল উপলব্ধ হ'ব বহু কেইটা ৱেবচাইটত । সহায়ক হোৱাকৈ তলত চাওক।

ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি । Adidas য়ে যোগান ধৰিব এতিয়াৰ পৰা খেলুৱৈ সকলৰ সামগ্ৰী ।
03/06/2023

ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি মুকলি ।
Adidas য়ে যোগান ধৰিব এতিয়াৰ পৰা খেলুৱৈ সকলৰ সামগ্ৰী ।

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ...
03/06/2023

প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলাৰ আয়ুক্ত শ্ৰীযুত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ নিৰ্দেশমৰ্মে তাৎক্ষনিক ভাবে বলবৎ হোৱাকৈ নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে।

সবিশেষৰ বাবে সংলগ্ন কৰা জাননীখন পঢ়ক।

এহেজাৰ টকা উৎকোচ লৈ হাত দাঙিলে শোনিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ কৰ্মচাৰী ববী শ‍ইকীয়া খান ।
16/05/2023

এহেজাৰ টকা উৎকোচ লৈ হাত দাঙিলে শোনিতপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ৰেকৰ্ড শাখাৰ কৰ্মচাৰী ববী শ‍ইকীয়া খান ।

Big Breaking....অসম আৰক্ষীৰ SI জোনমণি ৰাভা আৰু নাই, ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু আৰক্ষী বিষয়াগৰাকীৰ ।নিশা প্ৰায় ২ বজাত  ট্ৰাক...
16/05/2023

Big Breaking....
অসম আৰক্ষীৰ SI জোনমণি ৰাভা আৰু নাই, ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু আৰক্ষী বিষয়াগৰাকীৰ ।
নিশা প্ৰায় ২ বজাত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ ৰাভাৰ মাৰুতি এল্ট’ৰ । জখলাবন্ধাৰ সৰুৰ্ভগীয়াত সংঘটিত হয় এই ঘটনাটো।

IPL খেলুৱৈৰ চকুত নপৰিবৰ বাবে এনেদৰেই ঢাকি দিয়া হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ কাষেদি বৈ যোৱা  লেতেৰা ভৰলু নৈ ।
05/04/2023

IPL খেলুৱৈৰ চকুত নপৰিবৰ বাবে এনেদৰেই ঢাকি দিয়া হৈছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ কাষেদি বৈ যোৱা লেতেৰা ভৰলু নৈ ।

31/03/2023

অসম বিধানসভাত চৰ চাপৰিৰ লোকসকলক মাটিৰ পট্টা দিয়াৰ উদ্দেশ্যে এখন বিধেয়ক The Assam Char- Chapori Land Regulation Bill, 2023 নামেৰে এখন বিধেয়ক আজি সদনৰ মজিয়াত উত্থাপন কৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে ।

27/03/2023

প্ৰধানমন্ত্ৰী এজন কাপুৰুষ। তেওঁলোকে ক্ষমতাৰ আঁৰত লুকাই থাকে। প্ৰিয়ংকা গান্ধীৰ সম্পূৰ্ণ ভাষণ চাওঁক ।

26/03/2023

নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ অৰ্থাৎ ২৭ মাৰ্চ ২০২৩ তাৰিখে নগাঁও জিলাৰ "জিলা দিৱস" পালনৰ উদ্দেশ্যে প্ৰস্তত কৰা থিম গীতটি সমূহ ৰাইজৰ মাজলৈ আগবঢ়োৱা হ'ল-

👉🏻পৰিকল্পনাঃ শ্ৰী নৰেন্দ্ৰ কুমাৰ শ্বাহ, ভাঃপ্ৰঃসেঃ, উপায়ুক্ত, নগাঁও
👉🏻গীতৰ কথাঃ প্ৰাঞ্জল মহন্ত
👉🏻সুৰঃ কানু কন্দলী
👉🏻সংগীতঃ প্ৰাঞ্জল বৰা
👉🏻কন্ঠঃ কানু কন্দলী, ৰিমঝিম ৰীমা, মৃন্ময় শান্দিল্য, দৰ্শিকা শান্দিল্য, জ্যোতিপ্রসাদ বৰা
👉🏻শব্দ গ্ৰহণঃ সংগীত অডিঅ' লেব, নগাঁও
👉🏻দৃশ্য সম্পাদনাঃ ৰঞ্জন বৈৰাগী, নগাঁও ইলেকট্রনিক মিডিয়া



২৪ মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰমজানৰ ৰোজা। পবিত্ৰ ৰমজান সন্ধৰ্ভত কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ বিবৃতি ।
22/03/2023

২৪ মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰমজানৰ ৰোজা। পবিত্ৰ ৰমজান সন্ধৰ্ভত কেন্দ্ৰীয় হিলাল কমিটি, অসমৰ বিবৃতি ।

18/03/2023

ৰিতুলৰ ভালপোৱাৰ
নতুন অধ্যায়ৰ সূচনা
কোন সচা ? কোন মিছা ?
জনাওক আপোনাৰ মতামত ।

17/03/2023

২০২৩-২৪ বৰ্ষৰ " অসম বাজেট " বিধানসভাৰ মজিয়াত বক্তব্য প্ৰদান ধিঙৰ বিধায়ক আমিনুল ইছলামৰ । বাক্যবাণৰ গৰ্জনে বিধানসভা কপাই তুলে বিধায়ক গৰাকীয়ে । কি কলে চাও আহক ।

  মেট্ৰিকৰ অসমীয়া পৰীক্ষাও বাতিল । এই কথা টুইটাৰত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১৮ মাৰ্চত পৰীক্ষা হোৱাৰ...
16/03/2023

মেট্ৰিকৰ অসমীয়া পৰীক্ষাও বাতিল । এই কথা টুইটাৰত সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১৮ মাৰ্চত পৰীক্ষা হোৱাৰ দিন আছিল কিন্তু বিজ্ঞান পৰীক্ষাৰ প্ৰশ্ন ফাদিল হোৱাৰ তদন্তৰ আওতাত অনা অভিযুক্তই ব্যক্ত কৰা অনুসৰি অসমীয়া পৰীক্ষাৰ প্ৰশ্ন আগতীয়াকৈ ফাদিল কৰাৰ স্বীকাৰ কৰিছে ।

16/03/2023

Address

Nagaon
TIMETALKS

Alerts

Be the first to know and let us send you an email when Time Talks Asom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Time Talks Asom:

Videos

Share


Other Media/News Companies in Nagaon

Show All

You may also like