টেঙাগুৰি ৰ খবৰ

টেঙাগুৰি ৰ খবৰ টেঙাগুৰি ৰ খবৰ Page টো সকলোৱে Follow কৰিব।

02/10/2023

ভূৰাগাঁও ত ভয়ংকৰ অগ্নিকাণ্ড,বালিডোঙা ত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।

19/09/2023

টেঙাগুৰি সমবায় ত আজি কি হ'ল।

12/12/2022

লাহৰিঘাটৰ কেইজনমান যুৱকে
Comedy Video বনাই আকৰ্ষিত কৰিছে দৰ্শকৰ মন।

08/12/2022

এইবাৰ দাড়িক অপমান কৰিলে মুস্তাফিজুৰে।

09/11/2022

জুৰিয়াত Notice জাৰী নকৰাক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

08/11/2022

লাহৰীঘাটৰ অমৰাগুৰি গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য
এমদাদুল ইছলামে হিতাধিকাৰৰ পৰা উৎকোচ লোৱাৰ দৃশ্য কেমেৰাত বন্দী।

08/11/2022

কালি আমাক ছালামন খান শ্বাহৰুখ খানে Twitt কৰিছে।

08/11/2022

আকৌ ভাইৰেল শুকুৰ আলী

07/11/2022

হিন্দু মুছলমান ৰ ভাতৃত্ববোধ কাক কয়, হাতে কামে দেখুৱাই দিলে ডিম্পু বৰুৱাই।

06/11/2022

ৰাজ্যত পুনৰ হত্যাকাণ্ডৰ ঘটনা।

05/11/2022

দুদিন পূৰ্বে মৰিগাঁৱৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক পুলিন কাকতিক ভূৰবন্ধা গাঁও পঞ্চায়তৰ সভানেত্রী আৰু তেওঁৰ স্বামীয়ে শাৰীৰিক বাবে আক্ৰমণ কৰিছিল।

03/11/2022

জুৰীয়াত নাওঁ দুৰ্ঘটনাত আহত স্কুলৰ ছাত্ৰ-ছাত্ৰী।

02/11/2022

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সহায় ভিক্ষা এগৰাকী দুৰ্ভগীয়া শিশুৰ পিতৃৰ।

01/11/2022

তেওঁৰ কণ্ঠত আছে যাদু, ঘৰ নগাঁও জিলাৰ জুৰীয়াত, নাম মেহবুব ইলিয়াছ।

01/11/2022

ধিংত ভয়ংকৰ পথ দুৰ্ঘটনা।

31/10/2022

ধুবুৰী আৰক্ষী অধীক্ষকৰ নিৰ্দেশ মৰ্ন্মে সৰদাৰ বল্লৱভাই পাৰ্টিল জন্ম দিনৰ লগত সংগতি ৰাখি বিলাসীপাৰা মহকুমা আৰক্ষী প্ৰশাসনৰ ৰাষ্ট্ৰীয় একতা দিৱস পালন ।

30/10/2022

লাহৰীঘাট ত উত্তপ্ত পৰিস্থিতি।

29/10/2022

ক্বোৰআনৰ বাবে বিশ্বত উজলি উঠিল ভাৰত।
বিশ্বৰ ৯০খন দেশক পিছ পেলাই ৯ নম্বৰ স্থানত
উজলি উঠিল কৰিমগঞ্জৰ মনজুৰ আহমেদ।

28/10/2022

বিলাসীপাৰাত এক জঘন্য ধৰ্ষণ কাণ্ড সংগঠিত।

28/10/2022

মৈৰাবাৰী আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক।

28/10/2022

সাদা কালা কালা " আকৌ ভাইৰেল Fank studio ত ।

26/10/2022

💋প্ৰেম প্ৰেম একেবাৰে ❤️❤️ সচা প্ৰেম।

22/10/2022

খন্তেক পূৰ্বে পৰ্বতঝোৰাৰ দেবীতোলা দলগাওত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।

20/10/2022

আৱাত হাৰ্ডৱেৰ দোকানৰ পৰা Tiger Cement ক্ৰয় কৰি LG ফ্ৰিজ লাভ কৰিলে গ্ৰাহকে।

19/10/2022

লাহৰীঘাট ৰ মানসিক বিকাৰগ্ৰস্ত যুৱক নিৰুদ্দেশ।
যদি কোনোবাই সম্ভেদ পাই তেন্তে ৬০০২৮১৭৬৫১ এইটো নম্বৰত যোগাযোগ কৰক।

17/10/2022

আল্লাহৰ কি মহিমা। ধুমুহাই হেলাব নোৱাৰা এটা নাৰিকল গছ লৈ ব্যাপক কৌতুহল। Ne Assam #

নতুন ৰূপত আহি আছে Times Ne Assamসকলোৱে আমাৰ Page টো Follow কৰিব।
16/10/2022

নতুন ৰূপত আহি আছে Times Ne Assam
সকলোৱে আমাৰ Page টো Follow কৰিব।

11/10/2022

লাহৰীঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা।

06/10/2022

অফাৰ অফাৰ অফাৰ, বাম্পাৰ অফাৰ।

03/10/2022

চাওঁক এই দৃশ্যটো । কি দৰে অপমান কৰিলে ইছলাম ধৰ্মক।

29/09/2022

আপোনাৰ অকণমান সহায়ে পুনৰ হাহি আনিব পাৰে শুকুৰ আলীৰ পৰিয়াললৈ ।
যোগাযোগ নম্বৰঃ69097 28620
Habija Begum..A/C No. 077801055826
IFSC. Code.. PUNB0077820 .. PNB

Ne Assam

28/09/2022

Big Breaking Laharighat

👉এইবাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ লাহৰীঘাটৰ ASI অম্বিক কুমাৰ নাথ।

👉দূৰ্নীতি নিবাৰক শাখাই উৎকোচ লৈ থকা অৱস্থাত হাতে লোটে ধৰা পেলায় লাহৰীঘাট আৰক্ষী থানাত কৰ্মৰত ASI গৰাকীক।

👉 দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাহৰীঘাট আৰক্ষী থানাৰ ASI অম্বিক কুমাৰ নাথ।👉উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ।
28/09/2022

👉 দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ লাহৰীঘাট আৰক্ষী থানাৰ ASI অম্বিক কুমাৰ নাথ।
👉উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ।

28/09/2022

গঢ়াখহনীয়া ৰ কৱলত বৰহলৌকান্দা মজলীয়া বিদ্যালয়।

28/09/2022

একাংশ বিদ্যালয়ত কি চলিছে।

25/09/2022

শিখা শৰ্মা VS ৰিপুণ বৰা।।

24/09/2022

ধিংৰ গেৰুকানীৰ এজন যুৱকৰ কৰুণ কাহিনী,
আপোনাৰ আৰু মোৰ সহায় লাগিছে এই যুৱক জনৰ। একাউণ্ট নম্বৰ 40063293416, IFC..SBIN0009624, অথবা 7994015381এই নম্বৰত ফোন পেত আৰ্থিক সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে , সকলোৱে Share কৰক।

23/09/2022

দলৈগাঁও উচ্ছত মাধ্যমিক বিদ্যালয়ত উতপ্ত পৰিস্থিতি।

23/09/2022

দলৈগাঁও উচ্ছত মাধ্যমিক বিদ্যালয়ত উতপ্ত পৰিস্থিতি

Address

Morigaon

Website

Alerts

Be the first to know and let us send you an email when টেঙাগুৰি ৰ খবৰ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies


Other Media/News Companies in Morigaon

Show All