NL Daily Entertainment

NL Daily Entertainment যুঁজিম আৰু আমিয়েই জিকিম সত্যৰ সন্ধানত ৷

*চুন্নী উলমা সকলক ৰাজনৈতিক অধিকাৰ লাগে*গোটেই অসমত ৪১%শতাংশ  আহলে চুন্নত ওৱাল জামাতৰ লোকক  ৰাজনৈতিক অধিকাৰ লাগে ।নোট: অহা...
27/11/2024

*চুন্নী উলমা সকলক ৰাজনৈতিক অধিকাৰ লাগে*
গোটেই অসমত ৪১%শতাংশ আহলে চুন্নত ওৱাল জামাতৰ লোকক ৰাজনৈতিক অধিকাৰ লাগে ।
নোট: অহা ইংৰাজী ১০/০১/২০২৫ তাৰিখৰ পৰা আমি ৰাজনৈতিক অধিকাৰৰ বাবে ৰাজপথলৈ ওলাই আহিম । ইনশাআল্লাহ ঃ মুফতি মকিবুৰ ৰহমান ৷

27/11/2024

কণ্ঠশিল্পী লাভলী পাহীৰ ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিছে এবাৰ শুনক ৷

27/11/2024
27/11/2024

পশ্চিম বংগৰ বীৰভোম জিলাৰ ৰামপুৰহাটত অনুষ্ঠিত হোৱা নৈশ মহিলা ফুটবল খেলৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষক ভাইৰেল ফেৰীৱালা আনফাজ আলী ৷ এটাৰ পিছত এটা মহম্মদ ৰফিৰ কণ্ঠত চুপাৰহিট গীত পৰিবেশন কৰি ৰাইজক মনোৰঞ্জন দিয়ে দুখীয়া - নিচলা শিল্পী গৰাকীয়ে ৷ আপোনাৰ অঞ্চলত যিকোনো অনুষ্ঠানত অতি কম খৰচত গীত পৰিবেশনৰ বাবে আমণ্ত্ৰণ জনাব পাৰে কণ্ঠশিল্পী আনফাজ আলীক ৷ যোগযোগৰ নম্বৰ +91 9749212015

কংগ্ৰেছ দলৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতি শ্ৰী মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ অধ্যক্ষতাত কংগ্ৰেছ সংসদীয় কৌশল গোটৰ ...
26/11/2024

কংগ্ৰেছ দলৰ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলৰ দলপতি শ্ৰী মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ অধ্যক্ষতাত কংগ্ৰেছ সংসদীয় কৌশল গোটৰ গুৰুত্বপূৰ্ণ আলোচনাত লোকসভাৰ বিৰোধী দলৰ দলপতি শ্ৰী ৰাহুল গান্ধী ডাঙৰীয়া আৰু অন্যান্য দলৰ জেষ্ঠ নেতাসকলৰ সৈতে অংশগ্ৰহণ কৰিলো । সংসদৰ চলি থকা শীতকালীন অধিৱেশনৰ সময়ত উপলব্ধ প্ৰতিটো মঞ্চৰ জড়িয়তে মানুহে সন্মুখীন হোৱা সমস্যাসমূহ উত্থাপন কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো ঃ সাংসদ গৌৰৱ গগৈ ৷

Address

ITI College Road Dandua Morigaon
Morigaon

Telephone

+917002332741

Website

Alerts

Be the first to know and let us send you an email when NL Daily Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NL Daily Entertainment:

Videos

Share