হাউলী সাংবাদিক সন্থাৰ উদ্যোগত আয়োজিত "মাঘৰ বোকোচাত ভোগালীৰ বিশেষ এদিন" অনুষ্ঠান।
Bilkis Inam
মই বিটিচিৰ মানুহ বিটিচিতে থাকিম,কোনো দিল্লী বা দিছপুৰৰ পলিটিকচত নাই মই।
-হাগ্ৰামা মহিলাৰী
#HagramaMohilary
বৰপেটাৰ দনাকুছিত নতুনকৈ মুকলি হ'ল জোনাকী হোটেল এণ্ড ৰেষ্টুৰেন্ট।
মাঘ বিহু উপলক্ষে হাউলী চাৰিগোষ্ঠীৰ উদ্যোগত আয়োজিত উপহাৰ কুপন খেল Live
সম্পূৰ্ণ IPLৰ আৰ্হিত আজিৰে পৰা হাউলীৰ জয়েন বজাৰত অনুষ্ঠিত হৈছে JPL ক্ৰিকেট টৰ্ণামেন্ট-ছিজন-১১
প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ সাংবাদিক কোনসকল?
সকলো শ্ৰেণীৰ সাংবাদিকৰ এক চমু অৱলোকন।
বৰপেটাৰ সৰ্থেবাৰীত অনুষ্ঠিত সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত জ্যেষ্ঠ সাংবাদিক তথা প্ৰতিদিন টাইমৰ কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ ভাষনৰ কিয়দাংশ।
হাউলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে শান্তি বজাৰ প্ৰিমিয়াৰ লীগ ছিজ'ন-১
বৰপেটাৰ কয়াকুছিত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ।
কয়াকুছিৰ গড়কপ্তানি পৰিদৰ্শন বঙলাত সংবাদমেল সম্বোধন সাংসদ গৰাকীৰ।
হাউলীত নতুনকৈ মুকলি কৰা হ'ল হেলমেট হাউচ
এই বিপনী খনত ৩০০ টকাৰ পৰা আৰম্ভ কৰি পাচঁ হেজাৰ টকালৈকে হেলমেট উপলব্ধ হ'ব এই বিপনীখনত।
ভৱানীপুৰ-সৰভোগ উপ জিলাৰ প্ৰশাসনিক সীমা অক্ষুণ্ণ ৰখাৰ দাবীত হাউলীৰ অৰ্ধশতাধিক সংগঠনৰহৈ
ভৱানীপুৰ-সৰভোগ উপ জিলাৰ বিষয়ক সমিতিৰ বিষয়ববীয়াৰ হাউলীত সংবাদ মেল
হাউলীত নতুনকৈ মুকলি হ'ল MONITTRI CLOTH STORE ।
হাউলীত ৯৬ সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সংবাদমেল সম্বোধন।
সংবাদমেলত উদযাপন সমিতিৰ বিষয়ববীয়া সকলে ৰাসৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰে সাংবাদিকক।
উল্লেখ্য যে সংবাদমেলত ৰাসৰ উপহাৰ কুপন বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে উদযাপন সমিতিয়ে
হাউলী ৰাস টিকট ব্লেকাৰ চক্ৰৰ বিৰুদ্ধে হাউলী আৰক্ষীৰ অভিযান। অভিযানত গ্ৰেপ্তাৰ ৮ জনকৈ ব্লেকাৰ।।
১১১নং ঢাকালীয়াপাৰ প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ
YAMUNA AJIN (Indian Idol)
Date-10th December 2023
দিন দুপৰতে হাউলীত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰি কাণ্ডৰ ঘটনা
বৰপেটাৰোডৰ দহ মাইলত নতুনকৈ মুকলি হ'ল "Manas Car Accessories 0.2" নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান।
দহমাইলৰ ৰাম মন্দিৰৰ ওচৰত মুকলি হ'ল এই অত্যাধুনিক ব্যৱসায়িক প্ৰতিষ্ঠানখন
হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপনৰ বাবে পুৱাই ৰাইজৰ দিঘলীয়া শাৰী।
কিন্তু খেল পৰিচালনা সমিতিয়ে সাময়িকভাৱে টিকট বিক্ৰী কাউন্টাৰ বন্ধ থাকিব বুলি ইতিমধ্যে এক জাননী দিছে ৰাইজক।
পৰিচালনা সমিতিয়ে বিক্ৰী কাউন্টাৰ কেতিয়া খুলিব সেই কথা এতিয়ালৈকে জনোৱা নাই।
কিন্তু তাৰ পিছতো অতি উৎসুকতাৰে টিকট ক্ৰয় কৰিবলৈ পুৱাই দেখা গ'ল পুৰুষ-মহিলাৰ দীঘলীয়া শাৰী।
ইংৰাজীত সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ শুকুৰ আলীৰ।
আজমলৰ দৰে নেতাৰ দৰকাৰ নাই শুকুৰ আলীৰ, আজমলৰ জৰা ফুকাৰ দিন উকলিল।
#Sukorali_Dhubri
বাক্সাৰ হটাপাৰা দুৰ্গাপূজা সমিতি আৰু স্থানীয় ৰাইজৰ শিমলাগুৰী আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ।
অষ্টমীৰ নিশা পূজাস্থলীত কাজি *য়াৰ সৃষ্টি হোৱাৰ বাবে পূজা সমিতিৰ সভাপতি সম্পাদকক আটক কৰিছিল শিমলাগুৰি আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ।
শিমলাগুৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ শৰ্মাক নিলম্বনৰ দাবীৰে পূজা সমিতিৰ সংবাদমেল সম্বোধন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে শীৰ্ষ আৰক্ষী বিষয়াৰ হস্তক্ষেপ দাবী ৰাইজৰ ।
হাউলী ৰাস মহোৎসৱৰ উপহাৰ কুপনৰ টিকটৰ বাবে শাৰী পাতি টিকট সংগ্ৰহ কৰাৰ আজিৰ দৃশ্য।