28/04/2020
#আকৌ_সাধু_হত্যা
#উত্তৰ_প্ৰদেশৰ_বুলণ্ডচহৰত_মন্দিৰৰ_ভিতৰত_দুজন_সাধুক_ডিঙি_কাটি_হত্যা।
#মহাৰাষ্ট্ৰৰ পালঘৰত হোৱা সাধু হত্যাৰ পিছতেই উত্তৰ প্ৰদেশত দুজন সাধুক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰা হয়। সাধুৰ শাসনত আজি সাধু নিজেই নিৰাপত্তাহীন। সাধু সন্ত মুনি তপস্যিৰ ভুমি পবিত্র ভাৰত ভূমিত এটাৰ পিছত এটাকৈ সাধু সন্তৰ হত্যাই সমগ্ৰ হিন্দু সমাজকে ব্যাথিত কৰিছে।
আমিও বহু বছৰ ধৰি হিন্দু সুৰক্ষাৰ হকে কাম কৰিলো। দেখি, শুনি বুজি পালো কোনো দলৰ চৰকাৰৰ দ্বাৰা যে হিন্দু সুৰক্ষিত হব সেয়া সম্পূৰ্ণ মিছা। হিন্দু নিজেই একত্রিত হৈ নিজৰ নিৰাপত্তা নিজেই সুৰক্ষিত কৰিব লাগিব।
#একত্ৰিত_হিন্দু__সুৰক্ষিত_হিন্দু