MyNews NE

MyNews NE Local, Vocal, Global
(82)

27/06/2024

🔴 ডিগবৈ নাজিৰাটিংত অঘটন
🔴 নাজিৰাটিং পৰ্যটনস্থলী ডিব্ৰু নদীৰ পানী যোগান আচঁনিত এজন যুৱকৰ সলিল সমাধি

27/06/2024

🔴 যোৰহাট লিচুবাৰীৰ সেনা চাউনীত গ্ৰেণেড বিস্ফোৰণৰ NIA ৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে উত্তপ্ত তিতাবৰ

🔴 তিতাবৰত বিভিন্ন দল-সংগঠনে ঘেৰাও কৰিলে তিতাবৰ থানা

27/06/2024

🔴 কৰিমগঞ্জৰ গান্ধী নগৰ পঞ্চায়তৰ খলাগ্ৰাম গাঁৱত ভূমি কেন্দ্ৰিক সংঘাত

🔴 দুই ফৈদৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত দুজনকৈ লোক

🔴 আহত জাকিৰ হুছেইন আৰু তেওঁৰ পত্নী হেলিনা বেগমক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজ হস্পাটাললৈ প্ৰেৰণ

27/06/2024

🔴 দৰং ল'জত অবৈধ নাৰী দেহ ব্যৱসায়
🔴 ছিপাঝাৰৰ দুমুনীচকীৰ দৰং ল'জত আৰক্ষীৰ অভিযান

27/06/2024

🔴 আজিৰে পৰা বেচি সাৱধান হওক যোৰহাটবাসী
🔴 চিলনী চোৰৰ সন্ত্ৰাসৰ মাজত যোৰহাট নগৰ

27/06/2024

🔴 পশ্চিম হাতীৰগুল শোচনীয় পথ মেৰামতিৰ দাবীত গাঁওবাসী

27/06/2024

🔴 পুনৰ নগাঁও জিলাৰ জুৰীয়াত সংঘটিত হৈছে অন্য এটা হত্যাকাণ্ড

🔴 জুৰীয়াৰ মাহগুৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা

27/06/2024

🔴 দেৰগাঁৱত বিষাক্ত পাৰ্থেনিয়াম নিৰ্মূল কাৰ্য্যসুচী

🔴 দেৰগাঁও নগৰৰ দাতিকাষৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে গজিছে অতি বিষাক্ত পাৰ্থেনিয়াম

🔴সৰ্বশিক্ষা শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ ব্যৱস্থা🔴SSAৰ অধীনত ৩৫ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰিব চৰকাৰে🔴কেবিনেট বৈঠকত ...
27/06/2024

🔴সৰ্বশিক্ষা শিক্ষকৰ বাবে বিশেষ নিযুক্তিৰ ব্যৱস্থা
🔴SSAৰ অধীনত ৩৫ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰিব চৰকাৰে
🔴কেবিনেট বৈঠকত এই সিদ্ধান্ত

27/06/2024

🔴 তিনিচুকীয়াত সুৰামত্ত আৰক্ষীৰ গুণ্ডাগিৰি

🔴 গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন MBA ছাত্ৰক

🔴 পদুম চেত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ লেখাপানী থানাৰ SI প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে

27/06/2024

🔴 নগাঁও জিলাৰ চামগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড
🔴 চামগুৰিৰ ১নং চিমনাবস্তিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড

27/06/2024

🔴 ছাত্ৰক আক্ৰমণক কেন্দ্ৰ কৰি উত্তাল লেখাপানী আৰক্ষী থানা

🔴 নিশা লেখাপানী আৰক্ষী থানাৰ SI প্ৰাঞ্জল ফুকনে সুৰামত্ত অৱস্থাত বিনা কাৰণত প্ৰহাৰ কৰিছিল MBA ছাত্ৰ প্ৰদুম ছেত্ৰীক

🔴 লেখাপানী আৰক্ষী থানা ঘেৰাও স্থানীয় ৰাইজৰ লগতে দল সংগঠনৰ

27/06/2024

🔴 LIVE | কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

27/06/2024

🔴 অসমতেই অসমীয়া ভাষাক চৰম অপমান!

🔴 অসমীয়াত লিখা অভিযোগ পত্ৰ প্ৰত্যাখ্যান কৰি কৃষকক ধমক ONGC বিষয়াৰ

🔴কেবিনেট বৈঠকত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ অসহায় স্বীকাৰোক্তি 🔴মোৰ বিভাগত একো ভাল খবৰ নাথাকে 🔴কেন্দ্ৰই যি দিয়ে তাকে বিলাই ...
27/06/2024

🔴কেবিনেট বৈঠকত যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ অসহায় স্বীকাৰোক্তি
🔴মোৰ বিভাগত একো ভাল খবৰ নাথাকে
🔴কেন্দ্ৰই যি দিয়ে তাকে বিলাই দিওঁ

27/06/2024

🔴 আমগুৰিৰ হালোৱাটিঙত বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক জব্দ

🔴 হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই পুৱাই জব্দ কৰে WB 63B 6017 নম্বৰৰ চুপাৰি ভৰ্তি ট্ৰাকখন

🔴 নগালেণ্ডৰ টুলীৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ চেষ্টা কৰিছিল চুপাৰিখিনি

🔴 ২৩০ বেগ চুপাৰিসহ আৰক্ষীয়ে আটক কৰে ট্ৰাক চালক চাদ্দাম হুছেইন আৰু হাজিজুৰ আলী

🔴তিনিচুকীয়াত সুৰামত্ত আৰক্ষীৰ গুণ্ডাগিৰি🔴গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন MBA ছাত্ৰক🔴বিনা কাৰণত প্ৰহাৰ পদুম চেত্ৰীৰ নামৰ ছাত্ৰজ...
27/06/2024

🔴তিনিচুকীয়াত সুৰামত্ত আৰক্ষীৰ গুণ্ডাগিৰি
🔴গুৰুলা গুৰুলকৈ প্ৰহাৰ এজন MBA ছাত্ৰক
🔴বিনা কাৰণত প্ৰহাৰ পদুম চেত্ৰীৰ নামৰ ছাত্ৰজনক
🔴লেখাপানী থানাৰ SIৰ প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে অভিযোগ

27/06/2024

🔴 জামুগুৰিহাটত একতাৰ নিদৰ্শন

🔴 বিগত ৫০ বছৰে পথাৰত সমূহীয়াভাৱে ভূই ৰুই আহিছে কেইবাখনো গাঁৱৰ ৰাইজে

27/06/2024

🔴 ৰাশিদা খাতুনৰ হত্যাকাৰীক ফাঁচীৰ দাবীত কালাপানী আৰক্ষী চকী ঘেৰাও

🔴 বুধবাৰে মানকাচৰৰ সাদুল্যাবাৰীত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এই প্ৰতিবাদ

🔴সৰ্বকালৰ অভিলেখ ৰচিলে শ্বেয়াৰ বজাৰে🔴৭৯ হাজাৰ অতিক্ৰম কৰিলে ছেনছেক্সে🔴বেংকৰ ষ্ট'ক বৃদ্ধি পোৱাৰ পাছতে সৰ্বকালৰ সৰ্বোচ্চ স...
27/06/2024

🔴সৰ্বকালৰ অভিলেখ ৰচিলে শ্বেয়াৰ বজাৰে
🔴৭৯ হাজাৰ অতিক্ৰম কৰিলে ছেনছেক্সে
🔴বেংকৰ ষ্ট'ক বৃদ্ধি পোৱাৰ পাছতে সৰ্বকালৰ সৰ্বোচ্চ স্থান দখল কৰিলে নিফটীয়ে

27/06/2024

🔴 মৰাণ নগৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমিত বজাৰ-আস্থানৰ নিবিদা বাতিলৰ দাবী

🔴 মন্ত্ৰী বিমল বৰাক ব্যৱস্থা গ্ৰহনৰ আহ্বান বিভিন্ন দল-সংগঠনৰ

🔴আজি T20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল🔴ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ৰোহিত বাহিনী🔴দ্বিতীয়খন ছেমি মে...
27/06/2024

🔴আজি T20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল
🔴ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে যুঁজত নামিব ৰোহিত বাহিনী
🔴দ্বিতীয়খন ছেমি মেচত বৰষুণৰ আশংকা

27/06/2024

🔴 জন্মৰ প্ৰমাণ পত্ৰত অনিয়ম

🔴 প্ৰশাসনৰ প্ৰাথমিক তদন্তত ওলাইছে এই অনিয়ম তথ্য

🔴 জিলা আয়ুক্তই ক'লে নথি জালিয়াতি কৰি কোনো সাৰি যাব নোৱাৰে

🔴আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা🔴কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
27/06/2024

🔴আগন্তুক ৪ দিনলৈ ৰাজ্যত প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
🔴কেইবাখনো জিলালৈ হাই এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

Veteran BJP leader LK Advani admitted to AIIMS in Delhi : বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি অসুস্থ        ...
27/06/2024

Veteran BJP leader LK Advani admitted to AIIMS in Delhi : বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি অসুস্থ

নিউজ ডেস্ক,২৭জুন : ভাৰতীয় জনতা পাৰ্টী চমুকৈ বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানি অসুস্থ। দিল্লীৰ অল .....

27/06/2024

🔴 চাংসাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

🔴 চাংসাৰীত নিৰ্মাণ হোৱা বিদ্যালয়ৰ নৱ নিৰ্মিত ভৱনৰ কামৰ খতিয়ান ল'লে মুখ্যমন্ত্ৰীয়ে

🔴 বিদ্যালয়সমূহত কেনেকুৱা ধৰণৰ সা- সুবিধা থাকিব সকলোবোৰ কামৰ খতিয়ান ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে

🛑 T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকা
27/06/2024

🛑 T20 বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ দক্ষিণ আফ্ৰিকা

27/06/2024

🔴 ডিগবৈত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

🔴 আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমানৰ ড্ৰাগছ

27/06/2024

🔴 LIVE | বাইহাটা চাৰিআলিৰ হচঙত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

🔴 পুৱা প্ৰাতঃভ্ৰমণত যোৱা একাংশ লোকে প্ৰথমে প্ৰত্যক্ষ কৰে মৃতদেহটো

27/06/2024

🔴 জাগীৰোডৰ বন্ধ হৈ থকা অসম পলিটেক্স সূতা কলৰ কৰ্মচাৰীৰ তথৈবচ অৱস্থা

🔴 ১৯৯৫ চনৰ পৰা বন্ধ হৈ আছে পলিটেক্স সূতা কলটো

Address

My News NE, Niribili Path, Ghoramara
Guwahati
781028

Alerts

Be the first to know and let us send you an email when MyNews NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MyNews NE:

Videos

Share


Other Media/News Companies in Guwahati

Show All