বিজেপি চৰকাৰক নস্যাত কৰি মণিপুৰত কুকিৰ ‘স্ব-শাসন’
মণিপুৰত কুকিৰ স্ব-শাসন ঘোষণা।
তিনি জিলাত নাথাকিব এন বিৰেণ সিঙ চৰকাৰ ক্ষমতা!
কুকি-জো সংগঠনে ঘোষণা কৰিলে সুকীয়া মুখ্যমন্ত্ৰী।
#Batori24 #KukiZoPeople #ManipurViolence ##NBirenSingh
নাথাকিব SEBA-AHSEC, নাথাকিব মেট্ৰিক পৰীক্ষা, অসমত হ’ব নতুন শিক্ষা বোৰ্ড
ইতিহাস হোৱাৰ পথত SEBA-AHSEC!
বিলুপ্ত হ’ব মেট্ৰিক পৰীক্ষা।
অসমত গঠন হ’ব বিদ্যালয় শিক্ষা পৰিষদ।
#Batori24 #AHSEC #SEBA #AssamCabinet #CabinetMeeting #HimantaBiswaSarma
জল্পনা-কল্পনাৰ অন্ত নপৰিল, ফেব্ৰুৱাৰীলৈ থাকিল মিত্ৰজোঁটৰ আসন বুজাবুজি
উৎকণ্ঠাৰ অন্ত নপৰিল!
ফেব্ৰুৱাৰীতহে হ’ব মিত্ৰজোঁটৰ আসন বুজাবুজিৰ।
নিৰ্বাচনৰ আগত দল বাগৰাত নিষেধাজ্ঞা।
#Batori24 #BJP #HimantaBiswaSarma #AGP #AtulBora #UPPL #PramodBoro
আছুৰ সভাপতি-সম্পাদকৰ দৌৰত কোনো কোন? আঁতৰিব নেকি সমুজ্জ্বল ভট্টাচাৰ্য?
কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি, কোন হ’ব সাধাৰণ সম্পাদক?
আছুৰ মজিয়াৰ পৰা বৃদ্ধ-অছাত্ৰ দুৰ হ’ব নে?
আছুৰ পৰা এইবাৰ আঁতৰিব নেকি ড০ সমুজ্জ্বল ভট্টাচাৰ্য?
#Batori24 #AASU #SamujjalBhattacharjjya #ShankarJyotiBaruah #UtpalSarma
নিৰ্বাচনৰ কেম্পেইনাৰৰ ৰূপত অসমৰ ৰাজ্যপাল, সাংবিধানিক পদমৰ্যাদাক নেউচা কাৰ্যক লৈ বিতৰ্ক
ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ চলাই বিতৰ্কত অসমৰ ৰাজ্যপাল।
সাংবিধানিক পদমৰ্যাদাক নেউচি বিজেপি প্ৰাৰ্থীৰ হৈ কৰিলে প্ৰচাৰ।
নিৰ্বাচন আয়োগক অভিযোগ দাখিল কংগ্ৰেছী প্ৰাৰ্থীৰ।
#Batori24 #RajasthanAssemblyElection2023 #GulabChandKataria #GovernorAssam #BJP
বাজপেয়ী ভৱনে নিশ্চিত কৰিব অগপৰ আসন! বিজেপিৰ দয়াতেই নিৰ্ভৰশীল নেকি অগপ?
বিজেপিৰ দয়াৰ ওপৰতে নিৰ্ভৰ নেকি নেকি অসম গণ পৰিষদ?
বিজেপিয়ে দিলেহে অগপই পাব নেকি?
বাজপেয়ী ভৱনৰ পৰাই নিৰ্ণয় হ’ব নেকি অগপৰ সমষ্টি?
#Batori24 #AGP #BJP #HimantaBiswaSarma #AtulBora #KeshabMahanta #LoksabhaElection2024
বিজেপি মিত্ৰজোঁটৰ সমীকৰণ: কোন দলে কোন সমষ্টি কৰিব প্ৰতিদ্বন্দ্বিতা?
আসনক লৈ অন্ত পৰা নাই শাসকীয় মিত্ৰজোঁটৰ জল্পনা-কল্পনাৰ।
ন-ন সমীকৰণ অব্যাহত ৰাখিছে বিজেপি-অগপ-ইউ পি পি এলে।
প্ৰতিদ্বন্দিতাৰ বাবে কাৰ ভাগত থাকিব কিমানটা সমষ্টি?
#Batori24 #BJP #HimantaBiswaSarma #AtulBora #AGP #UPPL #PramodBoro #LoksabhaElection2024
এসময়ত এলাগী কৰা হাগ্ৰামাৰ BPF ৰ বাবে এতিয়া বিজেপিৰ নিমিলা অংক
এসময়ত এলাগী কৰা হাগ্ৰামাই হ’ব লাগিব বিজেপিৰ ত্ৰাণকৰ্তা!
BPF ক বাদ দি আসাৰ বিজেপিৰ Mission 12+ ৰ অংক!
#Batori24 #BPF #HagramaMohilary #BJP #LoksabhaElection2023 #Mission12Plus
অতিষ্ঠ অসমৰ উদীয়মান শিল্পী, ৩ পিশাচৰ মুখা খুলি দিয়াৰ হুংকাৰ
প্ৰচণ্ড ক্ষোভ অসমৰ একাংশ উদীয়মান শিল্পীৰ।
অতিষ্ঠ হৈ মুখা খুলি দিয়াৰ হুংকাৰ।
ছ'চিয়েল মিডিয়াৰ পোষ্টে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
#Batori24 #AssameseArtist #AssameseActress #AssameseActor
ED-CBI ৰ ১২৯ টা গোচৰত অভিযুক্ত বিৰোধী নেতা, BJP ৰ সকল Washing Machine ত চাফা
ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা নাৰায়ণ ৰাণেলৈ, যশোৱন্ত যাদৱৰ পৰা ইয়েদিউৰাপ্পালৈ। বিজেপিৰ Washing Machine ত চাফা হোৱা নেতাৰ কাষ নাচাপে ED-CBI! কিন্তু বিৰোধী নেতাৰ বিৰুদ্ধে ED-CBI ৰ ১২৯ টা গোচৰ।
#Batori24 #ED #CBI #BJP #OppositionParties #HimantaBiswaSarma #NarayanRane #RipunBora
বৃহৎ নদীবান্ধৰ সপক্ষৰ কংগ্ৰেছ বিপক্ষৰ অখিল গগৈৰ দাবী এতিয়া একেই
সময়ে বহু কথাই সলনি কৰে!
এসময়ৰ তেল-পানী কংগ্ৰেছ-অখিল গগৈ এতিয়া একেখন নাৱত।
বৃহৎ নদীবান্ধৰ সপক্ষৰ কংগ্ৰেছ বিপক্ষৰ অখিল গগৈৰ সুৰ এতিয়া একেটাই।
#Batori24 #BigDam #NHPC #LowerSubansiriHydroPowerProject #AkhilGogoi #Congress #BJP #OppositionAllience
দুটাকৈ টিভি চেনেলক বৰ্জন কৰিব অসমৰ বিৰোধীয়ে
দুটাকৈ টিভি চেনেলক বৰ্জন কৰিব অসমৰ বিৰোধীয়ে।
INDIA ৰ আৰ্হিত অসমতো হ’ব সাংবাদিক তথা সংবাদ প্ৰতিষ্ঠান বৰ্জনৰ সিদ্ধান্ত
#Batori24 #newsupdate #BJP #BhupenBorah #AssamCongress #himanatabiswasarma
চাকৰি এৰি লোকসভাৰ প্ৰাৰ্থিত্বৰ বাবে সাজু আনন্দ মিশ্ৰ-আনন্দ প্ৰকাশ তিৱাৰী
ৰাজনীতিলৈ মন মেলিছে IPS আনন্দ মিশ্ৰ-আনন্দ প্ৰকাশ তিৱাৰীয়ে।
নিৰ্বাচনত প্ৰাৰ্থী হোৱাৰ মন এই দুগৰাকী IPS বিষয়াৰ।
ৰাজনীতি কৰিবলৈ চাকৰি এৰিবলৈ সাজু তেওঁলোক।
#Batori24 #AnandMishra #AnandPrakashTiwari #LoksabhaElection2024 #BJP
ভূমিস্খলনত আৱদ্ধ সোৱণশিৰিৰ পানী, NHPC ৰ বাবে জলবিস্ফোৰণৰ শংকাত হাহাকাৰ
১৯৫০ চনৰ ভয়াৱহ পৰিস্থিতিৰ পুনৰাবৃত্তিৰ শংকা।
ভূমিস্খলনত স্তব্ধ সোৱণশিৰি, শুকাই গ’ল বোৱতী নদী
ভয়াৱহ জলবিস্ফোৰণৰ শংকাত সন্ত্ৰস্ত সোৱণশিৰি নৈপৰীয়া।
#Batori24 #NHPC #BigDam #Subansiri #Lakhimpur #Gerukamukh
মাত্ৰ ছমাহ! বিজেপিৰ বিদায় ঘোষণা কৰি সত্যপাল মালিকৰ বিস্ফোৰক মন্তব্য
“আৰু মাত্ৰ ছমাহ, বিজেপিৰ দিন উকলিব।”
“আৰু ক্ষমতালৈ আহিব নোৱাৰে বিজেপি।”
পুলৱামা আক্ৰমণৰ কথাৰে আকৌ সত্যপাল মালিকৰ বিস্ফোৰক মন্তব্য।
#Batori24 #SatyaPalMalik #BJP #NarendraModi
NCERT ৰ পাঠ্যপুথিত নাথাকিব India, থাকিব কেৱল ‘ভাৰত’
ৰাজনীতিৰ পৰা শিক্ষা খণ্ডত India বনাম ভাৰত প্ৰসংগ।
এইবাৰ NCERT-এ বাদ দিব INDIA নাম।
লিখিব হিন্দুৰ বিজয়ৰ ইতিহাস।
#Batori24 #IndiaVsBharat #India #Bharat #NCERT #NarendraModi
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেখন মঞ্চত নবহে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰী মোদীৰে একেখন মঞ্চত নবহে মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে।
জোৰামথাংগাৰ ঘোষণাই বিমোৰত পেলাইছে বিজেপিক।
নিৰ্বাচনৰ বতৰত স্পষ্ট হৈছে BJP আৰু MNF ৰ মাজৰ সংঘাত।
#Batori24 #BJP #MNF #MizoramAssemblyElection2023 #Zoramthanga #NarendraModi
এতিয়া হিন্দুৰ আৰু সংকট নাই! অসমতকৈ তিনিগুণ বেছি দূৰ্গা পূজা হয় বাংলাদেশত
অসমতকৈ তিনিগুণ বেছি দূৰ্গাপূজা হয় বাংলাদেশত।
প্ৰতি বছৰে বাংলাদেশত বৃদ্ধি পাইছে দূৰ্গাপূজাৰ সংখ্যা।
তাৰ পাছতো বাংলাদেশত হিন্দু সংকটত নে?
#Batori24 #BangladeshDurgaPuja #AssamDurgaPuja #Hindutva #DurgaPuja
BJP-AGP-UPPL ৰ আসন বুজাবুজি: লোকসভাত কোনে পাব কেইখন আসন?
BJP-AGP-UPPL ৰ মিত্ৰতাত কাৰ লাভ, কাৰ লোকচান?
২০২৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে AGP-UPPL ক কেইটা সমষ্টি এৰি দিব বিজেপিয়ে?
এইবাৰ জিকিব পৰা সমষ্টি পাব নে AGP-UPPL-এ?
#Batori24 #BJP #AGP #UPPL #HimantaBiswaSarma #LoksabhaElection2024 #AtulBora #PramodBoro
শিক্ষকক হিতাধিকাৰী সজোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও হিতাধিকাৰী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন হিতাধিকাৰী!
হিতাধিকাৰী মন্ত্ৰীসভাৰ একো-একোজন সদস্য!
ৰাজহুৱা হিতৰ অধিকাৰী তেওঁলোকো হৈছে।
#Batori24 #HimantaBiswaSarma #RanojPegu #AshokSinghal #Beneficiary #Teacher