ঢকুৱাখনাৰ পৰা বিশ্ব গ্ৰন্থমেলালৈ দুই যুৱ লেখকৰ যাত্ৰা
ঢকুৱাখনাৰ পৰা বিশ্ব গ্ৰন্থমেলালৈ দুই যুৱ লেখকৰ যাত্ৰা
Presenting The Teaser of GULAPI
Singer : NEEL AKASH
Lyrics & Produced : SUMANTA DAS
Composition : ASHWIN SHARMA (PRIYABROT)
Music : MRINMOY SARMAH (MELLODYE MAFIA)
Mixed & Mastered : TRIHANGKU LAHKAR
Music Arranger : MON PRAKASH
GFX : BHASKAR DHAPU
Poster Design : FIROZ ALI
Special Thanks to Sonali Das, Jyotisha Das, Bulti Basak, Raktimraj Roy, Dristi Naina Das, Dhritiman Saikia
And All Well Wishers...
Realising Soon
You Tube link: https://youtu.be/yAyoA9V8dQA
অসমীয়াৰ মান গামোচা ক ভৰিৰে ঠেলিয়াই আকৌ বিতৰ্কত সোমাল কৰিস্মা নাথ ।
#KarishmaNath
#assam
#nagranaam
#controversy
#welcome_to_nerim
#Alumni_Meet
#memories
#nerim
#students
#best
#diffusion_spread_your_news
"এই মৰমৰ ভাগ নহয়! মই থাকোঁতে তই কিয় আনৰ লগত নাচি আছ?" এজন ঢুলীয়াৰ ওপৰত প্ৰচণ্ড খং ৰূপহী নাচনীৰ। প্ৰেম হয়তো এনেকুৱাই, অভিমানী মনক বাধা দি ৰাখে কেনেকৈ?
#bihu
#diffusion_spread_your_news
#nasoni
#asamiyabihu
কণ্ঠশিল্পী উদ্দীপনা গোস্বামীৰ কণ্ঠত "কি নাম দি মাতিম"।
শিলসাঁকো উচ্ছেদৰ মাজত এটি কণমানিয়ে কি কৈছিল এজন পুলিচক?
#theunspoken
#openmic
#storytelling
#singing
#songs
#poetry
আজি বিশ্ব ৰেডিঅ' দিৱস উপলক্ষ্যে আলোক কুমাৰ দাসৰ ৰচনাৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ M.Ed শ্ৰেণীৰ সহকাৰী অধ্যাপিকা ড০ বিদুলা শৰ্মাৰ আবৃত্তিৰে এটি কবিতা।
'পাঠান' ছবি চাব নে অভিনেতা ৰবি শৰ্মাই ?
ছবি আৰু ৰাজনীতিক পৃথক ৰখা পোষকতা ৰবি শৰ্মাৰ।
#pathanmovie
#rabisarma
#Raghupati
কাব্যঋষি নীলমণি ফুকন দেৱৰ কবিতাপুঞ্জ 'তেজ'ৰ কেইটিমান কবিতাৰ পাঠ।
পাঠ, সম্পাদনা: ড° বিদুলা শৰ্মা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰ নিৱাসত(PNGB) বাণিজ্য বিভাগৰ স্নাতকোত্তৰ মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাক প্ৰাক্তন ছাত্ৰ লগতে বৰ্তমান শিক্ষাৰত ছাত্ৰ আবাসীৰ দলে চলোৱা অত্যাচাৰ নিৰ্যাতনৰ কথা ক'লে ভুক্তভোগী ছাত্ৰ গৰাকীয়ে নিজে ।
#dibrugarhuniversity #dibrugarh #Ragging
কিনো আৰু জ্যোতি প্ৰসাদ আগৰৱালাহে ....
আৱাহন থিয়েটাৰ ৰ এইবৰ্ষৰ নাটক "লভিতা" ক লৈ চলি থকা সমালোচনা সম্পৰ্কে নাট্যকাৰ, কবি, চলচিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া।
#himangshuprasaddas
#abhijitbhattacharya
#Labhita
#PrastutiParashar
বজালীত জান বৃদ্ধি ফাউণ্ডেচনৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্য্যসূচী।
#Janbriddhifoundation
#Educlub
#Plantation
#Bajali