Moupriy Gogoi

Moupriy Gogoi সমালোচনা কৰা মানুহৰ অভাৱ নাই কিন্তু নিজৰ সপোন বোৰপূৰ কৰিবলৈ কষ্ট কৰি যাম সদায়। 💞জয় আই অসম💞
(1)

Morninig Breakfast 🥰
26/02/2024

Morninig Breakfast 🥰

26/02/2024

2022ৰে ভিডিঅ স্মৃতি হে ৰাখিছো 2023 বছৰটো আমাৰ বহুতেই বেয়া ( ককা আৰু খুৰা ) দুয়োজনকে হেৰুৱালো😭 ইয়াতকৈ দুখ আৰু নাই 😔 ভিডিঅটোত দুয়োজনেই আছে কবলে ভাষাই নাই 😒

প্ৰিয় সাজ যোৰ 😘
25/02/2024

প্ৰিয় সাজ যোৰ 😘

25/02/2024

পুৱাৰ সূৰুয গাৱৰ জীৱন

24/02/2024

কৰ্মই ধৰ্ম ,,,
মা আইৰ সমান হব কোন নৈৰ সমান বব কোন যিমান যি হলেও নিজৰ কৰ্তব্য কৰিবই ।।
মাছ বাছি আছে 😚

24/02/2024

শ্ৰী শ্ৰী মহা শিৱৰাত্ৰিৰ উপলক্ষে ৰাজহুৱা নামঘৰত ভাওনাৰ আখৰা চলি আছে

23/02/2024

আজি দুপৰীয়াৰ ভাত সাঁজ

23/02/2024

কষ্টৰ ফল মিঠা ইয়াৰ ফল এদিন হয়তো পাব

22/02/2024

নিজৰ ইনকামৰ পইছাৰে জীৱনৰ প্ৰথম বজাৰ কৰিলো 🤗
ধন্যবাদ আপোনালোকক মৰম দিয়াৰ বাবে

21/02/2024

অতি সাধাৰণ গাৱঁলীয়া খাদ্য মানিমুনি, বিন ,আলু,বিলাহী তৃপ্তিৰ এসাঁজ

21/02/2024

ভূল নুবুজিব চাওকচোন মানবী জীৱন আজি আছো কালি কি হব কোনেও নাজানে গতিকে জীয়াই থাকোতে ইমান অহংকাৰ কৰি কি লাভ

20/02/2024

আবেলিৰ চাহ একাপ আৰু গৰম পকৰী লগত সৰু সৰু সুখ বোৰ স্মৃতি ৰোমন্থন বাবে সাচি ৰাখিলো

19/02/2024
19/02/2024

আমাৰ দেওবাৰৰ দিনটোৰ ইটো সিটো গাঁৱলীয়া জীৱন

18/02/2024

আমাৰ দিনটোৰ সময়বোৰ 🫠
সাধাৰণ কিন্তু মৰম চেনেহৰে পৰিপূৰ্ণ

I've received 30,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉
18/02/2024

I've received 30,000 reactions to my posts in the past 30 days. Thanks for your support. 🙏🤗🎉

17/02/2024

গাঁৱলীয়া খাদ্য মানিমুনি আলু দি মাছ ৰাতিৰ ভাতসাঁজ সধাৰণ কিন্তু তৃপ্তিৰ

16/02/2024

হাহঁৰ সজা বনাই আছে দেউতাই সুপ্ৰভাত সকলোকে

15/02/2024

মাননীয় মুখ্য মন্ত্ৰী ডাঙৰীয়াক আদৰণি ৰজাপুখুৰীলৈ উদুলি মুদুলি পৰিবেশ

15/02/2024

আবতৰীয়া আম পদিনা ভোটজলকীয়া দি

14/02/2024

সৰস্বতী পূজাৰ দিনটো এনেকৈ গাঁৱৰে স্কুল খনত সৰুতে পঢ়া

14/02/2024

পোৱালী আগৰে ভিডিঅ কিমান হেঁপাহ vedio বনাবলে

Shout out to my newest followers! Excited to have you onboard! Simanta Bora, Anil Kalita, Baivabi Bhattacharya, Assami B...
14/02/2024

Shout out to my newest followers! Excited to have you onboard! Simanta Bora, Anil Kalita, Baivabi Bhattacharya, Assami Bora, Monika Gogoi, Paramita Ghosh Majumder, Rekha Devi, Wis Munu Saikia, পলাশ ভূঞা, Mridul Nath, Gitika Barman, Prahald Piru, Kameswar Das, Datari Bag, কে কে হালৈ, Amit Tanti, Sabita Kumari, Moni Mala Saikia, Sanjit Malakar Sanjit, Bina Buragohain, Jondeep Das, Amar Saikia Amarsaikia, Keshab Spb, পিংকি বুঢ়াগোহাঁই, Ranjita Rabha, Moina Sunali Phukan, Priya Priyanka Sharma, Rinku Deka, Raghu Das, Md Farid, Muna Baishya, Rupali Rupali Urang, Rekha Moni Saikia, Kaylash Das, Lalsan Ali, Eramani Sarma, Bipul Gogoi, Bhaskar Nath, Rajeswar Sonowal, Assam Chakra, Biki Das welcom

14/02/2024

I gained 1,117 followers, created 114 posts and received 29,943 reactions in the past 90 days! Thank you all for your continued support. I could not have done it without you. 🙏🤗🎉

13/02/2024

জয় দুৰ্গা দেৱী মা জীৱন্ত ৰূপ সুন্দৰ অভিনয়

13/02/2024

গৰৈ মাছৰ লগত পুৰা বেঙেনা পিটিকা গাঁৱলীয়া জীৱন

12/02/2024

মাটি পেলাইছে ফচি গল টেক্টৰ কোমল জেগা

12/02/2024

নৰসিংহ পাতে দি মাছৰ পিটিকা

আজিৰ ভাত সাঁজ সৰু মাছ, বেঙেনা গৰৈ মাছ পিটিকা লগত সৰু মাছ ভাজি ,বিলাহী আলু গাঁৱলীয়া খাদ্য
11/02/2024

আজিৰ ভাত সাঁজ সৰু মাছ, বেঙেনা গৰৈ মাছ পিটিকা লগত সৰু মাছ ভাজি ,বিলাহী আলু গাঁৱলীয়া খাদ্য

11/02/2024

আলু বিলাহী দি সৰু মাছ গাৱঁৰ সাধাৰণ মানুহৰ জীৱন
#গাৱলীয়

Address

Guwahati
781008

Website

Alerts

Be the first to know and let us send you an email when Moupriy Gogoi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share

Nearby media companies