Ma tv

Ma tv Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ma tv, Social Media Agency, Guwahati.

30/07/2023

গৌৰীপুৰৰ আলমগঞ্জ ষষ্ঠ খণ্ড অষ্টমীৰচৰ গাওঁৰ 49 বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ।

23/12/2022

মৌ উৎপন্ন কৰাৰ দৃশ্য ৷

13/11/2022
অতি শীঘ্ৰে আহি আছে আপোনালোকৰ সাংবাদ চেনেল ...D News EXPRESS 365
14/10/2022

অতি শীঘ্ৰে আহি আছে আপোনালোকৰ সাংবাদ চেনেল ...D News EXPRESS 365

07/10/2022

আজি পূব কলগাছিয়াত ৭৫ হাত বাইছেৰ নাও উদ্বোধন অনুষ্ঠানত হাজাৰ হাজাৰ নাও প্ৰেমিক অনুৰাগীৰ আনন্দৰে ভৰি পৰিছে ।

06/10/2022

বৰপেটা জিলাৰ পূব কলগাছিয়াত আটাইতকৈ দীঘল বাইছেৰ নাও জলপৰী এক্সপ্ৰেছ ।

02/10/2022

বলাইপাথাৰ ছলু বজাৰৰ নাও খেলত কঁকাল ভাঙি নাছিলে এজন অনুৰাগীয়ে ।

30/09/2022

ধুবুৰীত ব্রহ্মপুত্রৰ বুকুত নাও দুৰ্ঘটনা
কোবাল সোঁতত নিয়ন্ত্রণ হেৰুৱাই ডুব যায় নাওখন।

30/09/2022

নগাঁওত ওলাইছে অদ্ভূত মানুহ

30/09/2022

কলগাছিয়া অন্তৰ্গত বলাইপাথৰ ছলু বজাৰত নাও খেল আয়েজন কৰিছে খেলৰ তাৰিখ :০২/১০/২০২২ ইং ৰবিবাৰ ।

29/09/2022

পূব কলগাছিয়াত ৭৬ হাত এখন বাইছেৰ নাও
বনোৱাৰ দৃশ্য ।

24/09/2022

আগন্তক 20,21আৰু 22 অক্টোবৰত কলগাছিয়া,লৈ আহি আছে থিয়েটাৰ সূৰ্য ।

17/09/2022

National Unemployment day
Organised by Jania Assembly Youth Congress

07/09/2022

আজি বৰপেটা লোকসভাৰ সন্মানীয় সাংসদ Abdul Khaleque ডাঙৰীয়াই কাবাইটাৰীত অৱস্থিত চৰকাৰে অবৈধ বাবে ভাঙি দিয়া মাৰ্কাজুল মা-আৰিফ মাদ্ৰাছাখন পৰিদৰ্শন কৰে আৰু স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰে।

18/08/2022

আজি কলগাছিয়া ৰূপসী ICDS Project ৰ উদ্যোগত বৰপেটা সন্মানীয় সাংসদ Abdul Khaleque ডাঙৰীয়াৰই দীব্যাংগ ব্যাক্তি সকলৰ মাজত হুইল চিয়াৰ বিতৰণ কৰে ।

17/08/2022

বৰপেটাৰ মাননীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াৰ গুৰুত্বপূৰ্ণ ভাষণ ।

15/08/2022

ৰূপসী খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় কলগাছিয়াত 76 তম স্বাধীনতা দিৱস উদযাপন কৰে বৃটিছৰ অপশাসনৰ পৰা মুক্তি পাবলৈ স্বাধীনতা সংগ্ৰামত অংশ লৈ যি সকলৰ তেজ আৰু ত্যাগৰ বলিদানৰ বাবে আমাৰ দেশে স্বাধীনতা লাভ কৰিলে সেই মহান স্বাধীনতা সেনানীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰি সকলোলৈকে ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ ।

জয় হিন্দ…

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি   #স্বাধীনতাৰ_গৌৰৱময়_যাত্ৰা  অনুষ্ঠান ।Abdul Khaleq  Jakir Hussain Sikdar Abdur Ra...
15/08/2022

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত আজি #স্বাধীনতাৰ_গৌৰৱময়_যাত্ৰা অনুষ্ঠান ।

Abdul Khaleq
Jakir Hussain Sikdar
Abdur Rahim Ahmed
Ratul Kalita

14/08/2022

আজি বাঘবৰ সমষ্টি মন্দিয়া ৰাজীৱ ভৱনত বৰপেটা মাননীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াই গৌৰৱময় যাত্ৰাত অংশগ্ৰহণ কৰে।আৰু সকলো কংগ্ৰেছ কৰ্মী আৰু ৰাইজক সম্বোধন কৰে আৰু কিছু সময় মূল্যবান ভাষণ দিয়াৰ মুহূৰ্ত।

আজি বৰপেটা মাননীয় সাংসদ  #আব্দুল খালেক ডাঙৰীয়া আৰু বিধায়নী  #নন্দিতা দাস ডাঙৰীয়ানী  কামৰূপ গাম্য জিলা কংগ্ৰেছ কমিটিৰ উদ্...
13/08/2022

আজি বৰপেটা মাননীয় সাংসদ #আব্দুল খালেক ডাঙৰীয়া আৰু বিধায়নী #নন্দিতা দাস ডাঙৰীয়ানী কামৰূপ গাম্য জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বোকো সমষ্টিত #স্বাধীনতাৰ_গৌৰৱময়_যাত্ৰা অনুষ্ঠানত উপস্থিত থাকে ।

13/08/2022

আজাদী কা অমৃত মহোৎসৱ উপলক্ষে কলগাছিয়া Radiance academyৰ বৃহত সমদল।

আজি বৰপেটা মাননীয় সাংসদ  #আব্দুল খালেক ডাঙৰীয়াই কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত ৰঙিয়া বিধান সভা সমষ্টিৰ স্বা...
12/08/2022

আজি বৰপেটা মাননীয় সাংসদ #আব্দুল খালেক ডাঙৰীয়াই কামৰূপ গ্ৰাম্য জিলা কংগ্ৰেছৰ উদ্যোগত আয়োজিত ৰঙিয়া বিধান সভা সমষ্টিৰ স্বাধীনতাৰ গৌৰবময় যাত্ৰাত অংশগ্ৰহণ কৰে ।

আজি বৰপেটা লোকসভাৰ সন্মানীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াই নতুন দিল্লীত ৰাজ্য সভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বি...
11/08/2022

আজি বৰপেটা লোকসভাৰ সন্মানীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াই নতুন দিল্লীত ৰাজ্য সভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহ আৰু বিত্ত মন্ত্ৰী শ্ৰী পি চিতাম্বৰম ডাঙৰীয়াৰ সৈতে এক আলোচনাত মিলিত হয়।

10/08/2022

ৰূপসী ব্লক কংগ্ৰেছৰ কমিটিৰ উদ্যোগত স্বাধীনতা গৌৰৱময় যাত্ৰা ।

 #আজাদী_কী_গৌৰৱ_যাত্ৰা বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে অহা 9 আগষ্টৰ পৰা 14 আগষ্টলৈ বৰপেটা জিলাৰ অন্তৰ্গত আটাইকেইটা সমষ্টি সা...
07/08/2022

#আজাদী_কী_গৌৰৱ_যাত্ৰা
বৰপেটা জিলা কংগ্ৰেছ কমিটিয়ে অহা 9 আগষ্টৰ পৰা 14 আগষ্টলৈ বৰপেটা জিলাৰ অন্তৰ্গত আটাইকেইটা সমষ্টি সামৰি 75 কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি "আজাদী কী গৌৰৱ যাত্ৰা" শীৰ্ষক নামৰে কাৰ্যসূচী ৰূপয়ান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই কাৰ্যসূচীৰ অংশ হিচাপে অহা 10 আগষ্টত জনিয়া সমষ্টিৰ কলগাছিয়াৰ পৰা জনিয়ালৈ "আজাদী কী গৌৰৱ যাত্ৰা" শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰা হব ।
#আব্দুল খালেক জিন্দাবাদ
ভাৰতীয় জাতীয় কংগ্ৰেছ জিন্দাবাদ ।

আজি দিল্লীত বৰপেটাৰ মাননীয় সাংসদ ABDUL KHALEQUE ডাঙৰীয়াই । বৰ্ধিত মূল্যবৃদ্ধি আৰু জি এছ টিৰ প্ৰতিবাদ কৰাৰ বাবে আজি আকৌ দ...
05/08/2022

আজি দিল্লীত বৰপেটাৰ মাননীয় সাংসদ ABDUL KHALEQUE ডাঙৰীয়াই । বৰ্ধিত মূল্যবৃদ্ধি আৰু জি এছ টিৰ প্ৰতিবাদ কৰাৰ বাবে আজি আকৌ দিল্লী পুলিচৰ দ্বাৰায় কৰায়ত্ত কৰে মাননীয় সাংসদ Abdul Khaleq ডাঙৰীয়া আৰু বিভিন্ন ধৰণৰ কংগ্ৰেছী নেতা কৰ্মী সকল ।
Rahul Gandhi zindabad
Congress Zindabad
Abdul Khaleq zindabad।

Address

Guwahati
781008

Telephone

+918011138804

Website

Alerts

Be the first to know and let us send you an email when Ma tv posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ma tv:

Videos

Share

Nearby media companies



You may also like