Ishan News Digital

Ishan News Digital We are proud to announce that we have been a part of the digital media and entertainment industry for almost years.

We have been able to establish ourselves as a
reliable news portal since 15th August 2019.We strive to bring unbiased facts and quality and creative and have engaged professionals with years of experience in Digital Media. Since our establishment on 15th August 2019, we have worked tirelessly to build a reputation as a trustworthy news portal. We understand the importance of providing unbiased in

formation to our audience, and we are committed to delivering accurate and reliable news. In an era where digital media is rapidly expanding, we strive to stand out by offering high-quality and creative content. Our team of professionals has years of experience in the field of digital media, ensuring that we maintain the highest standards of disciplined journalism. We believe that by bringing together a team of experts, we can provide our audience with the most comprehensive and insightful news coverage. Our dedication to excellence has allowed us to gain the trust and loyalty of our ever-growing digital audience. We are grateful for the support we have received and are excited to continue our journey as a leading news portal in the digital media landscape. Thank you for choosing us as your source of news and entertainment. We look forward to serving you with unbiased facts and engaging content for many more years to come.

26/11/2024

জামিন লাভ কৰিলে বিশাল ফুকন, তাৰ্কিক বৰা আৰু স্বপ্ননীল দাসে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন।

26/11/2024

মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহা ৰজত জয়ন্তীলৈ শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ।

26/11/2024

পোন প্ৰথম বাৰৰ বাবে কলাইগাঁৱত প্ৰদৰ্শন হ'ল জীৱন্ত ৰাস। ১১ দিনীয়াকৈ অনুস্থিত হৈছে এই ৰাস।

26/11/2024

ৰাজপথত OCৰ হাতত প্ৰহৃত জ্ঞানদ্বীপ হাজৰিকালৈ USTM ৰ চাকৰি । SECTIONAL OFFICERৰ হিচাপে নিযুক্তি লাভ কৰিলে জ্ঞানদ্বীপে

26/11/2024

আপোনাৰ পান কাৰ্ডখনক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । শীঘ্ৰেই উপলব্ধ হ'ব PAN 2.0

26/11/2024

সংবিধান দিৱস উপলক্ষে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ ভাষণ LIVE

26/11/2024

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পদত্যাগ

26/11/2024

সোণাৰিৰ অসম-নগালেণ্ড সীমান্তত আতংকময় পৰিৱেশ। সোমবাৰে সন্ধিয়া অসমৰ ভূমিত প্ৰৱেশ কৰি সন্দেহযুক্ত নগা দুৰ্বৃত্তই অপহৰণ কৰিছিল এজন ব্যৱসায়ীক। সীমান্তৰ নামতোলা আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দুৰত্বৰ পৰাই অপহৃত হৈছিল মোছলেখউদ্দিন নামৰ ব্যৱসায়ীগৰাকী।

26/11/2024

কলিয়াবৰৰ চাহ বাগিচাৰ ৫নং লাইনত বাঘৰ আক্ৰমণত এজন আহত।
আহত লোকজন বিৰলা মুণ্ডা (৩৫)।

25/11/2024

আই এ এছ এছ টিয়ে ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীৰ ITIত অনুষ্ঠিত হ'ব আই আই এছ এফ-২০২৪ৰ ৰাজহুৱা প্ৰচাৰ কাৰ্যসূচী। সামগ্ৰিকভাৱে আই এ এছ এছ টিৰ কৃতিত্ব, বিকশিত প্ৰযুক্তিবিদ্যা, প্ৰডাক্টছ এণ্ড টেকন'লজিকেল সেৱাৰ ক্ষেত্ৰত জ্ঞান প্ৰচাৰৰ উদ্দেশ্যে অনুষ্ঠিত হ'ব এই কাৰ্যসূচী।

25/11/2024

২০২৫ চনৰ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। ঘোষণা হ'ল মেট্ৰিক পৰীক্ষাৰ সময়সূচী।

25/11/2024

সোণাপুৰৰ কপালকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুই বাইক আৰোহী।

25/11/2024

মাজুলীত সমূহীয়া মৎস চিকাৰ
চিতাদাৰৰ দলঙা বিলত চলিছে মৎস চিকাৰ

25/11/2024

প্ৰথম দিনাই উত্তাল সদন
আৰম্ভণিতেই হুলস্থুলীয়া পৰিৱেশ
উত্তপ্ত পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী মোদীৰ কটাক্ষ বিৰোধীক

25/11/2024

এতিয়া আঘোণ। আঘোণ মানেই যেন শাওঁণৰ সপোনে বাস্তৱ ৰূপ লোৱাৰ সময়। ঐনিতমৰ সুৰ তুলি সোণগুটি চপোৱাত ব্যস্ত মিচিং ডেকা-গাভৰু।

25/11/2024

বাইহাটা চাৰিআলিৰ কমলপুৰৰ দ্বিগুণপাৰত অগ্নিকাণ্ড

25/11/2024

শোণিতপুৰৰ ৰঙাপৰাত প্ৰৱেশ বন্যহস্তীৰ জাকৰ৷

Address

ISHAN NEWS, SAGAR BIZZ PLEX, 2ND FLOOR, GS Road, Ulubari
Guwahati
781007

Alerts

Be the first to know and let us send you an email when Ishan News Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Ishan News Digital:

Videos

Share

Nearby media companies


Other Media/News Companies in Guwahati

Show All