খাটিয়ামাৰীত অহা কালি শনিবাৰ 22 তাৰিখতো অনুষ্ঠিত হ'ব Slow Bike racing competition.
ৰাতিপুৱা 9 বজাৰ পৰা অনুষ্ঠিত হ'ব এই খেল। নতুন Racer ও জইন হ'ব পাৰিব। ভৰ্তি মাচুল 100 টকা। প্ৰথম পুৰস্কাৰ ড্ৰেচিং আইনা এখন আৰু দ্বিতীয় পুৰস্কাৰ এখন Keypad LAVA Mobile.
ৰূপহীহাটত ৰেল বিভাগৰ উচ্ছেদ অভিযান।
#RUPAHIHAT #RAILWAY_POLICE_AVOCATION
*BREAKINGNEWS
ৰূপহীহাটত ৰেল বিভাগৰ উচ্ছেদ অভিযান।ৰেলৱা মাটিত দোকান পোহাৰ ঘৰ দুৱাৰ বনাই বেদখল কৰি আছিল বহুলোকে। ৰূপহীহাটৰ থানাৰ সন্মুখত ভাগত ৰেলোৱা ভূমিত ৰেলৱে আৰক্ষী প্ৰশাসনৰ উচ্ছেদ অভিযান। কিছুদিন পূৰ্বে ৰেলৱা মাটি দখল কৰা লোকসকলক উঠি যাবলৈ জাননী প্ৰেৰণ কৰিছিল ৰেল বিভাগৰ পৰা। জাননী পাই বহু লোকে নিজে নিজেই ৰেলোৱা ভূমি খালি কৰি গুচি যায় যদিও, কিছু সংখ্যক লোকে দোকান চলাই গৈ আছিল ৰেলৱা ভূমিত।
শোণিতপুৰ জিলাৰ বুঢ়াচাপৰিত অবৈধ বাবে গৃহ নিৰ্মাণ কৰা লোকক বন কৰ্মীয়ে গুলিয়াই নিহত কৰা ঘটনা সন্দৰ্ভত ধিংৰ বিধায়ক আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া
সাংবাদিক ৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ আৰু মিছা এজাহাৰ সন্দৰ্ভত নগাঁও জিলাৰ টুকটুকীত সাংবাদিকৰ সংবাদ মেল।
মাজৰচৰৰ জলজলী নৈত নিখোজ 55 বছৰীয়া লোক। লোকজন মাজৰচৰ নিবাসী মাহাম্মদ আলী (পিতা নৈমদ্দিন মণ্ডল) এক মৰ্মান্তিক পৰিবেশ।এছডিআৰএফ বাহিনীৰ লেজাৰ চেকিং লাইভ।
মাজৰচৰৰ জলজলী নৈত নিখোজ 55 বছৰীয়া লোক। লোকজন মাজৰচৰ নিবাসী মাহাম্মদ আলী (পিতা নৈমদ্দিন মণ্ডল) এক মৰ্মান্তিক পৰিবেশ।
মাজৰচৰৰ জলজলী নৈত নিখোজ 55 বছৰীয়া লোক। লোকজন মাজৰচৰ নিবাসী মাহাম্মদ আলী।এক মৰ্মান্তিক পৰিবেশ।
মাজৰচৰৰ জলজলী নৈত নিখোজ 55 বছৰীয়া লোক। লোকজন মাজৰচৰ নিবাসী মাহাম্মদ আলী (পিতা নৈমদ্দিন মণ্ডল) এক মৰ্মান্তিক পৰিবেশ। লোকে লোকাৰণ্য জলজলীৰ পাৰ।
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰত পকীপথ নিৰ্মাণৰ নামত কি চলিছে।
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰত পকীপথ নিৰ্মাণৰ নামত কি চলিছে। পৃথিৱীৰ কতো নেদেখা কাম চৰত চলিছে।
কাৰাইখাইতিত নাবালিকাৰ চিপ লৈ আত্মহত্যা। চিপ লৈ আত্মহত্যা নহয়, মাতৃ পৰিয়ালৰ লোকে ষড়যন্ত্ৰমূলক ভাবে হত্যা কৰাৰ সন্দেহ পিতৃ পৰিয়ালৰ। কন্যাৰ মৃতদেহ পিতৃৰ কবৰৰ কাষতে কবৰস্থ কৰিব বিচাৰে পিতৃ পৰিয়ালৰ লোকে। কাৰাইখাইতি চৰত আত্মহত্যা কৰা 15 বছৰীয়া নাবালিকাক প্ৰেমজনিত কাৰণত মাতৃ পৰিয়ালৰ লোকে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাৰাইখাইতি চৰত যোৱাকালি দিনৰ ভাগত চিপ লৈ আত্মহত্যা কৰে মৰহুম আব্দুল লতিফৰ কন্যা মেৰিনা খাতুনে ।
এপ্রিল, মে', জুন মাহে সুলভ মূল্যৰ চাউলৰ পৰা বঞ্চিত দুখীয়া- দৰিদ্ৰ সাধাৰণ জনতাৰ তীব্ৰ প্ৰতিবাদ।
বাঘমাৰা চৰ আৰু বাঘবৰ সমবায় সমিতিৰ ক'লা পৃষ্ঠা।
# দুৰ্নীতিয়ে যেন লগ এৰা নাই বাঘবৰ আৰু বাঘমাৰাচৰ সমবায় সমিতিৰ।
#এপ্রিল, মে', জুন মাহে সুলভ মূল্যৰ চাউলৰ পৰা বঞ্চিত দুখীয়া- দৰিদ্ৰ সাধাৰণ জনতা।
# উপায়ন্তৰ হৈ এইবাৰ সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।
#বাঘবৰ সমবায় সমিতি হায়,যোগান বিভাগ হায় হায়, যোগান মন্ত্ৰী হায় হায়, যোগান বিভাগৰ দুৰ্নীতি নচলিব আদি শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদ স্থলী।
#কিয় বাৰে বাৰে বঞ্চিত হৈ আছে সাধাৰণ জনতা চাউল-দাইল আদিৰ পৰা..?
#কোন কোন জড়িত হৈ আছে বগা চাউলৰ ক'লা বেহাৰ লগত।
#কাৰ কাৰ হাত আছে দৰিদ্ৰ জনতাৰ মুখৰ আহাৰ কাঢ়ি লোৱাত?
# সকলো জালিয়াতি পোহৰলৈ আহিবনে?
#নেকি আন আন বাৰৰ দৰে তদন্তৰ পিছত মাটিচাপা দি ৰেহাই দিয়া হব দুৰ্নীতিৰ মহানায়ক, দুখীয়াৰ মুখৰ আহাৰ আত্মসাৎ কৰা সকলক।
#এয়া সময়ত হে হব লক্ষ্যনীয়।
#BREAKING মৰঙীত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গগৈ। প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক কতাক্ষ্। মৰঙীৰ দৈগ্ৰোঙস্থিত ৰাজীৱ ভৱনত উপস্থিত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গগৈ।দৈগ্ৰোঙত উপস্থিত হৈ নিৰ্বাচনী আয়োগ, প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰোমান ইতিহাসৰ অহংকাৰী ৰজা নেৱাৰ লগত তুলনা গৌৰৱ গগৈৰ।
নুমলীগড়ৰ পৰা অতুল বৰা।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ সমষ্টিৰ অন্তৰ্গত ভুৰাকাটাত এগৰাকী বোৱাৰী চীপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মানকাচৰৰ বাঘাৰচৰ গাওঁৰ ছুৰত উল্লা সেখৰ ছোৱালী ছবুৰা খাতুনৰ লগত ভুৰাকাটা গাওঁৰ ৰেকিব খন্দকাৰৰ লগত বিবাহ হয় যদিও বিবাহ পিছৰ পৰাই ঘৰুৱা কাজিয়াৰ সূত্ৰপাত আৰম্ভ হয়।ইয়াৰ মাজতেই আজি ছবুৰা খাতুনৰ চীপ লৈ আত্মহত্যা কৰাৰ পিছতেই ছবুৰা খাতুনৰ পৰিয়ালত আৰম্ভ হৈছে সন্দেহৰ । ঘটনা স্থলীত কালাপানী আৰক্ষী আৰু কাৰ্য্যবাহী দণ্ডাধীশ জ্ঞান জ্যোতি দত্ত উপস্থিত হৈ মৃত্যু দেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰিবলৈ যোজা আৰম্ভ কৰিছে।
সদ্য সমাপ্ত মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছ নেতা ত্ৰিদিপ কলিতাৰ।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ সভাপতি নৱজ্যোতি তালুকদাৰ প্ৰতিক্ৰিয়া।
এইজন চোৰক চিনি থওক। ঘৰ ভাতনাপাইতি। চুৰি পেছাত পাকৈত কিন্তু বাৰে বাৰে ধৰা খোৱা ইয়াৰ অভ্যাস। ধৰা পৰিলেও অত্যাধিক নৰ্মেল আৰু শাসন কৰিবলৈ আপোনাৰো মন নাযাব। যতে ৰাতি ততেই কাতি। ইয়াৰ গাৰ্জিয়ানেও অপাৰক কাৰণ ইয়াৰ চোৰ ৰোগে ধৰিছে। গতিকে ইয়াক কৰবাত দেখা পালে সাৱধান হোৱাই শ্ৰেয়।
চেঙা সমষ্টিৰ খোলাবান্ধাৰ আদুৰিপাৰাত গাঠিৰ ধন খৰচ কৰি প্ৰতি বছৰৰ দৰে এই বছৰো বৃহৎ বাহৰ সাকোঁ নিৰ্মাণ সাধাৰণ ৰাইজৰ। বিধায়ক আশ্ৰাফুল হুছেইন আৰু ডিচি আয়ুষ গাৰ্গ মহোদয়ক যাতায়াত ব্যৱস্থা কৰিবলৈ আহ্বান। #dcbarpeta #DCBarpeta #AyushGarg #ashrafulhussain
বিশ্বনাথ ঘাটৰ নতুন গাওঁ আৰু পুৰণি গাওঁত পুৱাই গজৰাজৰ পদাৰ্পণ। আজি দুদিন ধৰি বিশ্বনাথ ঘাটৰ নদী কাষৰীয়া অঞ্চলত থিতাপি লৈ আছিল হাতী কেইটাই । কিন্তু আজি পুৱাই হাতী কেইটাই প্ৰৱেশ কৰে গাওঁত আৰু এক উত্তেজিত পৰিৱেশৰ সৃষ্টি হয়। বন বিভাগৰ দলে বহু চেষ্টা কৰিও সাৰ্থক হোৱা নাই হাতীৰ জাকটো খেদিবলৈ ।
বৰপেটা জিলাৰ ডিচি আয়ুষ গাৰ্গ ডাঙৰীয়াই ৰাইজলৈ ফেচবুক পেজ যোগে বিশেষ বাৰ্তা।