Axom Barta 24

Axom Barta 24 Axom Barta 24 is first of its kind fully dedicated digital news media from North East ushering arav

04/02/2024

👉 প্ৰধানমন্ত্ৰী জনসভা পিছত এইদৰে দেখা গল এজন মন্ত্ৰীক।।

19/12/2023

👉 মৰাণ নগৰত টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)-ৰ উত্তাল প্রতিবাদ।

👉 আহোমলেও প্রদান আৰু টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা প্ৰদানৰ দাবীত এই প্রতিবাদ।

এছিয়ান গেমছত ৰূপৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়ালে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ।৭৫ কেজি শাখাত চীনৰ লি কিউয়ানৰে ফাইনেলত মু...
04/10/2023

এছিয়ান গেমছত ৰূপৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়ালে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ।

৭৫ কেজি শাখাত চীনৰ লি কিউয়ানৰে ফাইনেলত মুখামুখি হৈছিল অসম কন্যা লাভলীনা।

29/08/2023

# ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত তৃতীয় বাৰ্ষিক সদৌ অসম ভাওনা সমাৰোহ আয়োজন।
# অহা ২৮ অক্টোবৰ পৰা ২ নৱেম্বৰ লৈকে অনুষ্ঠিত হব এই ভাওনা সমাৰোহ ।

29/08/2023

মহাৰত্ন সন্মানেৰে সন্মানিত হল অইল ইণ্ডিয়া লিমিটেড ।
কম সময়ৰ ভিতৰতে দুলীয়াজান বাসীয়ে লাভ কৰিব এখন সর্বাংগ সুন্দৰ চহৰ ।

26/08/2023

23 আগষ্ট, 2023 মানৱ ইতিহাসৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। এই দিনটোক এতিয়া ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস বুলি কোৱা হ'ব।

20/08/2023

# চাইকেলেৰে লাডাখ লৈ যাত্ৰা কৰিব টিংখংৰ দুই যুৱক ।
# অহা ২১ আগষ্টত হব লগীয়া যাত্ৰাত কেবিনেট মন্ত্ৰী বিমল বৰাই জনালে শুভেচ্ছা।
# টিংখংৰ নাহৰ পৰা বৰবিল গাঁওৰ দুই যুৱক অভিলেখ সন্দিকৈ আৰু প্ৰভাত তাঁতী লৈ আহক আমি শুভেচ্ছা জনাও।

14/08/2023

👉 স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত টিংখাঙত আৰক্ষীৰ ব্যাপক তালাচি অভিযান।

13/08/2023

📌 টিংখাং কুঁৱৰীগাঁও এগৰাকী প্ৰতিভা সম্পন্ন যুৱতীক লাগে আপোনাৰ পৰা সঁহাৰি।
📌 ৰাষ্ট্ৰীয় মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ এগৰাকী যুৱতীৰ নাম তাইৰ স্নেহা কোঁৱৰ।
📌প্ৰতিযোগিতাত জয়ী হবলৈ হলে আপোনালোকে দিব লাগিব ভোট।
📌 ভোট দিবলৈ হলে আপুনি আপোনাৰ ফোনৰ পৰা 57575 নম্বৰত SMS দিয়ক "ALEE SNEHA KONWAR".
📌 সুন্দৰ প্ৰতিভাক আমি এটা মেচেজৰ জৰিয়তে আগবঢ়াই যদি দিব পাৰোঁ । তেন্তে কিয় ৰৈ থাকিব লাগে। এতিয়াই মেচেজ কৰক আৰু জয়ী কৰক লগতে এই ভিডিঅ আন দহ জনক share কৰক যাতে তাইৰ এই খবৰটো আন দহ জনে পাই আৰু ভোট দিবলৈ যাতে সুবিধা পায়।

11/08/2023

টিংখাঙত জনজাতিকৰণ আৰু মূল্যবৃদ্ধি ৰোধৰ দাবীত আটাছুৰ উত্তাল প্ৰতিবাদ।

# মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।

10/08/2023

#অসমবাৰ্তা24 সংগীতৰ মহাৰণ ইণ্ডিয়ান আইডলৰ বাবে সাজু টিংখাঙৰ এগৰাকী উদীয়মান কন্ঠশিল্পী।।

09/08/2023

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত বিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যক্ষ, অধ্যাপক , শিক্ষক, কৰ্মচাৰীয়ে সদস্য পদ গ্ৰহণ কৰাক লৈ ৰাজ্যযুৰি প্ৰতিবাদ হৈ থকাৰ মাজতে টিংখংত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে টিংখং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা টিংখং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক অনুপ ফুকনে । #অসমবাৰ্তা24

02/08/2023

👉 অমৃত গছৰ গতি প্ৰকৃতি সুৰক্ষা আৰু ১ কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি।
👉 ৰোপণৰ দ্বাৰা ৰাজ্যৰ বৃক্ষ অৰ্থনীতিৰ বিকাশৰ লক্ষ্যৰে একান্ত প্রচেষ্টা।
👉 অমৃত বৃক্ষ্যা আন্দোলনৰ থিম গীত, ২০২৩ উপস্থাপন।

30/07/2023

খিলঞ্জীয়া_অসমীয়া ব্যৱসায়ীক চোকা অস্ত্ৰৰে ঘপিয়াবলৈ অহা বিহাৰীক বীৰ লাচিত সেনা অসমৰ উত্তম মাধ্যম।

30/07/2023

কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মান্য কৰি কিছু বিশেষ কাৰণত আগৰ ভিডিঅ' ডিলিট কৰা হৈছে।। ক্ষমা কৰিব সম্পূৰ্ণকৈ ঘটনাক উপস্থাপন কৰিব নোৱাৰিম। 🙏

আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, এইয়া আমাৰ চিধা কথা।
"প্ৰজা হৈ অসমত আহি ৰজা হবলৈ চেষ্টা নকৰিলেই ভাল,,
"খাদ্য, বস্ত্র, বাসস্থান দিয়া হৈছে ইমানতে সন্তুষ্ট থাকিলে ভাল,,
এই মজিয়াৰ পৰাই সকলো অনা-অসমীয়াক সকীয়াই দিয়া হ'ল।
এইয়া আমাৰ ইস্পষ্ট কথা ✊
আজি #বেলতলাত দাদাগিৰি দেখুওৱা বিহাৰীক দৌৰাই দৌৰাই ডট ডট ডট ডট
বঙাইগাঁওৰ #খিলঞ্জীয়া_অসমীয়া ব্যৱসায়ীক চোকা অস্ত্ৰৰে ঘপিয়াবলৈ অহা বিহাৰীক বীৰ লাচিত সেনা অসমৰ উত্তম মাধ্যম।। শেষত পুলিচক গতাই দিয়া হয়।। অসমীয়া সুৰক্ষিত হবই লাগিব।

22/07/2023

দিছপুৰৰ জনতা ভৱনত সংবাদমেল।

17/07/2023


👉 ড্ৰাগছৰ বিৰুদ্ধে অসম

ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ বাবে আমাৰ অদম্য প্ৰচেষ্টাৰ আজি এক ঐতিহাসিক মাইলৰ খুঁটি। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী অমিত শ্বাহ জীৰ উপস্থিতিত সমগ্ৰ দেশতে *২,৩৭৮ কোটি মূল্যৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হৈছে।

এই গুৰুত্বপূৰ্ণ উপলক্ষে অসম আৰক্ষীয়ে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ত ২২৩ কোটি মূল্যৰ ড্ৰাগছ ধ্বংস কৰি উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

ধ্বংস হোৱা পৰিমাণ তলত দিয়া ধৰণৰ:

গাঞ্জা: ৩১৫৪.৪৪ কেজি

হেৰ’ইনঃ ৭.২৫২ কেজি

টেবলেট: ১,৮৬,০০০

ব্ৰাউন চুগাৰৰ কেঁচামাল: ৮৪৩ গ্ৰাম

কাহৰ চিৰাপ: ২০০৪৩ বটল আফিং: ২২৩০.২৬ গ্ৰাম

17/07/2023

👉 টিংখাঙৰ নীলমণিত সন্ত্ৰাস সৃষ্টি কৰা বন ৰজা পিঞ্জৰাবদ্ধ ।

# দীৰ্ঘদিন ধৰি টিংখাঙৰ নীলমণি চাহ বাগিছাৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহত সন্ত্ৰাস সৃষ্টি কৰি অহা এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ অৱশেষত পিঞ্জৰাবদ্ধ হয় ।

# বাঘটো পিঞ্জৰাবদ্ধ হোৱাৰ খবৰ পোৱাৰ লগে লগেই বাঘ চাবলৈ ভিৰ কৰে স্থানীয় ৰাইজে।

14/07/2023

সদৌ অসম ছাত্ৰ সন্থায়ে আজি সামগ্ৰী মূল্য বৃদ্ধিৰ উপৰত প্ৰতিবাদ।

10/07/2023

#অসমবাৰ্তা24 👉 আহোম জনগোষ্ঠীৰ গগৈ উপাধিক লৈ চৰ্চা অব্যাহত।

👉 টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অশোক গগৈ আৰু অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহক শুভাকৰণ কোঁহাঞিৰ বিশেষ মন্তব্য ।

08/07/2023

👉 অসমৰ কলা-সংস্কৃতিৰ সৈতে জড়িত হ’বলৈ গ্ৰীষ্মকালীন ছুটীৰ কৰ্মশালাৰ প্ৰেছ মিট।

📌কি কি অপৰাধ কৰিলে চাকৰি যাব পাৰে আৰক্ষীৰ।
07/07/2023

📌কি কি অপৰাধ কৰিলে চাকৰি যাব পাৰে আৰক্ষীৰ।

06/07/2023

#অসমবাৰ্তা24 টিংখং সমষ্টিৰ মাহমৰা বৰপথাৰ গাঁও পঞ্চায়তৰ এটি পথৰ দুৰৱস্থা ।

এজাক বৰষুণতেই পানীৰে উপচি পৰা মাহমৰা বৰপথাৰ পঞ্চায়তৰ ৰাস্তাটোৱে আজি কেইবাটাও বছৰৰ পৰা ৰাইজক খোৱাইছে ঘুটে ঘুটে পানী ।

05/07/2023

জনতা ভৱনৰ পৰা লাইভ....
👉 অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু এমএছএমই সম্পৰ্কীয় সিদ্ধান্তৰ ওপৰত প্ৰেছ মিট।

03/07/2023

সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আমাক সকলোকে উন্নয়নৰ তীৰ্থযাত্ৰাত যোৱাৰ গুৰুত্বৰ বিষয়ে বুজাই দিলে।

উন্নয়নৰ তীৰ্থস্থান মানে চিকিৎসালয়, বিদ্যালয়, উৰণীয়া সেতু আদি। মন্দিৰত যেনেকৈ অপবিত্ৰ কাম কৰিব নালাগে, ঠিক সেইদৰে উন্নয়নৰ তীৰ্থস্থানতো ভুল কাম কৰিব নালাগে।

03/07/2023

👉 অতি সোনকালে ~ আমি অৰুনোডয় হিতাধিকাৰীৰ সংখ্যা প্ৰায় দুগুণ কৰি ৩৫ লাখ কৰিম, ২০২১ চনৰ পৰা।₹1,400 হিতাধিকাৰীৰ বেংক একাউণ্টত মাহেকীয়াকৈ ট্ৰেন্সফাৰ কৰা হ’ব, যিটো যোৱা ২ বছৰত ৬৮% বৃদ্ধি।

03/07/2023

👉 সোণাৰী জুনিয়ৰ কলেজত ছাত্ৰ ছাত্ৰীৰ মধুৰ মুহূৰ্ত।
👉 গ্ৰীষ্ম বন্ধৰ সময়ত একেলগে জুবিনৰ গীত জুৰি পাৰ কৰিলে সময়।

Address

Rajgarh
Dibrugarh
786611

Alerts

Be the first to know and let us send you an email when Axom Barta 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Barta 24:

Videos

Share

Nearby media companies