বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত, ডিব্ৰুগড় জিলা ক্ৰীড়া বিষয়া কাৰ্য্যালয়ৰ সহযোগত তথা সদৌ অসম কেটেপা সন্থাৰ তত্বাৱধানত প্ৰাইজমনি মুকলি কেটেপা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়
#RVTV
#dibrugarh
ডিব্ৰুগড়ত আসোঁৱাহ পূৰ্ণ স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত জিলা কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ সাব্যস্ত।
#RVTV
#dibrugarh
ডিব্ৰুগড়ৰ আগশাৰী শিক্ষানুষ্ঠান কানৈ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উদ্যাপন।
#RVTV
#dibrugarh
ডিব্ৰুগড়ত ৩৩ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদ্যাপন।
#RVTV
#dibrugarh
ডিব্ৰুগড়ৰ উচ্চ শিক্ষাৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ৰ আজি প্ৰতিষ্ঠা দিৱস।
#RVTV
#dibrugarh
ডিব্ৰুগড়ৰ বকপৰা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন ইনভা বাহনে পিছফালৰ পৰা মহতীয়াই নিলে দুই মটৰ চাইকেল আৰোহীক। বাইকত উঠি অহা এগৰাকী মহিলা আৰোহীৰ অৱস্থা সংকটজনক । দুইজন আৰোহীকে সংকটজনক অৱস্থাত AMCH লৈ প্ৰেৰণ কৰে । ইনভাখনৰ গৰাকী ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিষ্ঠিত চিকিৎসক বুলি জানিব পৰা গৈছে।
#RVTV
#dibrugarh
অসমৰ বিভিন্ন জনজাতিসকলৰ বৈচিত্রময় সংস্কৃতি চৰ্চা, উদ্ধাৰ, প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গঠিত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সাধাৰন সভাৰ লগতে বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানটি দেওবাৰে ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়
#RVTV
#dibrugarh
Today Rudrabhishek at old Siva Mandir Station road Dibrugarh Assam program by Siv Mandir Parichalna Commety🙏🙏
বাল্য বিবাহৰ দৰে সামাজিক ব্যাধি প্রতিৰোধ তথা ছাত্রী সবলীকৰণৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা তথা শিক্ষা বিভাগৰ দূৰদৰ্শী চিন্তাৰে গ্ৰহণ কৰা এক সৰ্বাংগীণ পদক্ষেপ হৈছে ‘মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি’।
#RVTV
#dibrugarh
ডিব্ৰুগড়ৰ বাণীপুৰস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সম্প্ৰাসৰণ কেন্দ্ৰৰ নৱনিৰ্মিত প্ৰশিক্ষণ কেন্দ্ৰ আৰু অতিথি গৃহটিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷
#RVTV
#dibrugarh
ডিব্ৰুগড়ত গ্রন্থাগাৰিক দিবস উদযাপন। মানৱ সভাত্যৰ বিকাশত গ্রন্থাগাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছেঃ ড° ডেকা
#RVTV
#dibrugarh
উৎকট গৰমে দহিছে এতিয়া সমগ্ৰ ৰাজ্য। ডিব্ৰুগড়টো গৰমৰ প্রকোপ
গৰমৰ পাৰাস্তম্ভই স্পৰ্শ কৰিলে 38.5°C....
#RVTV
#dibrugarh