First News

First News news first time on social media on public demands to get the right news on time, by the people
(3)

05/02/2024

টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাঙ্গনত আজিৰে পৰা সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশন ।

29/01/2024

টেঙাখাত আঞ্চলিক মৃদঙীয়া গায়ন-বায়ন সন্থাৰ প্ৰথম দ্বি- বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন ।

21/01/2024

টেঙাখাত কেন্দ্ৰীয় মে-ডাম-মে-ফীৰ লাই খুটা স্থাপন ।

19/01/2024

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ বিংশতিতম্‌ সাধাৰণ অধিবেশনৰ লাই খুটা স্থাপন ।

21/12/2023

দুলীয়াজানত DMIT পৰীক্ষন কেন্দ্ৰ শুভ উন্মোচন ।

বিশিষ্ট  অভিনেতা জয়ন্ত দাসৰ দেহাৱসান ।
16/12/2023

বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ দেহাৱসান ।

12/12/2023

টেঙাখাতত গৰু চুৰি অব্যাহত ।

চুকাফা দিৱসৰ দিনাই টাই আহোম য়ুৰ্থ ফ'ৰাম কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে  দায়িত্ব গ্ৰহন চাও গণেশ গগৈৰ...
03/12/2023

চুকাফা দিৱসৰ দিনাই টাই আহোম য়ুৰ্থ ফ'ৰাম কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব গ্ৰহন চাও গণেশ গগৈৰ তেখেতক আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰিছোঁ ।

আমাৰ মাজত অৰুণ দা আৰু নাই ।
03/12/2023

আমাৰ মাজত অৰুণ দা আৰু নাই ।

02/12/2023

টেঙাখাতত অসম দিৱস উদ্‌যাপন ।

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ ।
02/12/2023

আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ প্ৰথম ৰজা চাওলুং চুকাফাক স্মৰণ ।

22/11/2023

প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সকলৰ প্ৰতিবাদ ।

15/11/2023

শ্বহিদ কুশল কোঁৱৰ একাডেমিৰ শিশু দিৱসৰ চমু প্ৰতিবেদন ।

ICC এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আজিৰ খেল ।
12/11/2023

ICC এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ আজিৰ খেল ।

শিল্পী জুবিন গাৰ্গ হঠাৎ অসুস্থ ।
08/11/2023

শিল্পী জুবিন গাৰ্গ হঠাৎ অসুস্থ ।

29/10/2023

টেঙাখাতত এক জঘন্য হত্যাকাণ্ড সংঘটিত। ভায়েকে নিজ ককায়েকক কুঠাৰে ঘপিয়াই হত্যা।

25/10/2023

টেঙাখাতত শ্ৰীশ্ৰী দূৰ্গা পূজা সফল সামৰণি ও দেৱী বিৰ্সজনৰ কিছু দৃশ্য ।

15/10/2023

টেঙাখাতবাসীৰ বাবে সু-খবৰ , টেঙাখাতত টেঙাখাত মেডিকচ্‌ নামেৰে নতুনকৈ এখন ৰ্ফামাচী শুভ উদ্ধোধন ।

01/10/2023

ডিব্ৰুগড়ৰ টেঙাখাতৰ ১৯ নং এ পি বি এন ছাউনিত আৰক্ষী দিৱস পালন।

23/09/2023

টেঙাখাত মহিলা ফুটবল ক'চিং চেণ্টাৰৰ প্ৰচেষ্টাত , আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সহায়ৰ হাত ।

21/09/2023

কৰম 'পৰৱ'ৰ চৰকাৰী বন্ধৰ সলনি দেওবাৰে কাম কৰিব লাগিব শ্ৰমিকসকলে ! চাহ জনজাতি ছাত্ৰ সন্থাৰ বাগিছাই বাগিছাই বিক্ষোভ কাৰ্যসূচী । বিক্ষোভ স্থলীৰ পৰা --ডিম্বেশ্বৰ গগৈ ৰিৰ্পট , টেঙাখাত

17/09/2023

জনপ্ৰিয় কণ্ঠশিল্পী প্ৰদীপ কৰ্মকাৰৰ সৈতে আজিৰ অন্তৰংগ আলাপ ।

17/09/2023

ডিব্ৰুগড় জিলাৰ টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত সাপ্তাহিক স্বাস্থ্য পৰীক্ষা মেলাৰ শোভাৰম্ভ ।

13/09/2023

পি.এম.জি.এ.ৱাই ঘৰৰ নামত দুৰ্নীতি অভিযোগত ১৭ আগষ্টত সম্প্ৰচাৰিত হোৱা বাতৰি সন্দৰ্ভদ ভেকুলাজান গাওঁ পঞ্চায়তৰ ১নং বায়নচুক ৱাৰ্ড সদস্যা প্ৰণতি গগৈৰ স্পষ্টিকৰণ

10/09/2023

টেঙাখাতৰ এগৰাকী জ্যোতিষীৰ সৈতে আজিৰ "অন্তৰংগ আলাপ"

10/09/2023

যুৱ নেতা হিৰণ্য সোনোৱালৰ প্ৰশংসনীয় পদক্ষেপ । চৰকাৰী আঁচনিৰ দ্ধাৰা পথ মেৰামতি কৰিও পথৰ দুৰৱস্থা শোচনীয় হৈ থকাত হিৰণ্য সোনোৱালৰ নিজৰ গাঁঠিৰ ধনেৰে শিলৰ যোগান ধৰি ঘোমতালৰ এটি ব্যস্ত পথত শিলগুটি চটিয়াই ।

05/09/2023

টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদ্‌যাপন

03/09/2023

" অন্তৰংগ আলাপ" ত নিপেন শেনচোৱাৰ সংগীতৰ যাত্ৰাৰ কিছু কথোপকথন আৰু তেখেতৰ সুৰীয়া কণ্ঠত দুটিমান মন পৰশা গীত ।

30/08/2023

বুঢ়িদিহিঙৰ গৰাখহনীয়াই বিপদত পেলাইছে শলকনি মাজুলীবাসিক । চৰকাৰ জন প্ৰতিনিধি নতুবা বিভাগীয় কতৃপক্ষ ! কোনেও গুৰুত্ব দিয়া নাই আজি ।

First News য়ে আয়োজন কৰা ফটো প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগি বঁটা পাবলৈ সক্ষম হোৱা প্ৰতিযোগি উষাৰাণী গগৈ লৈ আমাৰ তৰফৰ পৰা ...
28/08/2023

First News য়ে আয়োজন কৰা ফটো প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগি বঁটা পাবলৈ সক্ষম হোৱা প্ৰতিযোগি উষাৰাণী গগৈ লৈ আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও কৃতজ্ঞতা জ্ঞাপন কৰিলো । বঁটা প্ৰদান কৰা নিদিষ্ট দিনত বঁটা গ্ৰহণ কৰিবৰ বাবে নিমন্ত্ৰণ কৰা হ'ব।

Address

Dibrugarh
786103

Telephone

+918638327505

Website

Alerts

Be the first to know and let us send you an email when First News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to First News:

Videos

Share

Nearby media companies