বালিদোৱাৰ বসন্ত উৎসৱৰ বাকৰিৰ পৰা Live.......
জনপ্রিয় কন্ঠ শিল্পী সঞ্জয় বৰুৱা আৰু ৰিম্পী মৰমিৰ গীতৰ শৰাই.....
#dergaon #newsassam #Indianews
বালিদোৱা যুৱ-আৰ্ত সমন্বয় সংস্থাৰ উদ্যোগত অনুষ্ঠিত কৰা "তৃতীয় বাৰ্ষিক বসন্ত উৎসৱ-২০২৪" উদযাপন স্থলীৰ পৰা LIVE...
#বিহু
#BihuLive
বকুলবনৰ বাকৰিত বহাগৰ এনিশা LIVE
ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা LIVE
ত্ৰয়োদশ বাৰ্ষিক জৰাগুৰি ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক শোভাযাত্ৰা লাইভঃ
▶️জৰাগুৰি নৱদ্বীপ যুৱ সংঘৰ উদ্যোগত ত্ৰয়োদশ বাৰ্ষিক ৰঙালী বিহু সন্মিলনৰ ব্যাপক প্ৰস্তুতি।
▶️উদুলি-মুদুলি বকুল বনৰ বাকৰি।
▶️28 আৰু 29 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে
বকুলবনৰ বাকৰিত উনুস্থিত হ'ব ৰঙালী বিহু
সন্মিলন।
▶️সৰু বিহুৱতী ,জেং বিহু , সৃতিশীল নৃত্য প্ৰতিযোগিতাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
▶️উদ্যোক্তা সকলে সমূহ ৰাইজৰ উপস্থিত কামনা কৰিছে ।
#newsassam #dergaon #golaghat #Bihu2024 #everyone
ৰঙামাটিত সমাজকৰ্মী দন্দেশ্বৰ হাজৰিকাৰ সোঁৱৰণত নামঘৰৰ তোৰণ উন্মোচন।
প্ৰয়াত সমাজকৰ্মী দণ্ডেশ্বৰ হাজৰিকাৰ স্মৃতিত ১৭তম মৃত্যু বাৰ্ষিকী লগত সংগতি ৰাখি ৰঙামাটি শেনছোৱা বৰ নামঘৰৰ মূল তোৰণ
দুই পুত্ৰ ৰাজীৱ হাজৰিকা আৰু সঞ্জীৱ হাজৰিকাৰ লগতে পৰিয়াল বৰ্গই ৰঙামাটি তিনিআলিত উন্মোচন কৰে।
#dergaonnews #newssassam #BrahmaputraFocus
▶️পশ্চিম ব্ৰহ্মপুত্ৰ শাখা সাহিত্য সভাৰ ব্যতিক্ৰমী
পদক্ষেপ।
▶️বয়োজ্যেষ্ঠলৈ ব'হাগী বিশেষ সন্মান।
▶️ৰাঙলী বিহু উপলক্ষ্যে জ্যেষ্ঠজনক সন্মান কৰি
জনালে ব'হাগী ওলগ।
#followers #highlight #dergaonnews #newsassam #BrahmaputraFocus
✴️ৰঙালীৰ ৰঙত ৰঙীন ৰাজ্য,আজি মানুহৰ বিহু।
✴️ৰঙালীৰ ৰং দিবলৈ সাজু দেৰগাঁৱৰ গোমচেং বিহু দল।
✴️বিশেষ চৰ্চা লাভ কৰিছে দেৰগাঁও গোমচেং বিহু দলৰ কুস্তীয়ে।
✴️পহিলা ব'হাগৰ দিনটোত ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ উছাহৰ ধল।
চেমনিয়াহতৰ চোতাল বিহু LIVE
#বিহু
#bihudance
#bihuspecial
#followerseveryone
দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলত গড়ৰ আতংক।
গৰু বিহুৰ দিনাই গড়ৰৰ সন্ত্ৰাসত আতংকিত ৰাইজ।
গড়ৰৰ অক্ৰমত আহত হাঁহচৰাৰ এজন লোক।বৰ্তমান বৰকৰিয়নীত অৱস্থান গ্ৰহণ কৰিছে গড় টোৱে।
#AssamForestDepartment
#assam
#assamforest
পবিত্ৰ ঈদৰ শুভেচ্ছাৰে........
জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ মেমৰিয়েল ট্ৰাষ্ট ৰ ফালৰ পৰা এটি জিকিৰ আগবঢ়ালোঁ ।
♦️ নিবনুৱা যুৱক-যুৱতী সকলৰ বাবে সু-খবৰ।
♦️ শীঘ্ৰে মুকুলি হ'ব ৫০ হাজাৰ চাকৰিৰ বিজ্ঞাপন।
♦️দেৰগাঁৱৰ শীতল পথাৰৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহন কৰি ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।
✴️ঐতিহাসিক নেঘেৰিটিং শিৱ দ’লত শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ উদযাপন সমিতিৰ সংবাদমেল।
✴️নেঘেৰিটিং শিৱ দলত পোন প্ৰথম বাৰৰ বাবে ২০ আৰু ২১ এপ্ৰিল ২০২৪ ত দুদিনীয়াকৈ আয়োজন কৰা হৈছে ৰুদ্ৰ যজ্ঞ।
✴️ঐতিহাসিক শিৱ দ'লটোৰ আন্তগাঁথনি উন্নত কৰিবলৈ চৰকাৰলৈ আহ্বান উদযাপন সমিতিৰ।
#দুদিনিয়া কাৰ্যসূচীৰে দেৰগাঁও ৰাজহুৱা কালীপূজাৰ ব্যাপক আয়োজন ।
#দেৰগাঁও চকিয়ালচুকত কালী পূজাৰ এক নান্দনিক দৃশ্য ৷
#৩৬টা বছৰত ভৰি দিলে দেৰগাঁও ৰাজহুৱা কালী পূজা ভাগে ৷
#দেৰগাঁৱত দীপাৱলীৰ শুভ মূহুৰ্তত চুৰিকাণ্ড।
#দক্ষিণ দলিজলীয়া গাঁৱত চুৰি কাণ্ডৰ ঘটনা।
#লেমচাপৰি গাঁৱৰ নিবাসী মদন পেগুৰ ভাড়াৰুমত নিশা চোৰৰ লুটপাত।
#গৃহস্থ নথকা সুযোগত চোৰে লুটি নিলে নগদ প্রায় ৮০ হাজাৰ টকা।
দেৰগাঁৱৰ ডাকঘৰৰ সমীপত চোৰৰ চাফাই অভিযান।
জিসান জংগম বৰা আৰু ভৱানী কলিতাৰ বাসগৃহত দিন দুপৰতে চুৰি ।
সহায় কৰিবলৈ আমিও আপোনাক অনুৰোধ জনালোঁ ।।
দেৰগাঁৱত প্লাষ্টিকৰ সামগ্ৰীৰ গুদামত অগ্নিকাণ্ডঃ
বিজয়া দশমী উপলক্ষে দেৰগাঁও কেন্দ্ৰীয় ৰাজহুৱা দুৰ্গোৎসৱত দশমী নিশাৰ বিশেষ আকৰ্ষণ ৫০ফুট উচ্চতাৰ ৰাৱণ দাহ কাৰ্যসূচী।
Exclusive