Monoj mix Dergaon.

Monoj mix Dergaon. Please Watching my channel "MONOJ MIX DERGAON" . Please Subscribe and share my videos. Thanks all. ?

17/08/2023
31/12/2022

সকলোকে আগন্তুক ২০২৩ ৰ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

01/11/2022


এই দৃষ্টি হীন লোকজনৰ বাবে এটা লাইক কমেন্ট আগবঢ়াব বুলি আশা ৰাখিলোঁ। ধন্যবাদ থাকিল।

27/10/2022


নিপন গোস্বামীৰ দেহাৱসান।
অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰা নক্ষত্ৰ স্বৰূপ অভিনেতা জনৰ মৃত্যুৰ বাতৰি য়ে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলোৱাৰ লগতে অভিনয় জগতৰ এজন জেষ্ঠ গুৰুৰ অৱশান ঘটিল।
তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছোঁ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।
🙏🙏🙏

24/10/2022

APSC ত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল নিৰ্মাণ শ্ৰমিকৰ সন্তান।
মলাই কুমাৰ গাঁৱৰ শ্ৰীযুত যোগেশ্বৰ বৰাৰ পুত্ৰ নেত্ৰ কমল বৰা।
তেখেতক নিৰ্মাণ শ্ৰমিকৰ মিছামৰা আঞ্চলিকৰ বিষয়ববীয়া দ্বাৰা সম্বৰ্দ্ধনা জনোৱা হয়।
তেখেতক উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।
🙏🙏🙏

14/10/2022

07/10/2022

মোৰ পেজটোত সহাঁৰি জনোৱা সকলো লৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।

04/10/2022

সকলোকে শাৰদীয় শ্ৰী শ্ৰী দু্ৰ্গা নৱমীৰ শুভেচ্ছা জনালোঁ।

25/09/2022

প্ৰতিনিধি সভাৰ আৰম্ভণি

20/08/2022
01/08/2022

মোৰ নতুন ভিডিঅ'.....
কিবা ভুল হ'লে শুধৰাই ল'ব বুলি আশা ৰাখিলোঁ।
https://youtu.be/0kimA_21f0M

  Click
22/07/2022

Click

বিবাহ অনুষ্ঠানত মহিলা সকলৰ বিলনীয়া দল। মহিলা সকলৰ আৰু এখোজ আগলৈ.....
16/07/2022

বিবাহ অনুষ্ঠানত মহিলা সকলৰ বিলনীয়া দল। মহিলা সকলৰ আৰু এখোজ আগলৈ.....

23/03/2022
13/03/2022

NEw video

17/10/2021

এটা নতুন ভিডিঅ'🤔🤔😭😭

Address

Dergaon
785614

Alerts

Be the first to know and let us send you an email when Monoj mix Dergaon. posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Monoj mix Dergaon.:

Videos

Share