Local News: For The People

Local News: For The People Please Like Our Page
(1)

27/06/2024

ৰাজ্য চৰকাৰে আনিলে কেইবাটাও আধুনিক সিদ্ধান্ত ll

27/06/2024

আপোনাৰ অঞ্চলত বৰষুণ হৈ আছে নে?

27/06/2024

বৰষুণ

26/06/2024

Please 🙏 share

25/06/2024

Lata Mangeshkar live Video
Local News: For The People

25/06/2024

কি সুন্দৰ কণ্ঠ এই কণমানি শিশুৰ
উৎসাহ জনোৱাৰ বাবে সকলো Share কৰিব।

25/06/2024


Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Sakibar Ali, Azgar Khan, Shahidul Islam
24/06/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Sakibar Ali, Azgar Khan, Shahidul Islam

24/06/2024

মাজবাট কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আমচুয়ে। ধৰ্ষণ কাৰিক উচিত শাস্তিৰ দাবী জনায় আমচুয়ে।





Local News: For The People

স্বামী স্ত্ৰীৰ এটি সৰু কাহিনী।বেমাৰী পত্নীৰ মৃত্যু হ’ব বুলি জানি স্বামীক সুধিলে, ‘বাৰু, মোৰ মৃত্যুৰ কিমান দিন পিছত আকৌ ব...
23/06/2024

স্বামী স্ত্ৰীৰ এটি সৰু কাহিনী।
বেমাৰী পত্নীৰ মৃত্যু হ’ব বুলি জানি স্বামীক সুধিলে, ‘বাৰু, মোৰ মৃত্যুৰ কিমান দিন পিছত আকৌ বিয়া হ’বা?
স্বামীয়ে ক’লে যেতিয়ালৈকে তোমাৰ কবৰ সম্পূৰ্ণ শুকাই নাযায়।
কিছুদিন পিছত তেওঁৰ পত্নীৰ মৃত্যু হয়।
প্ৰতিদিনে স্বামীয়ে ঘৈণীয়েকৰ কবৰ চাবলৈ গৈছিল যদিও মাটি ইমানেই তিতিছিল যে শুকাই যোৱা নাছিল। স্বামীয়ে ভাবিছে কেনেকৈ সম্ভৱ?
এদিন স্বামীয়ে কবৰৰ কাষেৰে খোজ কাঢ়ি গৈ আছিল।
ভনীয়েকৰ কবৰৰ পৰা তাইৰ ভায়েক আহি থকা দেখিলে। হাতত এটা খালী বাল্টি।
সি ভায়েকক সুধিলে, হাতত বাল্টি এটা লৈ কি কৰা?
ভায়েকক ক'লে, "ভনীয়েকৰ মৃত্যুৰ আগেয়ে তাই মোক প্ৰতিদিনে তাইৰ কবৰত পানী ঢালিবলৈ কৈছিল।" মই বুজি পাওঁ যে মোৰ ভনীয়েকে নিজৰ কবৰত শান্তি পাব।
এইটোয়ে বুজা গল যে
পত্নীয়ে কেতিয়াও স্বামীৰ ভাগ কাকো নিদিয়ে; আনকি মৃত্যুৰ পিছতো নহয়!

23/06/2024

Google Earning Story

23/06/2024

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
আপুনি ভগৱান।

21/06/2024

বয়ষ হলেওঁ কি সুন্দুৰ কণ্ঠ ৷




20/06/2024

আপোনালোকৰ অঞ্চলত বৰষুণ হৈ আছে নে? Comments জনাঁওক

19/06/2024
স্কুলত Tense বুজাওতে ছাৰে যিটো বৰষুণৰ উদাহৰণ দিছিল.... " It has been raining since last week. এই বৰষুণ জাকৰ কথায়ে কৈছিল ...
19/06/2024

স্কুলত Tense বুজাওতে ছাৰে যিটো বৰষুণৰ উদাহৰণ দিছিল.... " It has been raining since last week. এই বৰষুণ জাকৰ কথায়ে কৈছিল বোলে।

19/06/2024

আপোনাৰ অঞ্চলতো বিকল হৈছে নেকি JIO? Comments জনাওঁক ৷

19/06/2024

নিচলা আইৰে এটি সুন্দৰ বিষ্ণু সংগীত ৷

জীৱনৰ মৰিচিকা খেদি ভাগৰি পৰিল!স্বামী-স্ত্ৰীৰ প্ৰেমৰ দুর্লভ নিদর্শন, নেদেখা দেশত একেলগে থাকিবলৈ পত্নীৰ সৈতেই গ'লগৈ IPS শি...
18/06/2024

জীৱনৰ মৰিচিকা খেদি ভাগৰি পৰিল!

স্বামী-স্ত্ৰীৰ প্ৰেমৰ দুর্লভ নিদর্শন, নেদেখা দেশত একেলগে থাকিবলৈ পত্নীৰ সৈতেই গ'লগৈ IPS শিলাদিত্য চেতিয়া!

18/06/2024

এটি সুন্দৰ অসমীয়া গীত ৷



Local News: For The People

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Swapon Paul, Golam Osmani, Rinku Ali
17/06/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Swapon Paul, Golam Osmani, Rinku Ali

17/06/2024

আজি সমগ্ৰ বিশ্বৰ লগতে দৰঙৰ খৈৰাকাতা টাকিমাৰী ঈদগাহ ময়দানতো নামাজ পঢ়াহ হয়।
#ঈদ Local News: For The People

17/06/2024

Train Accident Local News: For The People

17/06/2024

পৱিত্ৰ ঈদ নামাজ

ভাল খবৰঅসম টনিয়া গীতিকা তালুকদাৰে পেৰিছ অলিম্পিকৰ বাতৰি উপস্থাপনৰ বাবে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ পৰা স্বীকৃতি লাভ কৰে...
16/06/2024

ভাল খবৰ

অসম টনিয়া গীতিকা তালুকদাৰে পেৰিছ অলিম্পিকৰ বাতৰি উপস্থাপনৰ বাবে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ পৰা স্বীকৃতি লাভ কৰে। ইয়াৰ পূৰ্বে গীতিকা তালুকদাৰে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ যৌথ সংগঠনৰ অধীনত ২০২৩ চনৰ ফিফা মহিলা বিশ্বকাপৰ খেলখন কভাৰেজ কৰাৰ সুযোগ লাভ কৰিছিল। উল্লেখ কৰে যে তেওঁ অলিম্পিক গেমছৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমজন ফটো সাংবাদিকৰ লগতে ক্ৰীড়া সাংবাদিককো কভাৰ কৰিছিল।

Good News....মংগলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ফাৰিহিন আহমেদ(13) দৰং জিলাৰ বেছিমাৰীৰ নদীকাষৰ বাসিন্দা ত...
15/06/2024

Good News....
মংগলদৈ কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰ ফাৰিহিন আহমেদ(13) দৰং জিলাৰ বেছিমাৰীৰ নদীকাষৰ বাসিন্দা তথা অসম গ্ৰামীণ বিকাশ বেংকৰ দলগাওঁ শাখাত কৰ্মৰত Nazim Ahmed ৰ পুত্ৰই ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ(দেশত এখন), ডেৰাডুন, উত্তৰাখণ্ডত অধ্যয়ন কৰিবলৈ সুযোগ লাভ কৰিছে। তেওঁ সুখ্যাতিৰে লিখিত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ উপৰিও মৌখিক পৰীক্ষাতো উত্তীৰ্ণ হৈছে।উক্ত কলেজত প্ৰতিটো ৰাজ্যৰ এজনহে ছাত্ৰই পঢ়িবলৈ সুযোগ পায়।অসম ৰাজ্যৰ পৰা এইবাৰ ফাৰিহিনে এনে বিৰল সুযোগ লাভ কৰাত আনন্দিত হৈছো।অতি বুদ্ধিমান আৰু জ্ঞানী ফাৰিহিন আহমেদৰ জীৱন সফল হৈ অসমৰ গৌৰৱ কঢ়িয়াই আনক তাকে কামনা কৰিছোঁ।উল্লেখযোগ্য যে তেওঁ কোনো ধৰণৰ কোচিং নোলোৱাকৈ এনে টান পৰীক্ষাত উত্তীৰ্ণ হৈছে।
Local News: For The People

13/06/2024

এই লোক জনৰ কাণ্ড চাওক ।

12/06/2024

আপোনালোকৰ অঞ্চলত বৰষুণ হৈ আছে নে

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Suman Deka, Rinku Ali, Bhaity Bhaity
11/06/2024

Thanks for being a top engager and making it on to my weekly engagement list! 🎉 Suman Deka, Rinku Ali, Bhaity Bhaity

Address

Darrang

Telephone

+919707130013

Website

Alerts

Be the first to know and let us send you an email when Local News: For The People posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Darrang

Show All