Aposhbihin Sangbad

16/04/2024

# কামৰূপৰ বেজেৰাত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় মুকলি আৰু মত বিনিময় কাৰ্য্যসূচী ৰূপায়ণ ৷৷

15/04/2024

#দৰঙৰ বুঢ়াত একেলগে নাচিলে তিনি শতাধিক নাচনীয়ে ৷৷

13/04/2024
11/04/2024

# সোণতলীৰ দুৰামাৰী ঈদগাহত ঈদ ঊল ফিৎতৰৰ নামাজ সম্পন্ন ৷৷

09/04/2024

# সোণতলীৰ জাওকাটাদিয়াত চোৰে লুটিলে নগদ ধন সহ ত্ৰিশ লক্ষাধিক টকাৰ সামগ্ৰী। ৷

09/04/2024

# গোৰেশ্বৰত "শৰণীয়া কছাৰী উন্নয়ন পৰিষদ,অসম"ৰ প্ৰয়াত অধ্যক্ষ হিতেশ ডেকাৰ স্মৃতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।৷

08/04/2024

# সোণতলীৰ জৱাল ই ৰহমান একাডেমীৰ প্ৰথম খন মাতৃ অভিভাৱক সভা সম্পন্ন ৷৷

08/04/2024

# গৰৈমাৰীত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ সমুহীয়া ইফটাৰৰ আয়োজন ৷৷

06/04/2024

#অভিযন্তা চমিম ছহিদুল্লাহৰ মানৱ সেৱা ৷৷

03/04/2024

# আপোচবিহীন সংবাদৰ বিশেষ অনুষ্ঠান “শব্দ তৰঙ্গ”৷৷
# আজিৰ অতিথি এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক,সমাজকৰ্মী,আন্ধেৰীঘাট সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সম্পাদক,অগ্নিনিৰ্বাপক বাহিনীৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী তথা আন্ধেৰীঘাট হাই স্কুলৰ অৱসৰী উচ্চবৰ্গৰ সহায়ক দেৱেন্দ্ৰ নাথ ডেকা। ৷

01/04/2024

# পদুলি মুখত হেপাঁহৰ ৰঙালী বিহু ৷ ৷
# ছিপাঝাৰৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা ৷৷

31/03/2024

# গোৰেশ্বৰৰ ঔবাৰী ভি চি ডি চি চেয়াৰমেন সঞ্জয় নাৰ্জাৰীৰ সংবাদ মেল।৷

# শেৱালী মালাকাৰে মোৰ বিৰুদ্ধে মিচা অভিযোগ আনিছে- সঞ্জয় নাৰ্জাৰী ৷৷

# আইনৰ কাষ চাপিবলৈ সাজু চেয়াৰমেন সঞ্জয় নাৰ্জাৰী।৷

30/03/2024

#মৰাকলহীত “এক নতুন প্ৰচেষ্টা ফাউণ্ডেচন”ৰ উদ্যোগত সমুহীয়া ইফটাৰৰ আয়োজন ৷৷

25/03/2024

# চৰণধৰাৰ দৌল উৎসৱত উদুলি-মুদুলি পৰিৱেশ ৷৷

23/03/2024

# হৰি নামেৰে মুখৰিত দৰঙৰ আঠিয়াবাৰী।৷

21/03/2024

# কলেজ অৱ এডুকেশ্বন, বকোৰ ২৫ সংখ্যক মহাবিদ্যালয় সপ্তাহ আৰম্ভ ৷৷

21/03/2024

#আৰাফা ৰয়েল চিনিয়ৰ চেকেণ্ডাৰী স্কুলত প্ৰথম বাৰৰ বাবে একাদশ শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাৰ শুভাৰম্ভ ৷৷

19/03/2024

# কামৰূপ জিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত বেজেৰা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত সাতগাঁও (শুক্তাগুৰি)ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দলীয় সভা অনুষ্ঠিত।৷

18/03/2024

# বকোৰ মন্দিৰা এন চিত বিধ্বংসী অগ্নিকাণ্ড ৷

15/03/2024

#বালিপোতা প্ৰাথমিক বিদ্যালয়ৰ ১২৫ বছৰীয়া জয়ন্তী উদযাপন ৷

13/03/2024

#গোৰেশ্বৰত প্ৰাক্তন আলফা নেতাৰ প্ৰসংশনীয় পদক্ষেপ ৷৷

13/03/2024

# অসম চুক্তি বিৰোধী “ কা ” বাতিলৰ দাবীত গোৰেশ্বৰত চি পি আই (এম) ৰ প্ৰতিবাদ।।

12/03/2024

# সোণতলীৰ জাওকাটাদিয়াত এনৰেগা আঁচনিৰ শুভ উদ্বোধন ৷৷

12/03/2024

*দৰং-ওদাগুৰিত ৩ লাখ ভোটত জয়ী হ'ব বিজেপি প্ৰাৰ্থী *
*দৰং-ওদালগুৰি হ'ব কংগ্ৰেছ মুক্ত এক নতুন সমষ্টি-বিধায়ক দিগন্ত কলিতা *

10/03/2024

#গোৰেশ্বৰত সদৌ অসম আন্তঃজিলা হেণ্ড বল প্ৰতিযোগিতাৰ কাৰ্যালয় মুকলি ৷৷

10/03/2024

# সদৌ দৰং কোচ ৰাজবংশী সদৌ দৰং কোচ ৰাজবংশী যুৱ ছাত্ৰ আৰু সদৌ দৰং কোচ ৰাজবংশী মহিলা সন্মিলনীৰ ৭৩ , ২২, আৰু ১৮ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন ৷

09/03/2024

# ছমৰীয়াত দক্ষিণ কূলীয়া ঐতিহ্যমণ্ডিত ছমৰীয়া সত্ৰৰ বৰবিষ্ণু আতাৰ থানত শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ তিৰোভাৱ তিথি আৰু সভা মহোৎসৱ পালনৰ ব্যাপক প্ৰস্তুতি ৷

08/03/2024

# ছিপাঝাৰৰ পিপিৰাকুছি হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আজমল হুছেইনক বিদায় সম্বৰ্দ্ধনা ৷

Address

Bishnupur-Burhadai Road
Darrang

Telephone

09854640542

Website

Alerts

Be the first to know and let us send you an email when Aposhbihin Sangbad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Aposhbihin Sangbad:

Videos

Share