Darrang Live

Darrang Live সত্য আৰু নিৰ্ভীক খবৰৰ বাবে চাওক দৰং লাইভ
Assamese News portal.

07/05/2024

পুনৰ অসমীয়া গীতত নাচিলে Social media influencers নিমা প'লে

07/05/2024

কি অপূৰ্ব কণ্ঠ ল'ৰাজনৰ

07/05/2024

♦বিহু মঞ্চত আমি কি পৰিধান কৰিব লাগে?

07/05/2024

📌 ২২ বছৰতেই অকাল মৃত্যুক সাবটিলে লম্পট স্বামী নীতিকেশ দাসৰ হাতত ।
📌 অকালতেই মৰহি গ'ল এপাহ ফুল ।
📌 গাৰ মা-হালধিৰ গোন্ধ নগলেই পংখীৰ ।
📌 বিয়া হৈয়েই শেষ হৈ গ'ল অমায়িক ২২ বছৰীয়া পংখীৰ জীৱন ।

06/05/2024

ভগৱানৰ সন্মুখত গজৰাজে প্ৰাৰ্থনা কৰা এক সুন্দৰ দৃশ্য

06/05/2024

পৰম্পৰাগত সাজত প্ৰিয় শিল্পী গৰাকী

06/05/2024

♦নিজ কন্যাৰ মৃত্যুৰ বিষয়ে কি কলে পংখীৰ মাতৃয়ে!

06/05/2024

▶️ পিতৃ মাতৃক সেৱা শুশ্রূষা নকৰা সন্তানে যিমান যি ধৰ্ম পালন নকৰক কিয়, সেই ধৰ্মই তেওঁলোকক কেতিয়াও পৰম প্ৰাপ্তি কৰাব নোৱাৰে।
▶️ ৰিজু পাঠক দেৱৰ মুখেৰে শুনিবচোন এবাৰ ভাগৱতৰ অমৃতবাণী।

06/05/2024

♦এজন যুৱকৰ এটা বিশেষ প্ৰশ্ন!
♦বিজুলী কলিতা কোন?

06/05/2024

♦২২ বছৰতেই অকাল মৃত্যুক সাবটিলে লম্পট স্বামী নীতিকেশ দাসৰ হাতত
♦চাকৰি থাকিলেই প্ৰতিজন ব্যক্তি নাইবা যুৱক ভাল নহ'বও পাৰে। টকা থাকিলে সুখ আৰু দুখ, ধ্বংস সকলো কৰিব পাৰে।
♦ছোৱালীবোৰে এজন চৰিত্ৰহীন,লম্পট মানুহৰ লগত জীৱন কটাই আজীৱন কান্দি থকাতকৈ এটা স্বাধীন অকলশৰীয়া জীৱনেই শ্ৰেয়৷
♦ পংখীৰ সন্দিকৈ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷
♦ভৱিষ্যতে কোনো ছোৱালীৰ লগতে এনেকুৱা নহওক৷

06/05/2024

♦সকলোকে মুহিত কৰিব পৰা কণমানিটোৰ এক সুন্দৰ প্ৰতিভা
♦ চাওকচোন এবাৰ

06/05/2024

প্ৰতি গৰাকী শিক্ষয়িত্ৰী এনেকুৱা হ'ব লাগে

06/05/2024

হেৰাই যাব ধৰা কিছুমান সংস্কৃতি

05/05/2024

♦এয়া কি?
♦সুৰাৰ ৰাগীত মতলীয়া কণ্ঠ নে এক প্ৰতিভা ?

05/05/2024

📌 পুনৰ আক্ৰমণৰ বলি YouTuber ।
📌 এইবাৰ দুৰ্বৃত্তৰৰ লক্ষ্য জুবিনক ।
📌 কিয় লক্ষ্য কৰিছে YouTuber সকলক ?

05/05/2024

এফাকি ঘোষাৰে সত্ৰনগৰী মাজুলীত সংগীতানুস্হান আৰম্ভ কৰিলে পাপনে

05/05/2024

সেইবাবেই সকলোৰে প্ৰিয়

05/05/2024

📌 টকা ধাৰলৈ দিয়াৰ আগত এশ বাৰ চিন্তা কৰক ।
📌 টকা ধাৰলৈ দি পাছত আপুনিও ভিক্ষা খুজিব লগা হৈছে নেকি ?
📌 অভিজ্ঞতা আছে যদি জনাব ।

05/05/2024

মাতৃ -‌পুত্ৰৰ কণ্ঠত এটা সুন্দৰ গীত

05/05/2024

শিৱসাগৰত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ

04/05/2024

♦ এইবাৰ ডিমা হাচাওত প্ৰকৃতিয়ে ল'লে ৰুদ্ৰৰূপ

04/05/2024

🔴সাৱধানা ৰাইজ!
🔴 আপুনি গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এতিয়াৰ পৰা নাখাব বৰফ নাইৱা আইছক্ৰিম এইবাৰ শীতল বৰফত ওলাল কেছু

04/05/2024

সদায় নিজে নিজৰ প্ৰিয় হ'ব লাগে

04/05/2024

♦YouTube ৰ দ্বীপজ্যোতি ডেকাৰ আক্ৰমণকাৰীৰ সন্দৰ্ভত বিশেষ মন্তব্য দিলে পৰিয়ালৰ লোকে
♦কি কলে চাওক সবিশেষ

04/05/2024

বতৰৰ ভয়ানক ৰূপ

04/05/2024

মঞ্চত শিল্পীক অপমান কৰা যুৱকে সামাজিক মাধ্যমৰ যোগেদি বিচাৰিলে ক্ষমা

04/05/2024

▶️ দৰঙৰ ভাইৰেল মানুহ জন ।

04/05/2024

অ মইনা শুলেং, বৈ থৈছো চেলেং. . .

04/05/2024

🔷️ কইনা Yoga Queen.
🔷️ মানিব লাগিব কিন্তু দেই !!

Credit : Avkrit

03/05/2024

🔴 YouTuber দ্বীপজ্যোতি ডেকা (ভাঙা টিভি) ক আক্ৰমণ কৰা ঘটনাত দূখ প্ৰকাশ জনপ্রিয় YouTuber ASSAM jet ৰ ।

ভাঙা টিভি

Address

Darrang
ASSAM

Telephone

+918822661973

Website

Alerts

Be the first to know and let us send you an email when Darrang Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Darrang Live:

Videos

Share


Other Media/News Companies in Darrang

Show All