বগাই ৰূপালী জয়ন্তীবৰ্ষৰ বৰ্ণিল শোভাযাত্ৰা
নগৰবেৰা ৰাস সমিতিৰ প্ৰস্তুতি
বামুণীগাঁও আদৰ্শ চিকিৎসালয়ৰ স্বাস্থ্য সেৱা উৎসৱ-২, ২০২৩ ৰ সামৰণি অনুষ্ঠানত উপস্থিত বিধায়ক ৰেকিবুদ্দিন আহমেদ ।
#newsupdatetoday #newspaper #Congress #india #assam #PoliticsToday
BTC ৰ ৰাজনীতিত খলকনি ||
#NewsUpdate #bodoreels #political
কামৰূপ জিলা সাহিত্য সভা আৰু পলাশবাৰী সাহিত্য সভাৰ সহযোগত বামুণীগাঁও শাখা সাহিত্য সভাৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে গ্ৰাম পদাৰ্পন যাত্ৰা
তামুলপুৰত সদৌ অসম টেট শিক্ষক সমাজৰ তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সভা ||অসমৰ মুখ্যমন্ত্ৰী লৈ চাকৰি নিয়মীয়া কৰণৰ অনুৰোধ পত্ৰ প্ৰেৰণ |
#NewsUpdate
তামুলপুৰ কাহিবাৰী গাঁওবাসীৰ ব্যতিক্ৰম পদক্ষেপ।
নাট চাবলৈ অহা দৰ্শকক চাহ মিঠাৰে আপ্যায়ণ।
থিয়েটাৰ চাবলৈ অহা দৰ্শকক বুট মাহ প্ৰসাদ দিলে আয়োজক সমিতিয়ে।
বকোত সদৌ অসম শংকৰ - মাধৱ সাংস্কৃতিক দিহানাম সমিতিৰ নামৰ কৰ্মশালা সম্পন্ন। পোন্ধৰ শ আই মাতৃয়ে জুৰিলে নাম।
বড়ো সাহিত্য সভাৰ ৬৩ সংখ্যক বৰ্ষৰ কেন্দ্ৰীয় অধিবেশন খন এই বেলি কামৰূপ জিলাৰ বকোস্থিত গান্ধী মৈদান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ প্ৰস্তূতি চলিছে। ইংৰাজী ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ ১৯ ; ২০ আৰু ২১ তাৰিখে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সাহিত্য সভাৰ অধিৱেশন খন।
বকোত নিখিল ৰাভা জাতীয় পৰিষদৰ " জন জাগৰণ সভা " সমাপন। ৰাভা জনগোষ্ঠীৰ সামগ্ৰীক বিকাশৰ লক্ষ্যত সংগ্ৰাম অব্যাহত।
#NewsUpdate #assam
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বকো শাখা আনুষ্ঠানিক ভাৱে মুকলি
বকোৰ বনগাঁওত ৬ নং উত্তৰ দক্ষিণ বনগাঁও গাঁও পঞ্চায়ত অনুষ্ঠিত অসম চৰকাৰৰ সাংস্কৃতিক মহাসংগ্ৰাম।
আজি বকোৰ বনগাঁওত ৬ নং উত্তৰ দক্ষিণ বনগাঁও গাঁও পঞ্চায়তত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ সাংকৃতিক মহাৰণ ২০২৩-২৪ । উখল মাখল পৰিৱেশেৰে উপচি পৰে পঞ্চায়তৰ চৌহদ। উল্লেখ্য যে ৬ নং উত্তৰ দক্ষিণ বনগাঁও গাঁও পঞ্চায়ত বনগাঁওৰ অধীনত পঞ্চায়ত ভিত্তিত অনুষ্ঠিত হয় এই সাংস্কৃতিক মহাৰণ । উক্ত অনুষ্ঠানত শতাধিক প্ৰতিযোগীয়ে ভাগ লয় সুপ্ত প্ৰতিভা বিকাশ কৰে । উক্ত অনুষ্ঠানটো ৬নং উত্তৰ দক্ষিণ বনগাঁও গাঁও পঞ্চায়তৰ সভানেত্ৰী অনুপমা বড়োই সুন্দৰকৈ পৰিচালনা কৰাৰ লগতে পঞ্চায়তৰ কৰ্তৃপক্ষ, অঞ্চলবাসী ৰাইজে উক্ত অনুষ্ঠানটোত সহযোগীতা কৰি সোনত সুৱগা চৰাৰ দৰে কৰি তুলে ।