01/06/2020
ক্ৰমিক নং-২২
প্ৰতিযোগীৰ নাম-জিন্টু নাথ
ঠিকনা-বাক্সা (আদলা)
Super hit jb media পেজৰ পৰা এখন ফটো প্ৰতিযোগিতা আয়োজন কৰা হৈছে।
প্ৰতিযোগিতাত অংশগ্রহণ কৰিবলৈ আপোনাৰ এখন সুন্দৰ ফটো আমালৈ প্ৰেৰণ কৰাৰ লগতে নাম, ঠিকনা আৰু বয়স লিখি পঠাব লাগিব।
আমাৰ WhatsApp No-(9101802210,7399901441)
ফটো পঠোৱাৰ অন্তিম তাৰিখ- 20/06/2020
প্রথম ৩ জন বিজয়ীক আমাৰ page অৰ ফালৰ পৰা আকৰ্ষণীয় পুৰস্কাৰ দিয়া হব,লগতে Top 10 গৰাকী বিজয়ী প্ৰতিযোগীৰ নাম page ত ঘোষনা কৰা হব।আপোনালোকৰ অধিক সঁহাৰি পালে ফলাফল page অৰ Live অনুষ্ঠানত জনপ্ৰিয় শিল্পীয়ে ঘোষণা কৰিব।
নিয়মাবলী-
1/সকলো বয়সৰ লোকে অংশগ্রহণ কৰিব পাৰিব।
2/ফটোখনত লাইক,কমেন্ট,শ্বেয়াৰ লগতে ফটোখনৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি ফলাফল ঘোষণা কৰা হব।
3/ like or সংখ্যা ৫০+ হব লাগিব ন'হলে ১ মাহ পিছত page অৰ পৰা photo বিলাক delete কৰা হব।
4/প্রতিযোগী জনে তেওঁৰ photot দৰ্শকে কৰা কমেন্টৰ প্রত্যুওৰ (reply) দিব নোৱাৰিব ।
5/ এজন দৰ্শকৰ এটাহে comment. গ্রহণ কৰা হব।
6/যদি কোনোবাই ভুৱা শ্বেয়াৰ ব্যৱহাৰ কৰে তেওঁক এই প্ৰতিযোগিতাৰ পৰা আঁতৰাই দিয়া হব । আৰু যি কোনো পৰিস্থিতিত page adim ৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত।
1 like 1 vote.
1 comment 2 vote.
1 share 5 vote.
page টো Like, Follow কৰাটো বাধ্যতামূলক, আৰু শ্বেয়াৰ কৰক
আপোনাৰ Number ৰ দায়িত্ব আমাৰ ধন্যবাদ🙏🙏🙏