Gaptola Live

Gaptola Live Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gaptola Live, Media/News Company, Boko.

24/12/2024

দুটা পক্ষৰ মাজত মাটি বেদখলক লৈ চলিছে টনা - আজোৰা ।

24/12/2024

বদলা-ৰাঙ্গাপানী যুৱ সংঘৰ উদ্যোগত সদৌ অসম ভিত্তিত ভলীবল খেল প্ৰতিযোগিতাৰ সামৰণি ও মুকলি সভা।

#তৰংগ



23/12/2024

শ্বহীদ মৃদুল ইছলামৰ বাসগৃৰত দক্ষিণ কামৰূপ জিলা জমিয়ত ওলমাৰ সাধাৰণ সম্পাদক হাফিজ ৰফিকুল ইছলাম।

22/12/2024

ছমৰীয়া-সোণতলী মণ্ডল বিজেপিৰ নৱ নিযুক্ত সভাপতি আমিন মইদুল ইছলামক সম্বৰ্ধনা।

আজি মাহতলী উন্নয়ন সমিতি ভৱনত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠানৰ ।

21/12/2024

শ্বহীদ মৃদুল ইছলামৰ বাসগৃহত সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ মূখ্য সমন্বয়ক (সংগঠন) দুলু আহমেদৰ লগতে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সভাপতি, ৰমেন চন্দ্ৰ বৰ ঠাকুৰ , লগতে তৃণমূল কংগ্ৰেছৰ এক প্রতিনিধিদল বকোৰ সোণতলীৰ কিছমত কাঠমীৰ মৃদুল ইছলামৰ বাসগৃহত উপস্থিত হয়।

20/12/2024

শহীদ মৃদুল ইছলামৰ মাকৰ লগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিশ্ৰুতি




19/12/2024

কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও কাৰ্যসূচীত গৈ আৰক্ষীৰ কন্দুৱা গেছৰ প্ৰভাৱত কংগ্ৰেছ নেতা অধিবক্তা মৃদুল ইচলামৰ হোৱা মৃত্যুক লৈ শোকাচ্ছন্ন সমগ্ৰ ছমৰীয়া সমষ্টিবাসী ::

13/12/2024

আচল পাৰা ব্ৰহ্মপুত্ৰ নদীৰ ধাবা ।

11/12/2024

🔴দক্ষিণ কামৰূপৰ কালাতলী -গৰৈমাৰী পথৰ চৌধুৰীপামত ভয়ংকৰ পথ দুৰ্ঘটনা।

09/12/2024

সোনতলীৰ লটুৰাদিয়া এন চিত ব্ৰহ্মপুত্ৰ নদীৰ জিও বেগৰ বান্ধৰ কাম দৃতিগতিত চলি আছে। #

03/12/2024

#কাছুমাৰা পপুলাৰ একাডেমীৰ মুকলি সভা।

#তৰংগ
Highlight's

30/11/2024

ৰাঙ্গাপানী আদৰ্শ শিশু নিকেতনৰ সাংস্কৃতিক সন্ধিয়া

28/11/2024

আদৰ্শ শিশু নিকেতনৰ মুকলি সভা। ,

27/11/2024

ৰঙাপানীৰ আদৰ্শ শিশু নিকেতনৰ সাংস্কৃতিক শোভাযাত্ৰা #

24/11/2024

২ ন্ং দক্ষিণ ৰঙাপানীৰ ইছমাইল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ মুকলি সভা।

23/11/2024

২ ন্ং দক্ষিণ ৰঙাপানীৰ ইছমাইল হুছেইন উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী গীত পৰিৱেশন।

Address

Boko

Website

Alerts

Be the first to know and let us send you an email when Gaptola Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share