DK365

DK365 সত্য , নিষ্ঠা আমাৰ লক্ষ্য
A registered web portal

23/06/2024

# শুৱালকুছি আৰক্ষীৰ জালত বহিঃৰাজ্যৰ দুই সোণ চোৰ ।
# সোণ চোৰ দুগৰাকী হৈছে মধ্যপ্ৰদেশ ভুপালৰ হাফিজ আলী আৰু সাগৰ মিশ্ৰ ।

20/06/2024

এয়া হত্যা নে আত্মহত্যা অভিযোগ বোৱাৰী ঘৰৰ পৰিয়ালৰ।

14/06/2024

ঈদ উপলক্ষে বাবুৰহাট বজাৰত ১৫ দিনীয়াকৈ আয়োজন কৰা হৈছে আনন্দ মেলা।

চলাপথাৰৰ ড্ৰাগছ মাফিয়া ইকবাল হুছেইন আৰক্ষী জালত।
11/06/2024

চলাপথাৰৰ ড্ৰাগছ মাফিয়া ইকবাল হুছেইন আৰক্ষী জালত।

06/06/2024

বালিকুৰি বজাৰত খেদি খেদি কৰায়ত্ত দুই তীৰ মাফিয়া

Dhubri Election Results Latest Update
04/06/2024

Dhubri Election Results Latest Update

01/06/2024

কলগাছিয়াৰ বালিকুৰীত ভয়ংকৰ পথ দূৰ্ঘটনা।
দূৰ্ঘটনাত নিহত বালিকুৰী গাঁৱৰ ৫৫ বছৰীয়া আছুল উদ্দিন। ই-ৰিক্সা আৰু চাইকেলৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দূৰ্ঘটনা।
ঘটনাস্থলীত উপস্থিত আৰক্ষী।

21/05/2024

মাকৈ খেতি কাটি তহিলং কৰে শত্ৰু পক্ষই ।
এই ঘটনা সংঘটিত হৈছে বালিকুৰীৰ ১নং ৰসুলপুৰ গাঁৱত।
উল্লেখ্য যে মাটি বিবাধক কেন্দ্ৰ কৰি সংঘটিত হয় এই ঘটনা।
থানাত এজাহাৰ দাখিল ঘটনা সন্দৰ্ভত।

20/05/2024

মন্দিয়াত জল জীৱন আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ

20/05/2024

মন্দিয়া সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ বামুণ দংৰা ,দিঘীৰপাম, চাচৰা, মানিকপুৰ গাঁও পঞ্চায়তত অবৈধ খনন

17/05/2024

*বিলাসীপাৰা নয়াহাটৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়ালে চিমেণ্টৰ ওৱাল।*

বিলাসীপাৰা বাসীৰ বাবে এক ভাল খবৰ। কম খৰচত,

এতিয়া আপুনি বনাব পাৰিব ঘৰ চিমেণ্টৰ ৰেডিমেট ইটা ওৱালেৰে চিমেণ্টৰ বিভিন্ন ধৰণৰ আজবাব তৈয়াৰ কৰি উলিয়াইছে নয়াহাটৰ ছপিকুল নামৰ এই যুৱকজনে।

চিমেণ্টৰ ৰেডিমেট ইটা, বাৱনডাৰি ওৱাল , বিভিন্ন ধৰণৰ চিমেণ্টৰ বস্তু পোৱা যায়।
বহিৰাজ্যৰ পৰা সাধাৰণতে কৃষকসকলে ঘৰ বনাবৰ বাবে যিকোনো বস্তু ক্ৰয় কৰাটো কাল্পনিক।

অৱশেষত এতিয়া বিলাসীপাৰা নয়াহাট অঞ্চল বাসীৰ সুবিধাৰ্থে নিজা ঘৰতে তৈয়াৰ কৰি বিক্ৰী কৰিছে ছপিকুল ইছলামে।
আপুনি যদি ভাবিছে ক্ৰয় কৰিব বুলি তেনেহলে যোগাযোগ কৰক ৮০১১১০৪২০৫ নম্বৰত। এই নম্বৰত কল কৰিলে আপুনি সবিশেষ জানিব পাৰিব।

16/05/2024

বালিকুৰি এন চি গাঁৱত ট্ৰেক্টৰৰ ভিতৰত সোমাই মৃত্যু কনমানি ছাত্ৰী

12/05/2024

৫০ টকাত আপুনিও বিচাৰে নেকি দুচকীয়া বিলাসী বাহন?

04/05/2024

2 নং ধুবৰী লোকসভা সমষ্টিৰ RPI দলৰ মোনোনীত প্ৰাৰ্থী ৰেজাউল কৰিমৰ নিৰ্বাচনী প্ৰচাৰ

কলগাছিয়াৰ উপহাৰ কুপন খেলৰ ফলাফল।
03/05/2024

কলগাছিয়াৰ উপহাৰ কুপন খেলৰ ফলাফল।

03/05/2024

কলগাছিয়াৰ দিগজানি গাৱত ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট। কলগাছিয়া থানাত এজাহাৰ দাখিল যদিওঁ প্ৰসাশনে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ।

02/05/2024

মন্দিয়াবাসীৰ বাবে এক সু-খবৰ.....
আজি মন্দিয়া তিনি আলী চ'কত উদ্বোধন কৰা হ'ল
M/S Arif Enterprises নামৰ Dealer.

02/05/2024

অংগনভাড়ী কেন্দ্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ।
সময় উকলি যোৱা খাদ্য বিতৰণ কৰি এইবাৰ ৰাইজৰ ৰোষত পৰিল অংগনভাৰী কেন্দ্ৰৰ কৰ্মী।

26/04/2024

9957379014,6000291822বিখ্যাত ইউটুবাৰ দিম্পু বৰুৱাই উন্মোচন কৰা এখন বৃহৎ উপহাৰ কুপনৰ খেল।
হাতত মাত্ৰ কেইটামান দিনহে বাকী আছে।
কলগাছিয়াত চলি আছে অসমৰ আটাইতকৈ জনপ্ৰিয় উপহাৰ কুপনৰ খেল।
২ খন আলট্ৰা বাছৰ বৃহৎ উপহাৰ কুপনৰ খেল খনে ইতিমধ্যে খোবেই জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
১০০ টকাৰ উপহাৰ কুপনত ২ খনকৈ আলট্ৰা বাছ লগতে আছে কেইবাটাও নামি দামি গাড়ি
বিনামূলীয়া এম্বুলেন্স সেৱা মুকলি কৰাটো হৈছে খেলখনৰ মূল লক্ষ্য।
১ মাৰ্চত কলগাছিয়া বৰপেটা জিলাৰ কলগাছিয়া চকত হেল্পলাইন ফাউণ্ডেশ্যনৰ সৌজন্যত বিনামূলীয়া এম্বুলেন্স সেৱা মুকলিৰ সাহাৰ্য্যাৰ্থে আয়োজন কৰা বৃহৎ উপহাৰ কুপন খেলখনৰ স্থায়ী কাউণ্টাৰ লগতে উপহাৰ কুপন আনুষ্ঠানিকভাৱে উম্মোচন কৰা হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱা।
মাত্ৰ ১০০ টকায় ঘূৰিব আপোনাৰ ভাগ্যৰ চকৰি।
হাতত মাত্ৰ কেইটামান দিন বাকী ।
কোনে লাভ কৰিব প্ৰথম পুৰস্কাৰ আলট্ৰা বাছ?
আপোনাৰ ও যদি এখন বিলাসী বাহনৰ গৰাকী হোৱাৰ মন তেন্তে পলম কিহৰ?
এতিয়াই যোগাযোগ কৰক স্ক্ৰীন ত দিয়া নম্বৰত।
মাত্ৰ ১০০ টকা খৰচ কৰি পৰিক্ষা কৰক আপোনাৰ ভাগ্য।
ৰাইজক উপহাৰ হিচাপে দিবলৈ সাজু কৰি ৰখা হৈছে বিলাসী বাহন সমূহ
উপহাৰ কুপন খেল খনৰ উপহাৰ হিচাপে আছে ২ খনকৈ আলট্ৰা বাছ, Mahindra Thar, Maruti suzuki Breza, Mahindra Bolero, 𝙰𝙻𝚃𝙾 𝙺10 কে ধৰি বহুতো আকৰ্ষণীয় উপহাৰ।

24/04/2024

মন্দিয়া আৰক্ষী চকীত চিপ লৈ আত্মহত্যা কৰা যুৱক পক্ষত উলাই আহিল শ-শ ৰাইজৰ লগতে দল-সংগঠন।

দায়িত্বত থকা আৰক্ষীৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুস্মিতা বড়াক নিলম্ভনৰ দাবিৰ লগতে মৃত যুৱকজনৰ পৰিয়ালক ৩০ লাখ টকাৰ দাবি প্ৰতিবাদ কাৰীৰ।

ইতিমধ্য গঠনাস্থলিত বৰপেটা জিলা আৰক্ষী আধীষক,DSP আৰু থানাৰ OC উপস্থিত হৈ পৰিস্তিতিৰ বুজ লয়।

21/04/2024

কলগাছিয়াৰ টাপাজুলি পাথাৰ গাঁৱত ভয়ংকৰ মাৰপিট

UPSC ত ৪৬২ সংখ্যক স্থানত উজলিল কামৰূপ জিলাৰ -ঋতুৰাজ শর্মা
17/04/2024

UPSC ত ৪৬২ সংখ্যক স্থানত উজলিল কামৰূপ জিলাৰ -ঋতুৰাজ শর্মা

12/04/2024

কলগাছিয়াৰ বালিকুৰীত চীপ লৈ আত্মহত্যা

07/04/2024


কলগাছিয়াৰ দিগজানিত সুদখোৰৰ দপদপনিত ৰাইজৰ নিদ্ৰা হৰণ

04/04/2024

বস্ত্ৰনগৰী শুৱালকুছিত বুধবাৰে দিনজোৰা কাৰ্য্যসুচিৰে শুৱালকুছি পাণ্ডৱ সজাতি দলৰ উদ্দোদত ,RTD ফাউন্ডেচন আৰু ভিচন স্পিৰিং ফাউণ্ডেচনৰ যুতিয়া সহযোগত বিনামুলীয়া চকু পৰিক্ষা শিবিৰৰ কাৰ্য্যসুচি সমাপন কৰা হয় ! উক্ত অনুস্থানত দুখীয়া শপিনী তথা ৰাইজক আবশ্যক অনুযায়ী নুন্যতম মুল্যত চশমাও প্ৰদান কৰা হয় ! এই অনুস্থান সজাতি দলক কৰিবলৈ সুযোগ খন দিয়াত তেওঁলোক নথৈ সুখী হয়! যদিহে আৰু কোনো লোক এতিয়াও ৰৈ গৈছে পুনৰ এইদৰে সহায় সহযোগ পাৱলৈ আকৌ এনে শিবিৰৰ আয়োজন কৰিম বুলি আশা প্ৰদান কৰে।

04/04/2024

হেজাৰ হেজাৰ সমৰ্থকক লৈ এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল ।

03/04/2024

কলগাছিয়াৰ উদমাৰী গাওঁত ভূমি কেন্দ্ৰীক মাৰপিটৰ ঘটনা।

বৰপেটা জিলা কলগাছিয়া থানাৰ অন্তৰ্গত উদমাৰী গাওঁৰ শ্বহিদুল ইছলামৰ পুত্ৰ আশ্ৰাফুল ইচলামে একে গাওঁৰে ৰহিম খানৰ পুত্ৰ ৰমজান আলীক ৰডেৰে মাৰপিট কৰি মূৰত গুৰুতৰ আঘাত কৰিছে বুলি আভিযোগ উত্থাপন কৰিছে।

ঘটনাৰ বিবৰণী মতে, ৰমজান আলীৰ নিজ মাটিত আশ্ৰাফুলে বলপূৰ্বক ভাৱে গছ ৰুই আছিল। উক্ত মাটিত গছ ৰুৱা কামত বাধা দিয়াত আশ্ৰাফুলে খঙত অগ্নি শৰ্মা হৈ ওচৰতে থকা ৰডেৰে ৰমজানৰ মুৰত কোবাই দিয়ে, ফলত ৰমজানৰ মূৰ ফাটি তেজ ওলাই পৰে আৰু ৰমজান আলী একেবাৰে অসুস্থ হৈ পৰে।

আনহাতে ওচৰত থকা বৰপেটা ছিভিল হস্পিটাল, কলগাছিয়ালৈ লগে লগে ততাতৈয়াকৈ ৰমজান আলীক লৈ যায়।

বতৰ্মান ৰমজান আলীৰ অৱস্থা সংকটজনক বুলি ভূক্তভোগীয়ে আমাক জনাইছে।

ইতিমধ্যে, ৰমজান আলীৰ পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰি, প্ৰসাশনৰ ওচৰত উচিত তদন্ত বিচাৰি ন্যায় পোৱাৰ বাবে কাতৰ আহ্বান জনাইছে।

01/04/2024

১০০ টকাত সলনি কৰিব বিচাৰে নেকি আপোনাৰ জীৱন।
মাজত মাত্ৰ তিনি দিন হে বাকী

তেন্তে এয়া আপোনাৰ বাবে সুবর্ণ সুযোগ।

আছে আপোনাৰ বাবে ধামাকা অফাৰ।

এইবাৰ দ্বাৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ মন্দিৰ নিৰ্মাণৰ সহযোগত
উপহাৰ কুপন খেল
ৰংজুলি গোৱালপাৰা।

মাহিন্দ্রা থাৰ কোনে লাখোপতি হব পাৰে ভিডিওটো এবাৰ ভালকৈ চাওঁক

১০০ টকাত জীৱন সলনি কৰিব সাধাৰণ ৰাইজৰ

গতিকে আজিয়ে যোগাযোগ কৰক

আপোনাৰ ভাগ্য সলনী হব পাৰে কেৱল ১০০ টকাত।

শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সঁচা। মাত্ৰ এশ টকা মূল্যৰ উপহাৰ কুপণ খেলৰ টিকটৰ বিনিময়ত
দ্বাৰ শ্ৰী শ্ৰী ৰামচন্দ্ৰ বিগ্ৰহ মন্দিৰ নিৰ্মাণৰ সহযোগত
উপহাৰ কুপন খেল
ৰংজুলি গোৱালপাৰা মাহিন্দ্রা।

খেলখনত
মুঠ 6 লাখ টিকটৰ ব্যৱস্থা কৰা হৈছে অহা4 এপ্ৰিল তাৰিখে হোৱা খেল
উপহাৰ কুপণ খেলৰ পুৰস্কাৰ মাহিন্দ্রা থাৰ , বাজাজ পালছাৰ Ns 125বাইক, মারুতি ব্রেজা (LxI ), স্কুটি(125) মাৰুতি চুইফট (LXI) স্কুটি(125)মাৰুতি চেলেবিঅ (LXI) স্কুটি ৰেনল্ট কুইড(1,0 RXE) স্কুটি(125) টাটা পাঞ্জ pure) স্কুটি(125 ।
তেন্তে চিন্তা কিহৰ এশ টকাৰ বিনিময়ত জিৰোৰ পৰা হিৰো হব পাৰে আপোনিও।

গতিকে আজিয়েই অনলাইন টিকটৰ বাবে যোগা যোগ কৰক +919394945513 নম্বৰত আৰু ক্ৰয় কৰক কুপণ।

29/03/2024

*কামৰূপৰ নগৰবেৰা পাৰঘাটত আভ্যন্তৰীন জলপৰিবহন বিভাগৰ কৰ্ম কাণ্ডত অতিষ্ঠ ৰাইজ*

বাঁহৰ সাকো পাৰাপাৰ হওঁতে ৰাইজে আদায় দিব লাগে বৃহৎ পৰিমানৰ ধন ৷

ত্ৰিছ মিটাৰমান বাহৰ সাকো পাৰ হওঁতে আদায় দিব লাগে চল্লিচ পৰা পঞ্চাচ টকা ৷

পাৰাপাৰৰ নামত আভ্যন্তৰীন জলপৰিবহন বিভাগৰ সৈতে মিলি লেচীয়ে মাধমাৰ সোধাইছে সৰ্বসাধাৰণ জনতাক ৷

নগৰবেৰা বজাৰ সংযোগী পাৰঘাটত লেচী ৰফিকুল ইছলামে চলাইছে এই ছিণ্ডিকেট৷

কামৰূপৰ নগৰবেৰা বজাৰ সংযোগী দোকুচি-ভখুৰাদিয়া পাৰঘাটত চলাইছে এই ছিণ্ডিকেটৰাজ।

প্ৰথমে দৃশ্যটো চাই লওক এখন বাঁহৰ সাঁকো দৈৰ্ঘ্য মাত্ৰ ৩০ মিটাৰমান।এই সাকোঁখন বাইক সহ মানুহ পাৰ হওতে লেচীক আদায় দিব লাগে ৪০ পৰা ৫০ টকা।

পাৰঘাটখনত পাৰাপাৰৰ নামত ৰফিকুলে দীৰ্ঘদিনৰ পৰা বৃহৎ ছিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ ৰাইজৰ৷

উল্লেখ্য যে পূৰ্বেও লেচী ৰফিকুল ইছলামৰ বিৰুদ্ধে উত্থাপন হৈছিল চিণ্ডিকেট৷

16/03/2024

*আলোপতিৰ যোৱা ১৩ মাৰ্চ তাৰিখত নিৰুদ্দেশ হোৱা শিশুটিৰ মৃতদেহ লেট্ৰিনৰ টেংকিত উদ্ধাৰ।*

বাঘবৰৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত আলোপতি মণ্ডলপাৰাৰ মানিক আলীৰ পুত্ৰ মমিনুল ইছলাম(photo given) ৭ বছৰীয়া শিশুটি ১৩ মাৰ্চ বুধবাৰৰ আবেলি খেলি থকা অৱস্থাত হঠাৎ নিৰুদ্দেশ হয়।
বা-বাতৰিত সম্প্ৰচাৰ হোৱাৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল নিৰুদ্দিষ্ট শিশুটিৰ।
চাৰিদিনৰ পিছত কাষৰীয়া আব্দুল কদ্দুচৰ ঘৰত নিৰ্মাণ কৰি থোৱা লেট্ৰিনৰ টেংকিত উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ।
আশ্চৰ্যকৰ কথা এই যে নিৰুদ্দেশ হোৱাৰ পিছত উক্ত লেট্ৰিনৰ টেংকিত আগতেও বিচাৰিছিল যদিও আজি হঠাৎ উদ্বাৰ হয় উক্ত টেংকিটোত মৃতদেহ। এতিয়া ভুক্তভোগী পৰিয়ালে প্ৰশাসনৰ ওচৰত আহ্বান উক্ত ঘটনাটো তদন্ত কৰি দোষীক উচিত শাস্তী প্ৰদান কৰিব লাগে।

Address

Barpeta
781319

Alerts

Be the first to know and let us send you an email when DK365 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DK365:

Videos

Share

Nearby media companies


Other News & Media Websites in Barpeta

Show All