Mehek Ansary

Mehek Ansary news

02/12/2022

চান্দমামা বৰভিঠা আনন্দ মেলাৰ আজি প্ৰথম দিন

02/12/2022
25/11/2022

নাৰৰ্জীনা খাতুনৰ আধুনিক নৃত্য প্ৰতিযোগিতাত। দ্বিতীয় স্থান লাভ কৰে।

19/11/2022

চান্দমামা আদৰ্শ জাতীয় বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত গাইছে।

27/10/2022

এটি অতি দুনীয়া গীত

26/10/2022

চাহ বাগিছাৰ মাজত এজাক বনৰীয়া হাতী

25/10/2022

মৈৰাবাৰী H A M গাৰ্লছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নৱাগত আদৰণি সভা অনুষ্ঠিত।

👉মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ ছোৱালী সকলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান H.A.M গাৰ্লছ চিনিয়ৰ চেকেণ্ডাৰী স্কুলত আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ২০২২ চনৰ নৱাগত আদৰণি সভাৰ আয়োজন কৰা হয়।

24/10/2022

বঙাইগাঁও জিলাৰ মেৰেৰচৰ দুবাচুৰী আঞ্চলিক এম ই মাদ্ৰাছাত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ আজি মুকুলি সভা অনুষ্ঠিত হয়।

আজিৰ এই মুকুলি সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়া আৰু আমছুৰ সভপতি ৰেজাউল কোৰিম সৰকাৰ।

Address

Barbhitha
Barpeta
781321

Alerts

Be the first to know and let us send you an email when Mehek Ansary posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mehek Ansary:

Videos

Share


Other News & Media Websites in Barpeta

Show All