আজি দেখুওৱাম বিধায়ক জাকিৰ হুছেন শিকদাৰৰ পূৰবৰ সৰুক্ষেএী সমষ্টিৰ উন্নয়নৰ নামত ফকলাৰোপ
হয় এতিয়া কবলৈ ওলাইছো বিধায়ক জাকিৰ হুছেন শিকদাৰৰ উন্নয়নৰ কথা ।
নাম্বাৰ ১।।।
আজিৰ দিনটোত দেখা গ'ল সৰুক্ষেএী সমষ্টিৰ অন্তৰ্গত ১নং বেছিমাৰীৰ স্থানীয় ৰাইজে এটা জৰাজীৰ্ণ ৰাজপথ ৰাইজৰ গাঠিৰ ধন ভাঙি মেৰামতি কৰি আছে স্থানীয় ৰাইজৰ অভিযোগ বিধায়ক জাকিৰ হুছেন শিকদাৰ অবগত কৰিলেও কাণসাৰ নাই বিধায়ক জাকিৰ হুছেন শিকদাৰৰ ।
নাম্বাৰ ২।।।
পূৰবৰ সৰুক্ষেএী সমষ্টিৰ অন্তৰ্গত বইঠাভাঙা টিহু নদীৰ ওপৰেদি এটা কাঠৰ দলং আজি দুই বছৰ আগত বান পানীয়ে উটুৱাই লৈ গৈছিল কাঠৰ দলংখন ।
আজি লৈকে নিৰ্মাণ নকৰিলে কাঠৰ দলংখন বিধায়ক জাকিৰ হুছেন শিকদাৰৰে ।
নাম্বাৰ ৩ ।।।
পূৰবৰ সৰুক্ষেএী সমষ্টিৰ দুই নং বেছিমাৰী পাম গাঁওত এটা কাঠৰ দলংৰ জৰাজীৰ্ণ অবস্থা ।
পিছে স্থানীয় ৰাইজে গাঠিৰ ধন খৰছ কৰি মেৰামতি কৰি
সৰুক্ষেএী সমষ্টিৰ উন্নয়নৰ নামত ফকলাৰু ৰুপ
আপুনি বাৰু ছেকেণ্ড হেণ্ড মটৰ চাইকেল ক্ৰয় কৰিব বিচাৰিছে নেকি?তেন্তে আপোনাৰ বাবে সু খবৰ।
মাত্ৰ ২০ হেজাৰ টকাৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব ছেকেণ্ড হেণ্ড মটৰচাইকেল।
বৰপেটাৰ আগদিয়া চকত নতুনকৈ মুকলি কৰা হৈছে খান ছেকেণ্ড হেণ্ড শ্ব'ৰূম ।
যত অতি কম দামত ছেকেণ্ড হেণ্ড মটৰচাইকেল গ্ৰাহকে লাভ কৰিব বুলি স্বত্বাধিকাৰীয়ে আমাক জানিবলৈ দিয়ে।
২০ হাজাৰ টকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ মটৰচাইকেল শ্ব'ৰূম খনত উপলব্ধ আছে।
নথিপত্ৰ আৰু নম্বৰ প্লেটসহ মটৰচাইকেল বেচা কিনাও কৰা হয়।
যোগাযোগ নাম্বাৰ 9957873433
মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনে
৩ নং বৰপেটা লোকসভা সমষ্টি নিৰ্দলীয় প্ৰাৰ্থী দেৱান মহিবুলৰ।
এই বাৰ দেৱান মহিবুলৰ প্ৰতিশ্ৰুতি ৰাইজে যদি ভোট দি সাংসদ বনাই তেতিয়া হলে মহিলাসকলক দিব wifi ফাই গেছছেলেন্ডাৰ।
নিৱনোৱা যুৱক যুৱতিক দিব i phone আৰু এটাকে ই ৰিস্কা।
বহ্মমপুএ দুটা পাৰে শৱ HD ৰাস্তা ।
চেঙা নিৰ্বাচনী সভাত জয়ন্ত মল্ল বৰুৱাই কেবাটাও মন্তব্য ।
মন্ত্ৰীৰ দায়িত্বত থাকোতে প্ৰতিদিনে এটাকৈ গড় নিধন কৰিছিল ৰকীবুল হুছেইনে
এইবাৰো জিকিলে ধুবুৰিত শিল বালি ছিণ্ডিকেট চলাব ৰকিবুল হুছেইনে।
এইফালে আজমলক কটাক্ষ কৰি কয় তলা হুজুৰৰ হাতত চাবি কংগ্ৰেছেৰ হাতত।
মনিপুৰৰ কুকি উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হ'ল বৰপেটাৰ ভেল্লাৰ CRPF
জোৱান নাছিৰ উদ্দিন সৰকাৰ ।
মুছলিম ছাত্ৰ সন্থাৰ সভাপতি জালাল উদ্দিনে কয় যে শ্বহীদ হোৱা নাছিৰ উদ্দিন সৰকাৰৰ ঘৰত অসমৰ কোনো জনপ্ৰতিনিধি যোৱা নাই বুলি ধিকাৰ জনাই ।
সৰ্থেবাৰীৰ বুৰিখামাৰত নিৰ্বাচনী প্ৰচাৰ চলাই
নিৰদলীয় পাৰ্টী দুলু আহমেদদে ।
ফণীভূষণ চৌধুৰীৰক টোপনী লৈ নাটক আখ্যা দিলে দুলু আহমেদে ।
ভূপেন বৰাক মিছলিয়া বুলিলে দুলু আহমেদে আৰু বিধায়ক জাকিৰ হুছেইন শিকদাৰক লক্ষ্য কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে
সৰ্থেবাৰীত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
নগৰবেৰাৰ নাইটৰ বিদ্যানগৰত মৰ্মান্তিক ঘটনা।বিদ্যুৎ পৃষ্ঠ হৈ এজন যুৱকৰ কৰুণ মৃত্যু।
বৰপেটাৰ কয়াকুছি গাঁৱত নিশা ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা।
জুইত জাহ গ'ল প্ৰায় ২৬ কুইন্টল সুলভ মূল্যৰ চাউল।
সৰ্থেবাৰীৰ বেছিমাৰী গাঁৱত দুটা মটৰ চুৰক আটক
নিৰ্বাচনী প্ৰচাৰ AJP বৰ আগদিয়া
বৰপেটাৰ বেচিমাৰী পাম গাঁৱত জল জীৱন মিচনৰ আচঁনি ৰূপায়নত ব্যাপক অনিয়ম সংগঠিত হৈছে।
অতি নিম্ন মানৰ কাম কৰি অনিয়ম সংগঠিত কৰিছে ঠিকাদাৰে ।
বজালীৰ গোলিবান্ধা গাঁৱত নিৰুদ্দেশৰ ঘটনা ।
বালাপাৰা আৰক্ষী চকীৰ অন্তৰ্গত গোলিবান্ধা গাঁৱৰ ৪৫ বছৰীয়া নুৰ উদ্দিন নিৰুদ্দেশ।
যদি কোনো লোকে নুৰ উদ্দিনক কৰবাত দেখা পায় তেন্তে 6900226351 নম্বৰত খৱৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে
CAA বলৱৎ হোৱাৰ পিছতেই ৰাজ্যত অব্যাহত আছে কা'ৰ বিৰুদ্ধে তীব্র প্রতিবাদ।
ভাৰতীয় জাতীয় কংগ্ৰেছ বৰপেটা জিলা সমিতিয়ে কা'ৰ প্ৰতিলিপি দাহ কৰি কা'ৰ বিৰুদ্ধে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বাগোদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত টকা লৈ নকল যোগান ধৰা অভিযোগ।
আৰম্ভ হল ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ১৫৮ সংখ্যক সভা মহোৎসৱ। সমগ্ৰ অসমৰ ভিতৰতেই এখন উল্লেখযোগ্য সভা মহোৎসৱ হৈছে ঐতিহাসিক সৰ্থেবাৰীৰ শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ সভা
ৰঙিয়া নদীৰ পাম মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সম্প্ৰদায় উৎসৱ উদযাপন।
বৰপেটা জিলাৰ অন্তৰ্গত সৰুক্ষেত্ৰী সমষ্টিৰ চেঙা শিক্ষা খণ্ডৰ অধিনত ৯ খন বিদ্যালয়ত লগ লাগি আজি দিনযোৰা কাৰ্যসূচীৰে ৰঙিয়া নদীৰ পাম মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সম্প্ৰদায় উৎসৱ উদযাপন কৰা হয়।