TIME 11

TIME 11 ৰাইজৰ পক্ষত,সত্যৰ সন্ধানত অবিৰত যাত্ৰা

22/09/2023
21/09/2023
29/08/2023

বৰপেটা জিলাৰ হাউলী, বৰপেটা ৰোড, সৰভোগ আদি ঠাইসমূহ বৰপেটা জিলাতেই ৰখাৰ দাবী জনায় ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে

22/07/2023

Time11 ৰ মুখ্য সঞ্চালক ৰমজান আলীৰ বিৰুদ্ধে News 30 নামৰ ৱেব পৰ্টেলটোৱে বাঘবৰ সমবায় সমিতি সন্দৰ্ভত ধনদাবী অভিযোগ আনি যি বাতৰি সম্প্ৰচাৰিত কৰিছে উক্ত বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন আৰু ভূৱা ।

13/07/2023

মুখ্যমন্ত্ৰীৰ মুখত টুলুঙা মন্তব্য

এইবাৰ মিঞাক তাচ্ছিল্যসূচক মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

10/07/2023
06/07/2023

দক্ষিণ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত ধৰা পৰিল এইবাৰ ঘোচখোৰ লাটমণ্ডল।

06/07/2023

বাঘবৰবাসীৰ বাবে এটি সুখবৰ

মনালী মোবাইল ছেল পইন্ট বাঘবৰ গৰু বজাৰৰ ওচৰত নতুনকৈ সংযোজিত হৈছে। Samsung 5G,4G mobile 0% সুদত ফাইনেন্সত দিয়া হ'ব এনড্ৰেট মোবাইলখন।

03/07/2023

দক্ষিণ কামৰূপৰ বকোত সাংবাদিক আব্দুল ৰৌফ আলমগীৰৰ হত্যাকাণ্ডৰ তদন্ত CBI ক হস্তান্তৰ কৰাৰ দাবীত ২ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী।

02/07/2023

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চালবান্ধাত শোকাৱহ পথ দুৰ্ঘটনা

29/06/2023

🔴 আজি মুছলমান ধৰ্মাৱলম্বীৰ সকলৰ পবিত্ৰ ঈদ উল আজহা
উলহ মালহেৰে ঈদ পালন ইছলাম
ধৰ্মাৱলম্বী লোক সকলৰ

লংকাৰ উদালী চৌৰংগীত

ঈদগাহ ময়দানত পোনপটীয়া সম্প্ৰচাৰ উপস্থিত আমাৰ লংকাৰ
সাংবাদিক উছমান গনি।

27/06/2023

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নবজ্যোতি তালুকদাৰ প্ৰতিক্ৰিয়া

27/06/2023

সাংবাদিক হত্যাকাণ্ডৰ ন্যায়িক তদন্তৰ দাবীত দক্ষিণ কামৰূপ‌ জিলা আমছুৰ তীব্ৰ প্ৰতিবাদ৷

27/06/2023

বাটৰ নাটেৰে ড্ৰাগছৰ বিৰুদ্ধে সঁজাক কৰিলে ৰাইজক।*

26/06/2023

অৱশেষত উদ্ধাৰ হ'ল অপহৃত সাংবাদিক আব্দুৰ ৰৌফ আলমগীৰৰ মৃতদেহ

24/06/2023

ধুবুৰীৰ সাধুভাষা গাঁও পঞ্চায়তত অঘটন। এটা পৰিয়ালৰ স্বামী স্ত্ৰীৰ মৃত্যু

24/06/2023

জনীয়া আঞ্চলিক কৱৰস্থানৰ মুখ্য গেট নিৰ্মাণ কামৰ শুভ উদ্বোধন

23/06/2023

বানপীড়িত অঞ্চল আশ্ৰয় শিবিৰ পৰিদৰ্শন ৰাইজৰ দলৰঃ পৰ্যাপ্ত সাহাৰ্য্য দিয়াৰ দাবী

22/06/2023

সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ
RSS ৰ নিৰ্দেশত বিজেপিৰ ষড়যন্ত্ৰ |
পুব বিলাসীপাৰাৰ AIUDF ৰ বিধায়ক ছামছুল হুদাৰ প্ৰতিক্ৰিয়া |

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ ৰিপোৰ্ট।

21/06/2023

গৰাখহনীয়াৰ কৱলত প্ৰায় এখন অঞ্চল।

20/06/2023

বৰপেটাৰ ভেল্লাত প্ৰাক্তন আলফা ঐক্যমঞ্চৰ বিষ্ণুৰাভা দিৱস উদযাপন

20/06/2023

দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ মুখ্য পকী পথৰ বিধ্বস্ত ৰূপ

16/06/2023

সাফল্যত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে, কাকীৰ আতাউৰ ৰহমানে প্ৰমাণ কৰি দেখুৱালেঃ

সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। এই পদত নিযুক্ত বাইদেউ প্ৰথমগৰাকী অসমীয়া মহিলা। কট...
14/06/2023

সুৰঞ্জনা দত্ত ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ নিযুক্ত হৈছে। এই পদত নিযুক্ত বাইদেউ প্ৰথমগৰাকী অসমীয়া মহিলা। কটন কলেজত PU ত (১০+২) ষ্টেণ্ড কৰি পাছত কটনৰে পৰা ডিগ্ৰীৰ পাছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বাইদেৱে ১৯৯১ চনত ষ্টেট বেংক অফ ইণ্ডিয়াৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে যোগদান কৰে ।চাকৰি জীৱনত দেশৰ বিভিন্ন প্ৰান্তত সুখ্যাতিৰে কাম কৰাৰ ওপৰিও কিছুদিন বাইদেউ জাপানতো কৰ্মৰত আছিল। সুৰঞ্জনা দত্তৰ কেৰিয়াৰ আৰু কৰ্মৰাজি বহু অসমীয়াৰ বাবে অনুপ্ৰেৰণাৰ উৎস।বাইদেউৰ চাকৰি জীৱনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো।
বেংকিং এটা বৃহৎ কেৰিয়াৰ। অসমীয়া লৰা ছোৱালী বহু কম। প্ৰবেচনাৰী অফিচাৰৰ পৰীক্ষা দি বিভিন্ন বেংকত কাম কৰিব পাৰি। ক্লাৰিকেল গ্ৰেডটো বহু চাকৰি আছে। আজিকালি HDFC, ICICI, Axis বেংক ইত্যাদিত উত্তৰ পূবৰ অপাৰেচনৰ বাবে বহু থলুৱা লৰা ছোৱালীৰ দৰকাৰ। স্মাৰ্ট, ভাল কমিউনিকেচন থকা প্ৰাৰ্থীৰ বাবে বহু চাকৰি আছে। আমাৰ ৰাইজে চেষ্টা কৰক। State Bank of India

বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰ কনৰা অঞ্চল লৈ সুনাম কঢ়িয়াই আনিলে  #ইমদাদুল_হাচান সদ্য ঘোষিত  /23 ত পৰীক্ষাত 564 নম্বৰ পাই ...
14/06/2023

বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰ কনৰা অঞ্চল লৈ সুনাম কঢ়িয়াই আনিলে #ইমদাদুল_হাচান সদ্য ঘোষিত /23 ত পৰীক্ষাত 564 নম্বৰ পাই উত্তীৰ্ণ হৈছে ।

NEET 2023 ত ৫৮২ নম্বৰেৰে উজ্বলিল কলগাছিয়া ক্ষুদ্ৰকুছিৰ জেৰিফা আকতাৰ তেওঁ NTime ৰ সঞ্চালক মমিনুৰ ইছলামৰ কণিষ্ঠ ভনীয়েক
14/06/2023

NEET 2023 ত ৫৮২ নম্বৰেৰে উজ্বলিল কলগাছিয়া ক্ষুদ্ৰকুছিৰ জেৰিফা আকতাৰ তেওঁ NTime ৰ সঞ্চালক মমিনুৰ ইছলামৰ কণিষ্ঠ ভনীয়েক

*Bilasipara*▪️ *সৰ্ব ভাৰতীয় NEET পৰীক্ষাত বিলাসীপাৰাৰ খাইৰুল ইছলামৰ বিশেষ  সফলতা।* ▪️ *NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ...
14/06/2023

*Bilasipara*

▪️ *সৰ্ব ভাৰতীয় NEET পৰীক্ষাত বিলাসীপাৰাৰ খাইৰুল ইছলামৰ বিশেষ সফলতা।*
▪️ *NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ খাইৰুল ইছলামে বিলাসীপাৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।*
▪️ *খাইৰুল ইছলামৰ ঘৰ বিলাসীপাৰাৰ টিলাপাৰাৰ সন্তোষপুৰ গাঁৱত।*
▪️ *NEET পৰীক্ষাত খাইৰুল ইছলামে লাভ কৰিছে 577 নম্বৰ।*
▪️ *খাইৰুল ইছলাম বিলাসীপাৰাৰ প্ৰাগ নিউজৰ সাংবাদিক ওছমান গনিৰ সৰু ভাতৃ।*

বিলাসী পাৰাৰ পৰা ছুৰুত জামানৰ ৰিপোৰ্ট।।

13/06/2023

Oriens কোম্পানীৰ উদ্যোগত হাতীপাৰাস্থিত নতুন চিমনাপাৰা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হয় স্বাস্থ্য সজাগতা সভা

Address

Baghbar
Barpeta
781308

Telephone

+919101017129

Website

Alerts

Be the first to know and let us send you an email when TIME 11 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME 11:

Videos

Share

Nearby media companies


Other Media/News Companies in Barpeta

Show All

You may also like