SR Creation Assam

SR Creation Assam সমাজৰ প্ৰতি আমি দায়বদ্ধ | নিৰ্ভীক,নিৰপেক্ষ কন্ঠ।
(1)

03/09/2023

সিলঁসাকোত মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদ লৈ কৃষক নেতা আব্দুল আৱালৰ প্ৰতিক্ৰিয়া।

02/09/2023

বিজেপি চৰকাৰৰ দিনত মহিলাসকল অৰ্ধউলংগ হৈ প্ৰতিবাদ কৰিব লগা হৈছে

আগন্তুক প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে বহুত দৰকাৰী সাম্প্ৰতিক পৰিক্ৰমা(Current Affairs)ৰ প্ৰশ্নোত্তৰ।ভাল লাগিলে শেয়াৰ কৰি...
01/09/2023

আগন্তুক প্ৰতিযোগীতামূলক পৰীক্ষাৰ বাবে বহুত দৰকাৰী সাম্প্ৰতিক পৰিক্ৰমা(Current Affairs)ৰ প্ৰশ্নোত্তৰ।ভাল লাগিলে শেয়াৰ কৰিবলৈ নাপাহৰিব।

31/08/2023

বজাৰত ঔষধ বিক্ৰী কৰা কেম্পেছাৰৰ কন্ঠত অসাধাৰণ গান।

আগন্তুক ২২০০০ পদৰ বাবে বহুত দৰকাৰী GK ৰ প্ৰশ্নোত্তৰ।ইয়াৰ পৰা দুই তিনিটা প্ৰশ্ন প্ৰায় অহা দেখা যায়।ভাল লাগিলে Share কৰিবল...
26/08/2023

আগন্তুক ২২০০০ পদৰ বাবে বহুত দৰকাৰী GK ৰ প্ৰশ্নোত্তৰ।ইয়াৰ পৰা দুই তিনিটা প্ৰশ্ন প্ৰায় অহা দেখা যায়।ভাল লাগিলে Share কৰিবলৈ নাপাহৰিব।এনেকুৱা আপডেট পাবলৈ আমাৰ পেজটো Like/Follow কৰি ৰাখিব।

আগন্তুক Direct Recruitment ৰ বাবে উপযোগী হোৱাকৈ।ভাল লাগিলে পেজটো Like/Follow আৰু Share কৰিবলৈ নাপাহৰিব।আজিৰ পৰা নিয়মিতভা...
24/08/2023

আগন্তুক Direct Recruitment ৰ বাবে উপযোগী হোৱাকৈ।ভাল লাগিলে পেজটো Like/Follow আৰু Share কৰিবলৈ নাপাহৰিব।আজিৰ পৰা নিয়মিতভাবে GK ৰ প্ৰশ্নোত্তৰবোৰ এইটো পেজত পাই থাকিব

20/08/2023

অসমৰ বৰপেটা জিলাৰ চেঙাত আজি হৈ যোৱা বিশাল নাওঁখেল প্ৰতিযোগীতা।

20/08/2023

চেঙাত হৈ যোৱা নাওঁখেলৰ প্ৰথম বিজয়ী দুয়োখন নাওঁৰ খেল।শ্বাহানাজ Vs মৈসাল বন্ধু।এই ৰাউণ্ডত শ্বাহানাজ জয়ী।

17/08/2023

পিলপিলি চালক ৰফিকুল ইছলামৰ কন্ঠত এটি অসাধাৰন গান।বন্ধুসকল ভাইৰেল কৰি দিয়ক।

16/08/2023

বৰপেটা জিলাৰ মন্দিয়া ভেলেংগী নদীত হৈ থকা অসম ভিত্তিত নাওঁখেল।

15/08/2023

ৰঙিয়া নদীৰ পামৰ তৰিফ মোল্লাই সাজি উলিয়াইছে এটি প্ৰকাণ্ড ডাঙৰ বাইসাল নাওঁ।অহাকালিৰ খেলৰ বাবে প্ৰচুৰ অনুশীলন চলাই আছে।

13/08/2023

গোৱালপাৰা আমছুৰ সভাত এটি আটক ধুনীয়া গোৱালপৰীয়া নৃত্য।

13/08/2023

কয়াকুছিত অনুষ্ঠিত হোৱা বৰপেটা আৰু ধুবুৰী সংসদীয় সমষ্টি ভিত্তিত AIUDF দলৰ দলীয় কৰ্মশালাৰ এটি Vlog Video

12/08/2023

কয়াকুছিত AIUDF দলৰ কৰ্মী সন্মিলনত দলগাৱঁৰ বিধায়ক মুজিবৰ ৰহমানৰ ভাষনৰ কিয়দাংশ।

12/08/2023

চেঙাৰ যুৱ বিধায়ক আশ্ৰাফুল হুছেইনৰ গুৰুত্বপূৰ্ণ ভাষন।

10/08/2023

বয়জেৰ আলগা আঞ্চলিক ৰাইজৰ দ'লৰ সম্পাদক জহিৰুল ইছলামৰ আজান আৰু শিলাদিত্য দেৱ লৈ মন্তব্য।

08/08/2023

*ৰাজ্যত মূল্যবৃদ্ধিয়ে সৃষ্টি কৰা ত্ৰাস আৰু আতংকময় পৰিবেশক লৈ তীব্র ক্ষোভ ৰাইজৰ দলৰ*

*দেশ মাতৃক ৰক্ষাৰ স্বাৰ্থত লাচিত বৰফুকনে মোমায়েকৰ শিৰচ্ছেদ কৰাৰ লেখীয়াকৈ মূল্যবৃদ্ধিত অতিষ্ঠ অসমৰ জনতাই মামা বুলি মাতা মুখ্যমন্ত্ৰীকো ৰাজনৈতিকভাবে শিৰচ্ছেদ কৰিবলৈকো কুণ্ঠাবোধ নকৰে*

এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানৰ। জামানে লগতে উল্লেখ কৰে যে
ৰাজ্যত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকা পুতৌজনক । মূল্যবৃদ্ধিৰ ক্ষেত্ৰত দায়িত্বশীল মন্ত্ৰীৰ মন্তব্য দায়িত্বজ্ঞানহীন । মূল্যবৃদ্ধি ৰোধ কৰাত চৰমভাবে ব্যৰ্থ মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰী ৰঞ্জিত দাসক পদত্যাগ কৰাৰ দাবী উত্থাপন কৰে ৰাইজৰ দলৰ সম্পাদক মনিৰুজ জামানে ।

06/08/2023

বৰপেটা জিলাৰ #ভেৰাভিঠাত হৈ যোৱা নাওঁখেলৰ ছেমিফাইনেল আৰু ফাইনেল খেল।প্ৰথম বিজয়ী সোনাৰ বৰণ পাখি আৰু দ্বিতীয় বিজয়ী মৈশাল বন্ধু। #নৌকাবাইস #নাওঁখেল

05/08/2023

How to improve your long jump..look at this video and make you perfect..

05/08/2023

আজি বৰপেটা জিলাৰ #ভেৰাভিঠাত হৈ যোৱা বিশাল নাওঁখেল প্ৰতিযোগীতা। #নাওঁখেল #নৌকাবাইস

02/08/2023

শিলাদিত্য দেৱক সকীয়নি বয়জেৰ আলগা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আব্দুল আৱাল মণ্ডলৰ।

02/08/2023

অসমৰ বৰপেটা জিলাৰ মৈখুলিত হৈ যোৱা নাওঁখেল। #নাওঁখৈল #নৌকাবাইছ

01/08/2023

গ্ৰাম অঞ্চলৰ পৰম্পৰাগত #নাওঁখেল সুন্দৰ এটি জাৰি গানৰ সৈতে। #নাওঁখেল #নৌকাবাইছ

31/07/2023

মৈখুলিৰ নাওঁ খেল।

30/07/2023

সুন্দৰ এটি জাৰি গানৰ সৈতে নাওঁখেল উপভোগ কৰক।স্থান:(মৈখুলি)বৰপেটা।

30/07/2023

মৈখুলিত হৈ যোৱা নাওঁ খেলৰ ছেমি ফাইনেল খেল।আলিফ লায়লা বনাম ৰাইজেৰ মনেৰ পাখি।বিজয়ী‍ নাওঁ কোনটো কমিটিয়ে সিদ্ধান্ত ল'ব পৰা নাই।

30/07/2023

ডিএম এক্সপ্ৰেছ বনাম বগীতৰা।ডিএম এক্সপ্ৰেছ উইনাৰ

30/07/2023

আলিফ লায়লা বনাম সোনাৰ আসাম।আলিফ লায়লা বিজয়ী।

Address

Rangia Gaon, Sarthebari, Barpeta(Assam)India. . Hahchora To Rajakhat
Barpeta
781311

Telephone

+919365125017

Website

Alerts

Be the first to know and let us send you an email when SR Creation Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SR Creation Assam:

Videos

Share


Other Media/News Companies in Barpeta

Show All