Bhaskar Jyoti Neog

Bhaskar Jyoti Neog সংগ্ৰাম আন এটি নাম জীৱনৰে

সদৌটিলৈ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক  হিয়াভৰা শুভেচ্ছা..
13/04/2024

সদৌটিলৈ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক হিয়াভৰা শুভেচ্ছা..

14/02/2024
26/11/2023

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ মৰিগাঁও অধিৱেশনত পুনৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পোৱা শংকৰজ্যোতি বৰুৱাই কালি গৃহ জিলালৈ গৈ থকা সময়ত গাড়ী ৰেলীটো কাজিৰঙাত কিছু মুহূৰ্ত।

বৰহোলা অঞ্চলৰ ইকৰাণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২  নং বচা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত আয়োজন কৰা ...
15/11/2023

বৰহোলা অঞ্চলৰ ইকৰাণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত ২ নং বচা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত আৰু স্হানীয় ৰাইজৰ সহযোগত আয়োজন কৰা শিশু দিৱসৰ অনুষ্ঠানৰ নিমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকো। এই অনুষ্ঠানতোলৈ আমন্ত্ৰণ জনোৱা বাবে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু উদযাপন সমিতিৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।

আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে যোৰহাট জিলা লোক নিৰ্মাণ(পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তাক সাক্ষাৎ কৰি সমগ্ৰ ব...
10/10/2023

আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে যোৰহাট জিলা লোক নিৰ্মাণ(পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তাক সাক্ষাৎ কৰি সমগ্ৰ বৰহোলা অঞ্চলটোৰ জৰাজীৰ্ণ বাট-পথ সমূহ পুনৰ নিৰ্মাণৰ আৰু বৰহোলাৰ মাজমজিয়াত অৱস্থিত পুখুৰী সদৃশ গাত সমূহ তাৎক্ষণিকভাৱে পোতাৰ দাবী জনাই এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এক আলোচনাত মিলিত হও।
বৰহোলা মহাবিদ্যালয় আছু গোট

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আজি কেন্দ্ৰীয়ভাৱে বৰহোলা উচ্চতৰ...
05/09/2023

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আজি কেন্দ্ৰীয়ভাৱে বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক দিৱস উদযাপন কৰা হয়।
এই অনুষ্ঠানতে শিক্ষকতাৰ যোগেদি প্ৰজ্ঞাৰ পোহৰ বিলাই যোৱা সমগ্ৰ বৰহোলা অঞ্চলতোৰ ১০ গৰাকী শিক্ষাগুৰুক সম্বৰ্ধনা জনোৱা হয়।।

সমগ্ৰ বৰহোলা অঞ্চলটোত বিগত কেইটামান দিন ধৰি সঘনাই বিদ্যুৎ কৰ্তন কৰা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান ।আজি বৰহোলা আঞ্চলিক ছাত্...
02/09/2023

সমগ্ৰ বৰহোলা অঞ্চলটোত বিগত কেইটামান দিন ধৰি সঘনাই বিদ্যুৎ কৰ্তন কৰা সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান ।

আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সজাতি দলে তিতাবৰ বিদ্যুৎ উপ- সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাক সাক্ষ্যাত কৰি পৃথকে পৃথকে বিদ্যুৎ যোগান নিয়মীয়া কৰা দাবীত এখনি স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে এক আলোচনাত মিলিত হও।
২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰিম বুলি ঢাক-ঢোল বজোৱা চৰকাৰৰ দিনত বিদ্যুৎ যোগান ধৰিব নোৱাৰাতো অতি পৰিতাপৰ বিষয়।

29/08/2023

জনপ্ৰিয় কণ্ঠশিল্পী -দীপাম্বিতা ডেকা ৰ-
কাতো বৰা ধানৰ ঠোক
ভৰিত জাকৈ মাৰোতে জোক...

#বৰহোলা_আঞ্চলিক_ছাত্ৰ_সন্থাৰ_বৰহোলা_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনৰ_২০২৩_ৰ_মঞ্চত।

#2023
Dipanwita Deka Dipanwita Deka
https://youtube.com/

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা ,বৰহোলা মহাবিদ্যালয় IQAC ৰ যৌথ উদ্যোগত আৰু চানক্য IAS একাডেমী সহযোগত বৰহোলা মহাবিদ্যালয়ত হৈ থ...
22/08/2023

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা ,বৰহোলা মহাবিদ্যালয় IQAC ৰ যৌথ উদ্যোগত আৰু চানক্য IAS একাডেমী সহযোগত বৰহোলা মহাবিদ্যালয়ত হৈ থকা বিনামূলীয়া UPSC /APSC আৰু অসম চৰকাৰৰ বিভিন্ন চৰকাৰী চাকৰি বাবে প্ৰাক পৰীক্ষা প্ৰশিক্ষণ শিবিৰ যোৱা কালি অন্ত পৰে। বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই দ্বিতীয়বাৰৰ বাবে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলো। ভৱিষ্যত দিনতো অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এনে শিবিৰ আয়োজন কৰি যাম। আশা ৰাখিছোঁ এই ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰা প্ৰত্যেক গৰাকীয়ে অনাগত সময়ত নিজ লক্ষ্যত উপনীত হবলৈ সক্ষম হব। শুভাশা।।
।। জয় আই অসম।।

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা ,বৰহোলা মহাবিদ্যালয় IQAC যৌথ উদ্যোগত আৰু চানক্য IAS একাডেমী সহযোগত UPSC /APSC আৰু অসম চৰকাৰৰ ...
06/08/2023

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা ,বৰহোলা মহাবিদ্যালয় IQAC যৌথ উদ্যোগত আৰু চানক্য IAS একাডেমী সহযোগত UPSC /APSC আৰু অসম চৰকাৰৰ বিভিন্ন চৰকাৰী চাকৰি বাবে প্ৰাক প্ৰশিক্ষণ শিবিৰ আজিৰে পৰা বৰহোলা মহাবিদ্যালয়ত আৰম্ভ হৈছে।যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও যদি প্ৰ-পত্ৰ পূৰণ কৰা নাই তেওঁলোকে অতি সোনকালে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা কাৰ্যালয় নাইবা মহাবিদ্যালয়ত যোগাযোগ কৰক।

তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা  উদ্যোগত আয়োজিত " বিশেষ অভিনন্দন অনুষ্ঠান "ত উপস্থিত থাকো।
25/07/2023

তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা উদ্যোগত আয়োজিত " বিশেষ অভিনন্দন অনুষ্ঠান "ত উপস্থিত থাকো।

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি সমগ্ৰ বৰহোলা অঞ্চলটোৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে...
23/07/2023

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি সমগ্ৰ বৰহোলা অঞ্চলটোৰ পৰা উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ২৩৯ গৰাকী কৃৰ্তি ছাত্ৰ ছাত্ৰীৰ লগতে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয় মুৰব্বী সকলক সম্বৰ্ধনা জনোৱা হয়। আৰু স্নাতক চুড়ান্ত পৰীক্ষাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হোৱা বৰহোলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ কেশৱ বৰাকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। বিশেষকৈ এই বৰ্ষৰ হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা ত্ৰিনয়ন মহন্তক কাব্যশ্ৰী বঁটা প্ৰদান কৰা হয়।
বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এই বিশেষ অভিনন্দন অনুষ্ঠান কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত কৰাত বিভিন্ন প্ৰকাৰে সহায় কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, বিশিষ্ট ব্যক্তিসকল, ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে সকলোলৈকে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰবিত্ৰ মজিয়াৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভৱিষ্যত দিনৰ বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাক আগুৱাই নিয়াত সকলোৰে সহায় সহযোগিতা তথা গঠনমূলক দিহা পৰামৰ্শ কামনা কৰিলোঁ।

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই যোৱা ১৪ জুলাইত স্মাৰক পত্ৰৰ যোগেদি কৰা আহ্বানৰ প্ৰতি সহাৰি।যোৰহাট জিলা প্ৰশাসনলৈ ধন্যবাদ জ্ঞ...
22/07/2023

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই যোৱা ১৪ জুলাইত স্মাৰক পত্ৰৰ যোগেদি কৰা আহ্বানৰ প্ৰতি সহাৰি।
যোৰহাট জিলা প্ৰশাসনলৈ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বাকী দাবী সমূহ পূৰণ কৰিবলৈ আহ্বান জনালোঁ।

02/07/2023

জনপ্ৰিয় কণ্ঠশিল্পী -বিশ্ৰুত শইকীয়াৰ -
বুকুৰে মাজতে তুমি মন মোৰ
দিঠকত বহু দুৰ...
।।তুমি যেন উপহাৰ এটি।।

#বৰহোলা_আঞ্চলিক_ছাত্ৰ_সন্থাৰ_বৰহোলা_আঞ্চলিক_ৰঙালী_বিহু_সন্মিলনৰ_২০২৩_ৰ_মঞ্চত।
#2023
https://youtube.com/

"কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে।জাতি ডাঙৰ হয়, জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।"বৰহোলা আঞ্চলিক ছাত্ৰ সন্থ...
20/06/2023

"কেৱল জনসংখ্যাই জাতি ডাঙৰ নকৰে।জাতি ডাঙৰ হয়, জাতীয়তাবাদৰ হকে ডেকাই দিয়া হিয়াৰ ৰাঙলী তেজেৰে।"

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই ৰাভা দিৱস পালন কৰা হয়।

১৯৭৪ চনৰ ১০ জুনৰ দিনা মৰিগাঁও জিলাৰ ভূৰবন্ধা হাইস্কুলৰ ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতি অত্যাবশ্যকীয় খাদ্য সামগ্রীৰ  আক...
10/06/2023

১৯৭৪ চনৰ ১০ জুনৰ দিনা মৰিগাঁও জিলাৰ ভূৰবন্ধা হাইস্কুলৰ ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতি অত্যাবশ্যকীয় খাদ্য সামগ্রীৰ আকাশলংঘী মূল্য বৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ গুলিত শ্বহীদ হৈছিল। আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই পতাকা উত্তোলন, শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে ছাত্ৰ সংহতি দিৱস পালন কৰা হয়।

জয় আই অসম।

আজি প্ৰকাশিত
01/06/2023

আজি প্ৰকাশিত

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ১০ ঘন্টীয...
31/05/2023

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই অসম চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্ত বাতিলৰ দাবীত ১০ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হয়। আমাৰ স্পষ্ট কথা মাতৃভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা নহ'ব।

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰহোলা, ইকৰাণি,ৰজাবাহাৰ,গড়াজান,নৱমিলন, ৰাইডাংজুৰি, নগাবাট, বৰহোলা মহাবিদ্যালয় শাখা...
11/05/2023

বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰহোলা, ইকৰাণি,ৰজাবাহাৰ,গড়াজান,নৱমিলন, ৰাইডাংজুৰি, নগাবাট, বৰহোলা মহাবিদ্যালয় শাখা গোট ছাত্ৰ সন্থা আৰু সমূহ বৰহোলাবাসী ৰাইজৰ সহযোগত দুদিনীয়াকৈ বৰহোলা মহাবিদ্যালয় প্ৰাঙ্গণত যোৱা ৬ আৰু ৭ মে' তাৰিখে অনুষ্ঠিত হোৱা ২৯ তম বৰহোলা আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ কিছু কাৰ্যসূচী।

সফল পৰিসমাপ্তি হয় বৰহোলা আঞ্চলিক ৰঙালী বিহু সন্মিলনখনি। বিহু সন্মিলনখনি অনুষ্ঠিত কৰিবলৈ সৰ্বতো প্ৰকাৰে আমাক সহায় সহযোগিতা আগবঢ়োৱা শ্ৰদ্ধাৰ শিক্ষাগুৰু, বিশিষ্ট ব্যক্তি সকল, ছাত্ৰ সন্থাৰ প্ৰত্যেক গৰাকী বিষয়ববীয়া, কৰ্মকৰ্তাৰ লগতে সমূহ বৰহোলাবাসী ৰাইজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। ভৱিষ্যত দিনতো ছাত্ৰ সন্থাক আগবঢ়ায় নিয়াত সকলোৰে সহায় সহযোগিতা আৰু গঠনমূলক দিহা পৰামৰ্শ কামনা কৰিলো।।
Dipanwita Deka Dipanwita Deka

সমূহ বিহুপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিলো
22/04/2023

সমূহ বিহুপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিলো

Address

Titabor
Titabar
785631

Website

Alerts

Be the first to know and let us send you an email when Bhaskar Jyoti Neog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhaskar Jyoti Neog:

Videos

Share

Category

Nearby media companies


Other Video Creators in Titabar

Show All