তিতাবৰীয়ান

তিতাবৰীয়ান Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from তিতাবৰীয়ান, Social Media Agency, Titabor, Titabar.
(1)

27/12/2022

▶️ উত্তৰ-পূবৰ সৰ্ববৃহৎ প্ৰশিক্ষণ কেন্দ্ৰ
▶️ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈ...
▶️ মেঘালয়ৰ NEPAত NKTV
▶️ অস্ত্ৰচালনা, ঘোঁৰাচালনাৰ পৰা আৰু বহুতো
▶️ এগৰাকী দক্ষ আৰক্ষী বিষয়া হোৱাৰ আঁৰৰ কাহিনী
▶️ ম’বাইলত এলাৰ্ম বজাৰ পৰা নিশা শোৱাপাটীলৈকে...
▶️ দিনটোৰ প্ৰতিটো মুহূৰ্ত কিদৰে কটায় আৰক্ষী জোৱানসকলে?
▶️ ‘THE MAKING OF POLICE’
▶️ বিনয় কলিতা আৰু দীপাংকৰ দাসৰ সৈতে ‘ৰিপ’ৰ্টাৰ্ছ ফাইল’

27/12/2022

▶️ ক্ষন্তেক পিছতে বিগ ব্ৰেকিং
▶️ অসমত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ঘোষণা
▶️ সমষ্টি হেৰুৱাই কি হ’ব মন্ত্ৰী-বিধায়কৰ?
▶️ নতুন সমষ্টি নতুন সীমাৰেই পৰৱৰ্তী লোকসভা-বিধানসভা নিৰ্বাচন
▶️ বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সম্পাদকক বহিষ্কাৰ
▶️ আকৌ উভতি আহিল সুশান্ত ৰাজপুত
▶️ এমবাপেৰ প্ৰেমিকাৰ সৈতে বিচ্ছেদ
▶️ কিমান টকাত পাব কৰ’নাৰ নেজেল ভেকচিন?
▶️ ৫৭ বছৰীয়া হ’ল ছলমান খান

27/12/2022

▶️ ৰাজনীতিকৰ যৌন কেলেংকাৰি
▶️ ভুল বুজাবুজি নে ভিতৰুৱা বুজাবুজি?

27/12/2022

▶️ সমষ্টি পুনৰ্গঠনৰ আনুষ্ঠানিক নিৰ্দেশ প্ৰকাশ
▶️ নৱগঠিত সমষ্টিৰে অনুষ্ঠিত হ’ব পৰৱৰ্তী লোকসভা-বিধানসভা নিৰ্বাচন
▶️ কি কি সমষ্টি নোহোৱা হ’ব, কি কি সমষ্টি নতুনকৈ সৃষ্টি হ’ব?
▶️ নাথাকিব নেকি ‘হাই প্ৰ’ফাইল’ নেতাৰ সমষ্টি?
▶️ ২০০৭ চনৰ প্ৰতিবেদনত বিলোপ কৰা হৈছিল জালুকবাৰী, চামগুৰি
▶️ নোহোৱা হ’ব নেকি ছয়গাঁও, ধিং, বিহপুৰীয়া সমষ্টি?
▶️ অনুসূচীত জাতিৰ বাবে সংৰক্ষণ হ’ব নেকি দিছপুৰ?
▶️ ২০০৭ চনৰ প্ৰতিবেদনত কি কি নতুন সমষ্টি গঠনৰ প্ৰস্তাৱ?
▶️ পৰাগমণি আদিত্যৰ সৈতে ‘প্ৰশ্নবোধক’ LIVE

26/12/2022

আপুনি চাই আছে NEWS FOCUS

23/12/2022

আন এক অঘটনৰ পৰা ৰক্ষা পৰিল জম্মু-কাশ্মীৰ
দেউৰী স্বায়ত্ব পৰিষদক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা
২৭ ডিচেম্বৰত গঠন কৰা হ’ব দেউৰী স্বায়ত্ব শাসিত পৰিষদ
ভাৰতলৈ অনা হ’ব আৰু ১২টা চিতাবাঘ
ৰাজপথত দিনে-নিশাই চলিছে পৰিবহণ বিভাগৰ অভিযান কুৰুক্ষেত্ৰ

22/12/2022

NKTVৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীলৈ সাহিত্য অকাডেমি বঁটা
‘ভুলসত্য’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি
জুৰি দত্তলৈ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা
অসমৰ ৪জনলৈ সাহিত্য অকাডেমি সন্মান
আম চুৰিৰ খং কমাই নাই বিধায়ক অতুল বৰাৰ
সাংবাদিকৰ বাবে কি হেৰুৱাব লৈছে সিদ্ধাৰ্থ ভট্টাচাৰ্যই?

21/12/2022

মায়াবিনী ৰাতিৰ বুকুত

20/12/2022

বটদ্ৰৱাত উচ্ছেদ অভিযান; প্ৰায় এহাজাৰ বিঘা ভূমি বেদখলমুক্ত
ঐতিহ্যমণ্ডিত বটদ্ৰৱাত কেনেদৰে গঢ় লৈছিল ‘জামাই বস্তি’?
বেদখলকৃত ভূমি সত্ৰৰ মাটি নহয় বুলি কিয় ক’লে বিধায়িকা শিৱামণিয়ে?
ভোটবেংকৰ স্বাৰ্থত শিৱামণিৰ এই মন্তব্য নেকি?
‘বসুন্ধৰা’ চলি থকাৰ মাজতে উচ্ছেদ অভিযান
উচ্ছেদস্থলী ভ্ৰমণ কংগ্ৰেছ, AIUDF, আমছুৰ প্ৰতিনিধিৰ
ৰাজনৈতিক আক্ৰোশেৰে চলিছে নেকি বটদ্ৰৱাৰ বেদখল?
পৰাগমণি আদিত্যৰ সৈতে ‘প্ৰশ্নবোধক’ LIVE

20/12/2022

▶️ NEWS

16/12/2022

▶️ এতিয়াৰে পৰা কোনে কোন পাব মাটিৰ পট্টা?
▶️ ৰেচন কাৰ্ড থকাসকলক কি কি সুবিধা দিব চৰকাৰে?
▶️ ধান চৰকাৰক বেচিলে কুইণ্টলত কিমান পাব খেতিয়কে?
▶️ লখিমপুৰৰ বাবে কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

15/12/2022

বিজেপিৰ বিকাশ পষেক, কংগ্ৰেছৰ ভাৰত জোড়ো
অসমত আৰম্ভ লোকসভাৰ প্ৰাক-নিৰ্বাচনী কুচকাৱাজ
মেঘালয়লৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
২০২৩ বৰ্ষত উত্তৰ-পূবত নিৰ্বাচনী বতৰ
ভাৰত জোড়োলৈ কিয় নাহিল মল্লিকাৰ্জুন খাৰ্গে?
নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ঐক্য সম্ভৱ হ’ব নে?
পৰাগমণি আদিত্যৰ সৈতে ‘প্ৰশ্নবোধক’

15/12/2022

বিজেপিৰ বিকাশ পষেক, কংগ্ৰেছৰ ভাৰত জোড়ো
অসমত আৰম্ভ লোকসভাৰ প্ৰাক-নিৰ্বাচনী কুচকাৱাজ
মেঘালয়লৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
২০২৩ বৰ্ষত উত্তৰ-পূবত নিৰ্বাচনী বতৰ
ভাৰত জোড়োলৈ কিয় নাহিল মল্লিকাৰ্জুন খাৰ্গে?
নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ ঐক্য সম্ভৱ হ’ব নে?
পৰাগমণি আদিত্যৰ সৈতে ‘প্ৰশ্নবোধক’

15/12/2022

▶️ গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্রমণত নিহত ৩
▶️ কণমানি সন্তানসহ প্রাণ গ’ল পিতৃৰ
▶️ ৰাজপথত চলন্ত গাড়ীত আক্রমণ বন্যহস্তীৰ জাকৰ
▶️ যোৰহাটত মুখ্যমন্ত্ৰীৰ বিকাশ পষেকৰ কাৰ্যসূচী
▶️ উন্নয়নৰ ভাগীৰথী যাত্ৰাৰ অংশীদাৰ যোৰহাটবাসী: হিমন্ত বিশ্ব
▶️ দীপাংক নাথৰ বিবাহত আছু-প্রাক্তন আছু নেতাৰ ভিৰ
▶️ সাহিত্য সভাৰ লাইখুঁটা স্থাপন অনুষ্ঠানত অথন্তৰ
▶️ ওলোটাকৈ পতাকা উত্তোলন কৰিলে বিধায়ক অমিয় ভূঞাই
▶️ সভাপতি-উপ সভাপতিৰ অনুপস্থিতিত লাইখুঁটা স্থাপন জয়ন্তমল্লৰ

15/12/2022

ঘাটমাউৰা দুই সন্তানৰ কাষত অনুপম চক্ৰৱৰ্তী...

13/12/2022

ভাৰতীয় সেনাৰ পৰাক্ৰমত টাৱাঙত পিছুৱালে চীনৰ সৈন্য
টাৱাং সীমান্তত মোদী চৰকাৰৰ ‘অগ্নিপৰীক্ষা’
চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ কি ব্যৱস্থা লৈছে চৰকাৰে?
কোচ ৰাজবংশী অসমীয়া হয় নে নহয়?
গোকুল বৰ্মনক সকীয়নি KLOৰ
KLOৰ সৈতে সুৰ মিলালে আক্ৰাছুৱে

12/12/2022

REPORTER FILES

07/12/2022

নতুন পৰিকল্পনা... নতুন আয়োজন
কাইলৈৰ পৰা আহি আছে 'স্পন্দন'
'স্পন্দন' উপলব্ধ Tata Play 1954, GTPL 259, ACC 25 নম্বৰত...

07/12/2022

কাইলৈৰ পৰা আহি আছে 'স্পন্দন'...
'স্পন্দন' উপলব্ধ Tata Play 1954, GTPL 259, ACC 25 নম্বৰত...

03/12/2022

এটা সত্য ঘটনাৰ আধাৰিত
দেশ কঁপাই যোৱা এক শিহৰণকাৰী ঘটনা
শ্ৰদ্ধা হত্যাৰ পোষ্টমৰ্টেম
প্ৰেমিকাক ৩৫ টুকুৰা
শ্ৰদ্ধাৰ কটা শৰীৰ ক’ত পেলাইছিল?
আফতাবৰ শিহৰণকাৰী বৰ্ণনা
চাওক ক্ষন্তেক পিছতে ‘ক্ৰাইম ফাইল্ছ’ত

29/11/2022

NK MORNING PRIME (8:00 AM)

24/11/2022

আকৌ লুইতৰ বুকুত শৰাইঘাটৰ ৰণ LIVE

16/11/2022

আপুনি চাই আছে 'নান্দনিক'

09/11/2022

শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ চাবলৈ ভিৰ পৰ্যটকৰ
আগমন ঘটিছে বিভিন্ন স্থানৰ পৰ্যটকৰ
হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে দৰ্শন কৰিলে কীৰ্তিচিহ্ন
ৰাজ্যৰ লগতে চুবুৰীয়া নাগালেণ্ডৰ পৰাও আহিল শিক্ষাৰ্থীৰ দল
এই সন্দৰ্ভত জয়জ্যোতি গগৈৰ এক প্ৰতিবেদন

08/11/2022

NK MORNING PRIME (9:00 AM)

04/11/2022

NK Morning PRIME (9:00AM)

03/11/2022

▶️ ‘ব্লেকত সুৰা কিনিব নালাগে, আমি অনুজ্ঞা-পত্র দিম’
▶️ হঠাৎ সুৰা বিপণীৰ সপক্ষে ৰূপজ্যোতি কুৰ্মী
▶️ বজাৰত ওলাইছে ৰিপুণ বৰা!
▶️ গাহৰি পুহি এঘৰীয়া এটি দম্পতী

20/10/2022

▶️ আইনী যুদ্ধত জিকিল হোমগাৰ্ড, বাঢ়িল দৰমহা
▶️ গুৱাহাটী HCৰ নিৰ্দেশ দিছপুৰে মানি লোৱাত সন্তোষ
▶️ T-20 বিশ্বকাপ বয়কটৰ ভাবুকি পাক ক্রিকেটাৰৰ
▶️ NK UNCUT

20/10/2022

▶️ পুনৰ আন্দোলনৰ ঘোষণা ৬ জনগোষ্ঠীৰ
▶️ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত শেষ হাঁহি কাৰ?
▶️ কণমানি তৃষাৰ মৃত্যুক লৈ পিতৃৰ গোচৰ
▶️ নাৰেংগীৰ স্কুলৰ কোঠাত ফেঁচা ওলাইছিল?
▶️ জাল শিক্ষক নিযুক্তি, পুনৰ ৫৮জনক তলব
▶️ হঠাৎ মন্ত্ৰী পীযূষক প্রশংসা কংগ্রেছ সাংসদৰ
▶️ আইনী যুদ্ধত জিকিল হোমগাৰ্ড, বাঢ়িল দৰমহা
▶️ গুৱাহাটী HCৰ নিৰ্দেশ দিছপুৰে মানি লোৱাত সন্তোষ
▶️ T-20 বিশ্বকাপ বয়কটৰ ভাবুকি পাক ক্রিকেটাৰৰ

16/10/2022

▶️ আপুনি শৈশৱ চৰকাৰী বিদ্যালয়ত পাৰ কৰিছে নেকি?
▶️ কোন শিক্ষাগুৰুক আজিও আপুনি পাহৰিব পৰা নাই?
▶️ বস্তালৈ স্কুল গৈছিল নে বাহিৰৰ গছৰ তলত শিক্ষা লৈছিল?
▶️ প্ৰাথমিক আৰু হাইস্কুল পৰ্যায়ত আপোনাৰ পঢ়াৰ অভিজ্ঞতা জনাওক NKTVক
▶️ নিজৰ ম’বাইলত ভিডিঅ’ কৰি তলৰ নম্বৰৰ হোৱাটছএপত প্ৰেৰণ কৰক
ফোন নম্বৰ : 7002545365
▶️ আপোনাৰ মূল্যৱান অভিজ্ঞতাৰ ভিডিঅ’ সম্প্ৰচাৰ হ’ব NKTVৰ ‘আকৌ নতুন প্ৰভাত হ’ব’ অনুষ্ঠানত

14/10/2022

▶️ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি NKtvৰ আগত কি ক'লে বিশ্বনাথৰ ৰুক্মিণী কিষান বৰকটকীয়ে?

13/10/2022

GOOD MORNING ASSAM

27/09/2022

পূজাৰ বতৰত কিদৰে সজাব নিজকে?
সৌন্দৰ্য বিশেষজ্ঞৰ পৰামৰ্শ বিচাৰে নেকি?
কি পিন্ধি যাব দেৱী মাৰ দৰ্শনৰ বাবে?
শৰতৰ সুবাস লওক NKTVৰ সৈতে
সকলো সামৰি শৰতৰ সুবাস ‘শাৰদী ক্ষণ’ত
মছফিকাৰ সৈতে ‘শাৰদী ক্ষণ’ LIVE

27/09/2022

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব থিয়েটাৰ চাবলৈ...
গণেশগুৰিৰ আৱাহন থিয়েটাৰৰ পেণ্ডেলত উথপথপ পৰিৱেশ

27/09/2022

▶️ শিক্ষক নহয়, এইবাৰ চকীদাৰৰ বিৰুদ্ধে এজাহাৰ
▶️ ১৩ বছৰীয়া ছাত্ৰক চকীদাৰৰ তালিবানী শাস্তি
▶️ পৱন ঘাটোৱাৰৰ পুত্ৰ সঁচাকৈ বিজেপিমুখী হ’ব নেকি?
▶️ এইবাৰ EDৰ জেৰা মধ্যস্থতাকাৰীক
▶️ পৃথ্বিৰাজ নাৰায়ণ দেৱক জেৰা কিয়?
▶️ গুৱাহাটীৰ ফ্লাইঅ’ভাৰৰ খুঁটাত উঠিল ‘মহাদেৱ’
▶️ বিদেশী বন্যপ্ৰাণী সৰবৰাহৰ কৰিড’ৰ কাছাৰ

26/09/2022

▶️ অসমৰ ৩ লাখ লোকে পাব চাকৰি!
▶️ আৰু ২ লাখ লোকে পাব কৰ্মসংস্থাপন
▶️ ৫ হাজাৰ কোটি টকা ব্যয় কৰিব চৰকাৰে

26/09/2022

▶️ মুখ্যমন্ত্ৰীয়ে কাজিৰঙা দৰ্শন কৰিব নোৱাৰে নেকি?
▶️ নিশা কাজিৰঙা ভ্ৰমণ কৰি একো বেয়া কাম কৰা নাই
▶️ ৰাজ্যজুৰি বিতৰ্কৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

26/09/2022

▶️ বিজেপিক প্ৰতিহত কৰিবলৈ সাজু আম আদমী পাৰ্টী
▶️ গুজৰাটত অৰবিন্দ কেজৰিৱালৰ ভাষণ LIVE

Address

Titabor
Titabar
785616

Website

Alerts

Be the first to know and let us send you an email when তিতাবৰীয়ান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share