PURBANCHAL BATORI

PURBANCHAL BATORI নিৰ্ভীক, নিৰপেক্ষ আৰু স্পষ্টবাদী বাতৰি

11/05/2024

▶️▶️ # #ইন্দিৰা গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ শৈক্ষিক সভা!!

11/05/2024

➡️➡️ # #সফল সামৰণি ঘটিল ২১ সংখ্যক বৰদলৈ নগৰ ৰঙালী বিহু সন্মিলনৰ।।
স্বৰ্গীয় জিলি দেৱী সোঁৱৰণী সাংস্কৃতিক মঞ্চত পৰিবেশিত হ'ল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিশেষ সংগীতানুষ্ঠান।।

09/05/2024

# Academy HS Result*

➡️➡️ # #তিনিচুকীয়া এখন আগশাৰী বেচৰকাৰী শিক্ষানুষ্ঠান ইনভেনছাৰ একাডেমীৰ শিক্ষাৰ্থী সকলৰ ভাল ফলাফলক লৈ সন্তুষ্ট প্ৰকাশ শিক্ষানুষ্ঠানখনৰ প্ৰতিগৰাকী শিক্ষাগুৰুৰ।

09/05/2024

➡️ # #তিনিচুকীয়াত We grow kindergarten নামে নতুন শৈক্ষিক প্ৰতিষ্ঠান মুকলি।।

08/05/2024

⭕⭕ # #মাকুমৰ এটা কুখ্যাত ডেম্প।।

⭕⭕ # #যি টো ডেম্পৰ নামত আছে বহু চুৰি কৰা সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ।।

⭕⭕ # #বহু বাৰ বহু চুৰি কৰা সামগ্ৰী উদ্ধাৰ হৈছে এই কুখ্যাত কালু ডেম্পত।।

08/05/2024

⭕ # #মাকুমত চোৰাং কনডেন্স তেল চোৰৰ আতংক!!

⭕ # #মাকুমত ৭৫০ লিটাৰ চোৰাং কনডেন্স তেলসহ এখন টাটা এচি গাড়ী জব্দ!!

⭕ # #মাকুম চহৰ চোৰৰ ৰম্যভূমি লৈ পৰিনত!!

08/05/2024

⭕ # #মাকুমত চোৰাং কনডেন্স তেল চোৰৰ আতংক।।

⭕ # #মাকুমত ৭৫০ লিটাৰ চোৰাং কনডেন্স তেলসহ এখন টাটা এচি গাড়ী জব্দ।।

⭕ # #মাকুম চহৰ চোৰৰ ৰম্যভূমি লৈ পৰিনত।।

05/05/2024

↘️↘️ # #মাৰ্ঘেৰিটা বিয়বহাই সন্থৰ ৪১ সংখ্যক বহাগী উৎসৱ ২০২৪ বৰ্ষৰ আজি সংবাদ মেল আয়োজন কৰা হয়।
ইং ৯ মে পৰা ১১মে লৈকে বহাগী উৎসৱ আয়োজন কৰা হৈছে।।

05/05/2024

➡️➡️ # #সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজন কৰে নৱম বাৰ্ষিক মটক বিহু।।

04/05/2024

# #কিক বক্সিং আৰু কাৰাটে প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুৱাই ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই অনা আলফাজ আলিক সম্বৰ্ধনা চাউলখোৱা গল্ডেন ষ্টাৰ ক্লাবৰ!!

04/05/2024

➡️➡️ # #সদ্য ঘোষিত MBBSৰ ফলাফলত উৎফুল্লিত আজমল।।

04/05/2024

📌📌 # #তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাভিত্তিত "সাধু শুনো আহাঁ" অনুষ্ঠান সম্পন্ন।।

04/05/2024

# #বৃহত্ত নতুন নিৰ্মালী গাঁৱৰ সোণালী সংঘৰ উদ্যোগত ২০ তৰ্ম ৰঙালী বিহু উৎসৱৰ শুভাৰম্ভ।

04/05/2024

# #ডিব্ৰুগড় পৌৰনিগমৰ সভা কক্ষত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয় যায়!!

03/05/2024

⭕⭕ # #তিনিচুকীয়া সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা ১২২/২৪ নম্বৰ গোচৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে ৬২ লাখ ৮০ হাজাৰ ৮৯০ টকা জব্দ কৰাৰ সন্দৰ্ভত আজি সম্বোধন কৰে এখন সংবাদমেল।।

03/05/2024

↘️ # #তীব্ৰ বৃষ্টিপাত বাবে জলমগ্ন হৈ পৰিছে ৰঙালী বিহু উদযাপনস্থলী।
জলমগ্ন বিহুতলীৰ বাবে পিছুৱাব লগা হ'ল মিছনপাৰা ৰঙালী বিহু সন্মিলন।।

02/05/2024

⭕⭕ # #পুনৰ IPL জোৱাৰ বিৰুদ্ধে আৰক্ষীয়ে তীব্ৰ অভিযান।।

⭕⭕ # #মূল অভিযুক্ত বেৰিয়াৰ সোঁহাত স্বৰূপ নিখিল আগৰৱালাৰ বাসগৃহত ঘৰত আৰক্ষীৰ অভিযান।।

⭕⭕ # #অভিযানত আগৰৱালাৰ বাসগৃহৰ পৰা জব্দ ৬২ লাখ টকাৰো অধিক ধন।।

02/05/2024

➡️ # #অহা ১১ আৰু ১২ মে' তাৰিখে শ্যাম চ'কৰ সৌজন্যত শ্ৰী শ্যাম মন্দিৰে তিনিচুকীয়াৰ ধৰ্ম জগতৰ ইতিহাসত আন এক নতুন অধ্যায় সংযোজন কৰাৰ প্ৰয়াস কৰিছে।
অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠান সন্দৰ্ভত শ্ৰী শ্যাম মন্দিৰ শ্যাম চ'ক তিনিচুকীয়াই এখন সংবাদমেল আয়োজন কৰে।।

01/05/2024

# #মানকটা শাখা সাহিত্য সভা ৰূপালী জয়ন্তী অনুষ্ঠান!!

01/05/2024

➡️➡️ # #৭৫ সংখ্যক তিনিচুকীয়া কেন্দ্ৰীয় ৰঙালী বিহু সাংস্কৃতিক সন্মিলনৰ লাই খুঁটা স্থাপন।।

29/04/2024

➡️➡️ # #বৃহত্তৰ গোপনাৰী-বৰহাপজান অঞ্চলৰ ৬খন গাঁওৰ ডেকা-গাভৰু সকলে একত্ৰিত হৈ ৰাতি বিহু সমাপ্ত কৰি বেতনী ৰাজহুৱা নামঘৰত বিহু উৰুৱা পৰ্ব!!

29/04/2024

➡️➡️ # #তিনিচুকীয়া বঙ্গীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতিমান ছাত্ৰ-ছাত্ৰীৰ সমৰ্দ্ধনা অনুষ্ঠান।।

28/04/2024

➡️➡️ # #তিনিচুকীয়া সাংস্কৃতিক একতা মঞ্চ আৰু তিনিচুকীয়াৰ সকলো ভাষা ভাষী ৰাইজৰ সহযোগত ২৮ এপ্ৰিল ২০২৪ (দেওবাৰে) "আমাৰ ৰঙালী বিহু"ৰ নামৰ অনুষ্ঠানটো পূৰ্বৰ বৰ্ষৰ দৰে এইবাৰো এ নিউ পাব্লিক স্কুলত অতি উলহ মালহেৰে উদযাপিত কৰা হয়।।

28/04/2024

⭕⭕ # #মাকুম আৰক্ষীৰ সাফল্য।।

⭕⭕ # #মাকুম অঞ্চলত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাস চলায় থকা দুজন দুৰ্বৃত্তক আটক।।

26/04/2024

⭕⭕ # #তিনিচুকীয়াত আৰক্ষীৰ আই পি এল জুৱাৰীৰ বিৰুদ্ধে বৃহত অভিযান।।

⭕⭕ # #আই পি এল জুৱাৰৰ সদাগৰ বিকাশ বেৰিয়াৰ বাসগৃহত অভিযান।।

25/04/2024

# #পুনৰ আজমল ছুপাৰ ৪০ৰ চমক, সৰ্বভাৰতীয় পৰ্য্যায়ত স্থান দখল আজমল ছুপাৰ ৪০!!

25/04/2024

⭕ # #মাকুম চীনাপট্টীত চাৰিজন যুৱকক সন্দেহজনক সাত পেকেট হিৰ'ইনসহ আটক মাকুম আৰক্ষীৰ।।

24/04/2024

*Karimganj Parliament Constituency Assam
Ranjan Chowdhury
Political Analysis*

# #কৰিমগঞ্জ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা হাফিজ ৰচিদ আহমেদ চৌধুৰী ডাঙৰীয়াক সমৰ্থন কৰাৰ বাবে আহ্বান।।

Address

Khan Mension, Tulsiram Road (Lal Bunglow)
Tinsukia
786125

Website

Alerts

Be the first to know and let us send you an email when PURBANCHAL BATORI posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to PURBANCHAL BATORI:

Videos

Share


Other News & Media Websites in Tinsukia

Show All

You may also like