The Northeast Voice

  • Home
  • The Northeast Voice

The Northeast Voice A trustworthy platform to share the truth and aware the masses, through fearless and unbiased presentation of news that matters to the lives of commoners.

16/11/2025

তিনিচুকীয়া জিলা প্ৰশাসনৰ সৌজন্যত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, তিনিচুকীয়াৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

18/10/2025

উত্তৰ গুৱাহাটীৰ অভয়পুৰ কণমানি অনুশ্ৰী দেৱীৰ কণ্ঠত জুবিন গাৰ্গৰ "মায়াবিনী ৰাতিৰ বুকুত"

⬛আজিৰে পৰা অনিৰ্দিষ্টকাললৈ অৰ্থনৈতিক অৱৰোধ মৰাণ ছাত্ৰ সন্থাৰ ⬛ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাস...
15/09/2025

⬛আজিৰে পৰা অনিৰ্দিষ্টকাললৈ অৰ্থনৈতিক অৱৰোধ মৰাণ ছাত্ৰ সন্থাৰ
⬛ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসন প্ৰদানৰ দাবীত এই কাৰ্যসূচী

The Northeast Voice

⬛ মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা দুই  মহান ব্যক্তিৰ নামত বঁটা প্ৰদান অনুষ্ঠান ⬛ 'বীৰ পুৰুষ মতাটুকুৰা বৰুৱা' সমন্বয় বঁটা  ...
14/09/2025

⬛ মটক জনগোষ্ঠীলৈ অৱদান আগবঢ়োৱা দুই মহান ব্যক্তিৰ নামত বঁটা প্ৰদান অনুষ্ঠান
⬛ 'বীৰ পুৰুষ মতাটুকুৰা বৰুৱা' সমন্বয় বঁটা মন্ত্রী বিমল বড়ালৈ
⬛ দৈনন্দিন বার্তা কাকতৰ সম্পাদক শংকৰ গোহাঁইলৈ বিশিষ্ট বুৰঞ্জীবিদ প্রয়াত সুশীল কুমাৰ গগৈ সোঁৱৰণী সাহিত্য বঁটা
⬛ সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সপ্তম দ্বি-বাৰ্ষিক অধিৱেশনত প্ৰদান কৰিব এই বঁটা

The Northeast Voice

07/06/2025

◆ধ্বংসৰ গৰাহত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
◆বাঘজানৰ সমীপৰ লোহিত নদীৰ পাৰত লাইকাবাসীৰ আশ্ৰয়
◆ব্ৰহ্মপুত্ৰ, চিয়াং নদীৰ বান-গৰাখহনীয়াত বিধ্বস্ত হোৱাৰ পিছত ওখ ঠাই বিচাৰি আহিল দুই শতাধিক পৰিয়াল
◆তিনিদিন ধৰি আশ্ৰয় লৈ থকা লাইকাবাসীৰ খবৰ ল'বলৈ আহৰি নাই চৰকাৰী জনপ্ৰতিনিধিৰ
◆অতিশীঘ্ৰে পুনৰ সংস্থাপনৰ দাবী লাইকাবাসীৰ অন্যথা ডিব্ৰু-ছৈখোৱা তহিলং কৰাৰ হুংকাৰ


The Northeast Voice

29/05/2025

◆সংখ্যালঘু অঞ্চলত অস্ত্ৰৰ অনুজ্ঞা দিবলৈ লোৱা সিদ্ধান্ত চৰকাৰৰ চৰম ব্যৰ্থতা, সিদ্ধান্ত শীঘ্ৰে বাতিল কৰক - অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ

The Northeast Voice

  ◆উমানন্দ মুদৈ মৰাণক গ্ৰেপ্তাৰ কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি।◆কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক আৰু সা...
20/05/2025


◆উমানন্দ মুদৈ মৰাণক গ্ৰেপ্তাৰ কৰাৰ পাছতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা অব্যাহতি।
◆কৃষক মুক্তিৰ সাংগঠনিক সম্পাদক আৰু সাধাৰণ সদস্য পদৰ পৰাও অব্যাহতি দিলে সংগঠনটোৱে।
◆যোৱা ছয় মাহত দুবাৰকৈ ৰাজহুৱাভাৱে সংগঠন বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগ লাভ কৰাৰ পাছতে এই সিদ্ধান্ত।

The Northeast Voice

◆মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড০ বুলু তাঁতীৰ দেহাৱসান◆দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰা...
15/05/2025

◆মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক ড০ বুলু তাঁতীৰ দেহাৱসান
◆দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত অৱস্থাত আছিল
◆বুধবাৰে নিশা প্ৰায় ৯ বজাত ডুমডুমাৰ তপোবনস্থিত নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ ৭০ বছৰীয়া ড০ তাঁতীৰ
◆আটছা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা, অসম উড়িয়া মহাসভাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টাৰ গুৰু দায়িত্ব পালন কৰিছিল ড০ তাঁতীয়ে
◆ড০ তাঁতীৰ গৱেষণাৰ বিষয় আছিল "Social Folk-Customs of the Oriya Origin People of the Tea Gardens of Assam"
◆বিশিষ্ট শিক্ষাবিদ, সমাজসংগঠক ৰূপে পৰিচিত ড° বুলু তাঁতীৰ মৃত্যুত চাহ জনগোষ্ঠী সমাজৰ লগতে মৃত্যুত সমগ্ৰ ডুমডুমাত শোকৰ ছাঁ।

The Northeast Voice

11/05/2025

◆বাঘজান গাঁও পঞ্চায়ত কংগ্ৰেছৰ দখলত
◆মুঠ ১০ টা ৱাৰ্ডৰ ভিতৰত ৬ টা ৱাৰ্ডত জয়লাভ কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী
◆আঞ্চলিক পঞ্চায়তৰ সদস্যৰ জয়লাভ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী
◆জিলা পৰিষদৰ প্ৰাৰ্থীও জয়লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে কংগ্ৰেছে
◆ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দিলীপ মৰাণ, ভাৰতীয় জাতীয় কংগ্ৰেছ বাঘজান মণ্ডল সমিতিৰ সম্পাদক আৰু স্থানীয় ব্যক্তিৰ প্ৰতিক্ৰিয়া

The Northeast Voice

02/05/2025

◆বাঘজান গাঁও পঞ্চায়তৰ এটা ভোট কেন্দ্ৰত হুলস্থুলীয়া পৰিৱেশ
◆এই মূহুৰ্তলৈকে ৯০০ ভোটাৰৰ প্ৰায় ৪০০ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে
◆বাঘজান গাঁও পঞ্চায়তৰ দুটা ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন
◆বিপৰীতে অন্য ভোট কেন্দ্ৰসমূহ এতিয়াও চলি আছে ভোটদান
◆ইয়াৰ মাজতে বাঘজান ১ নং লাইন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত সৃষ্টি হৈছে এক হুলস্থুলীয়া পৰিৱেশ
◆অৰ্ধ শতাধিক ভোটাৰে ভোটদান নকৰোঁ বুলি ঘৰলৈ উভটিছে
◆ৰাইজৰ অভিযোগ অনুসৰি ভোটদান প্ৰক্ৰিয়া লেহেমীয়া গতিৰে হোৱাৰ বাবেই এনে ধৰণৰ পৰিস্থিতি সূচনা হৈছে

The Northeast Voice

01/05/2025



◆সমাগত পঞ্চায়ত নিৰ্বাচন, ২ মে'ত অনুষ্ঠিত হ'ব নিৰ্বাচন।
◆পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু শাসক-বিৰোধীৰ প্ৰাৰ্থী।
◆বিগত পাঁচ বছৰীয়া কাৰ্যকালত কি কি উন্নয়ন হ'ল?
◆নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘজান গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ মতামত কি?
◆ভোটাৰ ৰাইজ আৰু স্থানীয় দল-সংগঠনৰ প্ৰত্যাশা কি?
◆আঞ্চলিক সদস্য পদ কোনে লাভ কৰিব?
◆ৱাৰ্ড সদস্যৰ নতুন পৰিকল্পনা কি?
◆কি কি পৰিৱৰ্তন বিচাৰে ভোটাৰসকলে।
◆কোন ৱাৰ্ডত কোনে জয়ী হ'ব?
◆বাঘজান গাঁও পঞ্চায়ত নিৰ্বাচনৰ ওপৰত পাপুল গগৈৰ 'ৰাইজমেল'

The Northeast Voice

Address


Alerts

Be the first to know and let us send you an email when The Northeast Voice posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to The Northeast Voice:

  • Want your business to be the top-listed Media Company?

Share