প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা শিৱসাগৰত।
জিলা প্ৰশাসনৰ উল্লেখযোগ্য পদক্ষেপঃ মহিলাৰ দ্বাৰা পৰিচালনা কৰা হ'ব কেইবাটাও ভোটকেন্দ্র ।
কণ্ঠশিল্পী প্ৰতীক্ষা ডেকাৰ কণ্ঠত "হুতৌ পাতৌ" শ্ৰাব্য সঁফুৰাৰ এটি গীতৰ আধাৰত
"ছাছৈখাটি ছোৱালী" নামেৰে এটি মৰাণ বিহু গীতৰ ভিডিঅ' মুক্তিলাভ ।
Everyone প্ৰতিদিন Live Assam
#pratidinliveassam #pratikshadeka #moranbihu #videos
Full Video Link:-
https://youtu.be/bP8ewmFO3q8?si=nFVtSBMbQtFnYdhv
১৪ নং যোৰহাট লোকসভা সমষ্টিত হ'ব উজনি অসমৰ বহু চৰ্চিত নিৰ্বাচনী যুঁজ ।
হাজোৰ পাকোৰকোণা ৰামৰটুক পথাৰত ৰাম নৱমী উৎসৱত লোকাৰণ্য : আগনন ভক্তৰ সমাগমেৰে মুখৰিত চৌপাশ----
⭕যোৰহাটত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ১৪৪ ধাৰা জাৰি ।
⭕নিৰ্বাচনত নিয়োজিত বিষয়া সকল ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা ।
( যোৰহাটৰ সংবাদদাতা পুলক চুতীয়াৰ ৰিপৰ্ট )
শিৱসাগৰ নিৰ্বাচনী জিলাত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত।
ব'হাগৰ প্ৰথমটো মঙ্গল বাৰে উৰুকা হিচাপে লৈ মৰাণ সকলে পালন কৰি আহিছে মৰাণ বিহু।।
আইতা সকলে কন্ঠনিগৰাইছে মৰাণ বিহু ।
এইয়া ঢলা-শদিয়া দলংৰ সমীপৰ মৰাণ সকলৰ বিহুৰ মাদকতা।।
ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা গাভৰু।।
প্ৰতিদিন লাইভ অসমৰ এডিটৰ ইন চ্যিফ ৰমন মৰাণৰ সৈতে এখন্তেক মিচিং বিহু।।
ৰোড শ্ব'ৰ পিছত শিৱসাগৰ দৌলমুখ চাৰিআলিত মুখ্যমন্ত্ৰীৰ ভাষণ -
📌কথামতেই আমাৰ চৰকাৰে কাম কৰিছোঁ।
📌শিৱদৌলৰ সন্মুখৰ পৰা মুখ্যমন্ত্ৰীৰ ঘোষণা-
আৰু ৫০ হেজাৰ যুৱক যুৱতীক চাকৰি দিম।
📌ব্যৱসায় কৰিব বিচৰা যুৱক সকলক ২ লাখ টকা ঋণ দিম, সূত দিব নালাগে।
📌ডাবল ইঞ্জিন চৰকাৰ। আমি ৰেলখন আগলৈ নিব বিচাৰোঁ, কিন্তু অখিল গগৈয়ে পিছফালৰ পৰা টানি থাকে ।
📌অখিল গগৈয়ে ৰংঘৰ প্ৰকল্পৰ কথা কোৱা নাছিল, হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই চিন্তা কৰিলে ।
📌জেইলখন আন ঠাইলৈ নিবলৈ চিন্তা কৰিছোঁ, কিন্তু এই কথা অখিল গগৈয়ে কোৱা নাছিল ।
📌গৌৰৱ গগৈয়ে দহ বছৰত কলিয়াবৰৰ কাৰণে কি কৰিলে এটা কাম দেখুৱাই দিয়ক ।
📌যি জনে কলিয়াবৰত কাম কৰিব নোৱাৰিলে সেই জনে যোৰহাটত কি কৰিব ।
📌মোৰ মবাইলত যদি ৰাতি ১১ বজাৰত কাৰোবাৰ ফোন আহে, সেয়া অখিল গগৈৰ ফোন আহে ।
বুধবাৰে শিৱসাগৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদযাত্ৰাত দেখিবলৈ পোৱা গ’ল- বিশাল জন সমুদ্ৰ ।
অন্তিমখন প্ৰচাৰ সভাত আজি সৰ্বানন্দ সোণোৱাল।
আজি সামৰণী পৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভা।।
শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ অন্তিম খন নিৰ্বাচনী প্ৰচাৰ সভা ক'ত আৰু কোন ঠাইত অন্ত পৰিল??
এইবাৰ কাৰ দখলত যাব সংসদীয় সমষ্টি লক্ষীমপুৰৰ ৰাজপাট?
অন্তিম দিনাও শদিয়াত বিৰোধী পক্ষৰ নেতা কৰ্মীয়ে শাসক পক্ষত যোগদান।
পদুম ফুলাৰ ইংগিত নে কি এইবাৰ শদিয়াত??
ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধনোৱাৰৰ সমৰ্থনত প্ৰতিকূল বতৰকো নেওচি ওলাই আহিল আপৰ শ শ দলীয় কৰ্মী সমৰ্থক অন্তিম দিনা প্ৰচাৰত ।
ৰঙালীৰ বিহুৰ পৰম্পৰাগত ৰক্ষা কৰি সোণোৱাল কছাৰী লোকসকলে টিংখাং সমষ্টিৰ অন্তৰ্গত লেঙেৰী অঞ্চলৰ নখাট - নগাঁও গাঁৱত ঘৰে ঘৰে গোৱা হাইদাং হুচৰি আমাৰ সংবাদকৰ্মী দীপাঞ্জলী সোণাৱালে প্ৰেৰণ কৰা কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ ।
অসম জাতীয়তাবাদী যুৱ পৰিষদ, ডিব্ৰুগড় সাহিত্য সভা আৰু জাতীয়তাবাদী মহিলা পৰিষদ অসমৰ যৌথ উদ্যোগত তথা স্বেচ্ছাসেৱী অনুষ্ঠান 'সম্পৰ্ক'ৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে আয়োজন কৰা হয় এক বৰ্ণিল অনুষ্ঠান ৷
📌বিহু নাম আৰু বিহু গানৰ মাজৰ পাৰ্থক্য কি?
📌বিহু নাচ কেনেকৈ নাচিলে বেছি নম্বৰ পোৱা যায়?
হাঁহখাটী পথাৰ গাঁৱৰ তৰালি আত্ম সহায়ক গোটৰ দ্বাৰা আয়োজিত বিহু কৰ্মশালাত প্ৰশিক্ষক আৰু গাঁওবাসীৰ সৈতে বিশেষ
সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়টো জগাৰ্ছ পাৰ্কত সনাতন ধৰ্মৰ অষ্টমী স্নান মহোৎসৱ অনুষ্ঠিত ।
" কংগ্ৰেছ দল শাসনলৈ আহিলে ন - লখিমী আঁচনিৰ যোগেদি অসমৰ মহিলাক প্ৰতিমাহে দিব ২,৫০০ টকাকৈ ----- যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ঘোষণা ।
( যোৰহাটৰ পৰা পুলক চুতীয়াৰ ৰিপৰ্ট )
*ডিব্ৰুগড়ত কা বিৰোধী জাতীয় মঞ্চৰ সংবাদমেল*
*বিজেপিক ভোট নিদিবলৈ জনালে আহ্বান*
ভিন্ন জাতি জনজাতিৰ নাচেই চাব নে গানেই শুনিব চাওঁক আমাৰ এই প্ৰতিবেদন।।