Sootea 24X7

Sootea 24X7 এই মঞ্চখন হ’ল চতিয়াৰ বিভিন্ন বা-বাতৰিৰ ৷
(9)

04/12/2023

🔴 BREAKING🔴

➡️চতিয়াত পুনৰ সংঘটিত হয় পথ দুৰ্ঘটনা
➡️চতিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একাডেমীৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা
➡️এখন স্কুটী আৰু এখন ছুইফট বাহনৰ মাজত সংঘটিত হয় দুৰ্ঘটনাটো
➡️সংকটজনক অৱস্থাত স্কুটী আৰোহী ১ নং জয়সিদ্বিৰ অংগনবাড়ী কৰ্মী ইৰানী বসুমতাৰীক চিকিৎসালয়লৈ প্ৰেৰণ

ইউটিউবত চাবলৈ ক্লিক কৰক
https://youtu.be/dZPiSqnDeqU?si=2525wXP4rsHAsMMd

04/12/2023
03/12/2023

চতিয়াবাসীলৈ এক সুখৱৰ ৷ চতিয়াৰ নদুৱাৰ সংগীত বিদ্যাপীঠলৈ ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে “শ্ৰেষ্ঠ বিদ্যালয়ৰ” সন্মান

03/12/2023

বিধায়ক পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে পশ্চিম চতিয়া ৰাস মহোৎসৱৰ

03/12/2023

পশ্চিম চতিয়া ৰাস মহোৎসৱৰ পৰা Live

চতিয়াস্থিত নদুৱাৰ সংগীত বিদ্যাপীঠলৈ অসম সত্ৰ মহাসভাৰ ২০২২-২৩ বৰ্ষৰ “শ্ৰেষ্ঠ বিদ্যালয়ৰ” সন্মান
03/12/2023

চতিয়াস্থিত নদুৱাৰ সংগীত বিদ্যাপীঠলৈ অসম সত্ৰ মহাসভাৰ ২০২২-২৩ বৰ্ষৰ “শ্ৰেষ্ঠ বিদ্যালয়ৰ” সন্মান

03/12/2023

আজিৰপৰা চতিয়াত চেম্পিয়ন মেকাৰ একাডেমি আৰম্ভ ৷ চলিব যুদু আৰু টাইকোৱানডুৰ প্ৰশিক্ষণ

চতিয়াৰ শিক্ষয়িত্ৰী নিভামনি বৰুৱা শইকীয়াৰ মৃত্যু ৷ কৰ্কটৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এক চিকিৎসালয়ত মৃত্যু হয় শিক্ষয়িত্ৰীগৰা...
02/12/2023

চতিয়াৰ শিক্ষয়িত্ৰী নিভামনি বৰুৱা শইকীয়াৰ মৃত্যু ৷ কৰ্কটৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এক চিকিৎসালয়ত মৃত্যু হয় শিক্ষয়িত্ৰীগৰাকীৰ ৷

Breaking➡️চতিয়াত তিনি ড্ৰাগছ আসক্ত যুৱকক আটক➡️আৰক্ষীৰ দলে চতিয়াৰ পুৰণা চেন্টাৰত চিৰিঞ্জৰে ড্ৰাগছ লৈ থকাৰ সময়তে আটক কৰে ত...
02/12/2023

Breaking

➡️চতিয়াত তিনি ড্ৰাগছ আসক্ত যুৱকক আটক
➡️আৰক্ষীৰ দলে চতিয়াৰ পুৰণা চেন্টাৰত চিৰিঞ্জৰে ড্ৰাগছ লৈ থকাৰ সময়তে আটক কৰে তিনি যুৱকক
➡️যুৱক কেইজনৰ পৰা তিনিটা কন্টেইনাৰ আৰু এটা চিৰিঞ্জ উদ্ধাৰ কৰে আৰক্ষীয়ে
➡️ধৃত যুৱক কেইজন বিশ্বনাথৰ ঋষি শইকীয়া,
সীমান্ত কুমাৰ বৰুৱা আৰু
নিহাল সন্দিকৈ বুলি জানিব পৰা গৈছে

01/12/2023

➡️চতিয়াত পুনৰ এক বিষাক্ত সাপ উদ্ধাৰ কৰে যুৱ সংবাদকৰ্মী মানৱ বৰাই

ইউটিউবত চাবলৈ ক্লিক কৰক
https://youtu.be/COrpLXDPh8w?si=b69rfDNA8ggmpvC-

01/12/2023

চতিয়াৰ পশ্চিম চতিয়া ৰাস মহোৎসৱৰ প্ৰস্তুতি ৷ নিশাও চলিছে ৰাসৰ আখৰা ৷ পোনপটীয়াকৈ খনাগুৰি ছহিদ বাকৰিৰ পৰা

01/12/2023

চতিয়াত আজিৰেপৰা চহা কৃষকে প্ৰতি কুইন্টলত ২১৮৩ টকা দৰত ধান বিক্ৰী কৰিবলৈ সক্ষম হ’ব

01/12/2023

চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বিদ্যালয়ৰ সপ্তাহ উপলক্ষে চতিয়াৰ ৰাজপথৰ মাজৰে উলিয়ালে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

30/11/2023

ৰাইডাৰৰ ৰূপত চতিয়াত উপস্থিত হ’ল অসম চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷

ইউটিউবত চাবলৈ ক্লিক কৰক
https://youtu.be/YZkyG4fg2BU

30/11/2023

চতিয়াৰ নাট্য ভৱনত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

30/11/2023

ৰাইডাৰৰ ৰূপত মন্ত্ৰী পৰিমল শুক্লবৈদ্য

30/11/2023

বিশ্বনাথৰ সীমান্তত মন্ত্ৰী শুক্লবৈদ্যক আদৰণি

30/11/2023

কিছু মুহূৰ্তৰ পিছতেই চতিয়াত উপস্থিত হ’ব পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য
এক পৰিবেশ দিকৰাই দলংৰ পৰা পোনপটীয়াকৈ

29/11/2023

চতিয়াৰ ইটাখোলাত টায়াৰৰ দোকানত ওলাল ড্ৰাগছ ৷

ইউটিউবত চাবলৈ ক্লিক কৰক
https://youtu.be/TAEnP7uK1Cw

28/11/2023

খাটোৱাল গাৱঁ ৰাস মহোৎসৱৰ পৰা live

28/11/2023

চতিয়া খাটোৱাল গাৱঁৰ ৰস মহোৎসৱত উপস্থিত চতিয়াৰ বিধায়ক ৷ দ্বিতীয় নিশা ৰাস উদ্বোধন কৰি সূত্ৰধাৰীৰ নৃত্য উপভোগ বিধায়কৰ

শ্ৰীলংকাৰ ১০ বছৰীয়া ক্ৰিকেটাৰ ছেলভাছকৰণ ঋষিয়ুধান ৷ এটাও ৰান নিদিয়াকৈ ৯.৪ অভাৰত ৯ টাকৈ মেইডেন লাভ কৰি ৮ টাকৈ উইকেট লাভ কৰ...
28/11/2023

শ্ৰীলংকাৰ ১০ বছৰীয়া ক্ৰিকেটাৰ ছেলভাছকৰণ ঋষিয়ুধান ৷ এটাও ৰান নিদিয়াকৈ ৯.৪ অভাৰত ৯ টাকৈ মেইডেন লাভ কৰি ৮ টাকৈ উইকেট লাভ কৰি বিশ্ব ক্ৰিকেটত খলকনি তুলিছে

27/11/2023

খাটোৱাল গাওঁ ৰাস মহোৎসৱৰ পৰা live

27/11/2023

চতিয়া ঐতিহ্যমণ্ডিত কছাৰীগাঁও ৰাস মহোৎসৱৰ দ্বিতীয় নিশা ৰাস উদ্বোধন বিশ্বনাথৰ আয়ুক্ত নেহা যাদৱ ডাঙৰীয়ানী ৷ সংগ দিলে চতিয়া ৰত্ন পদ্ম হাজৰিকাই আৰু চল চল গোপী গুণগুনালে

27/11/2023

চতিয়া সাৰ্বজনীন খাটোৱাল গাওঁ ৰাস মহোৎসৱ ৷ ৩২ সংখ্যক বছৰ অতিক্ৰম কৰি ৩৩ সংখ্যক বছৰত ভৰি দিছে আৰু এই মুহূৰ্তৰ এক পৰিবেশ পোনপটীয়াকৈ

27/11/2023

.চতিয়াৰ বাৰভুঞাৰ অৰুণ ৰংগ মঞ্চত ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্য অৱসৰী ভুগোল বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড• অশোক বৰাক গৱেষক ছাত্ৰ ছাত্ৰীৰ উদ্যোগত গাওবাসীৰ সহযোগত সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

27/11/2023

ঐতিহ্যমণ্ডিত চতিয়া কছাৰীগাঁও ৰাস মহোৎসৱ ৷ কংসৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা ৷

26/11/2023

কংস চৰিত্ৰত অভিনয় বিধায়ক পদ্ম হাজৰিকাৰ

26/11/2023

ঐতিহ্যমণ্ডিত কছাৰীগাওঁ ৰাস মহোৎসৱৰ শুভ উদ্বোধন শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ ডাঙৰীয়াৰ হাতৰে

26/11/2023

শোণিতপুৰ জিলাৰ আয়ুক্ত প্ৰমুখ্যে অতিৰিক্ত আয়ুক্তক কছাৰীগাঁও বাসীয়ে গায়নবায়নৰে আদৰি আনিলে ৰাসস্থলীলৈ

26/11/2023

চতিয়াৰ ঐতিহ্যমণ্ডিত কছাৰীগাঁও ৰাস মহোৎসৱ ৷ তিনিশ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিছে ৰাস মহোৎসৱৰ ৷ এক পৰিবেশ পোনপটীয়াকৈ

26/11/2023

চতিয়াত শৃংখল চলিহা ৷

26/11/2023

ৰাজহ মন্ত্ৰী উপস্থিত চতিয়া গৰিয়া জাতীয় পৰিষদৰ দিগ দৰ্শন সমাৰোহত

Address

Tezpur
784001

Alerts

Be the first to know and let us send you an email when Sootea 24X7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sootea 24X7:

Videos

Share


Other News & Media Websites in Tezpur

Show All

You may also like