অসম LIVE

অসম LIVE 12

বাণিজ্য শাখাত বিহপুৰীয়াৰ ডিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজৰ দুটা স্থানআজি ঘোষিত উচ্চতৰ মাধ্যমিক চুঢ়ান্ত পৰীক্ষাৰ ফলাফলত বাণি...
25/06/2020

বাণিজ্য শাখাত বিহপুৰীয়াৰ ডিক্ৰং নেশ্যনেল জুনিয়ৰ কলেজৰ দুটা স্থান

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুঢ়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত দুটাকৈ স্থান দখলেৰে বিহপুৰীয়া জুনিয়ৰ কলেজৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে বিহপুৰীয়া নগৰৰ লগতে সমগ্ৰ বিহপুৰীয়া বিধান সভা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে । শিক্ষানুষ্ঠানখনৰ ছাত্ৰী পীয়ু দাসে সৰ্বমুঠ ৪৬৫ নম্বৰৰে অসমৰ ভিতৰতে চতুৰ্থ স্থান আৰু মুঠ ৪৫১ নম্বৰৰে মধুসুধন শৰ্মাই দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে । পীয়ু দাস বিহপুৰীয়া নগৰৰ ৮ নং ৱাৰ্ডৰ বাসিন্দা লক্ষণ দাস আৰু মণি দাসৰ কন্যা । আৰু মধুসুধন শৰ্মা বিহপুৰীয়া নগৰৰ ১ নং ৱাৰ্ডৰ বংকেট শৰ্মা আৰু কান্তা দেৱীৰ পুত্ৰ ।

বান্দৰদেৱাৰ পৰা চিৰনদীপ বৰুৱা

24/06/2020

বেংক একাউন্ট নাথাকিলে
ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তী কৰিব নোৱাৰে,

24/06/2020

পথটো এবাৰ চাওঁক

24/06/2020

BJP@ KALIABOR

আজি ভাৰতীয় জনতা পাৰ্টি পূৱ কলিয়াবৰ মণ্ডল সমিতিৰ উদ্যোগত জন সংঘৰ প্ৰতিষ্ঠাপক সভাপতি ডঃ শ্যামা প্ৰষাদ মুখাৰ্জী দেৱৰ মৃত্যু তিথি বলিদান দিৱস পালন কৰা হয়। সেই উপলক্ষে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ কনফাৰেঞ্চ যোগে সভা পাতি তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

কলিয়াবৰৰ পৰা ৱাহিদুৰ ৰহমানৰ প্ৰতিবেদন।

23/06/2020

সমগ্ৰ বিশ্বজুৰি গোলকীয় উষ্ণতা বৃদ্ধি কিন্তু কিয়?

22/06/2020

*নিচানৰচৰত কৰোনা পজিটিভ ৰোগীৰ প্ৰতি স্বাস্থ্য বিভাগৰ অনিহা

20/06/2020

কলিয়াবৰ নাগশঙ্কৰস্থিত ড০টি আও গ্ৰাম্য ক্ৰীড়াঙ্গনৰ আধুনিকৰণৰ কাম উম্মোচন।

স্বাক্ষৰ আঁচনিৰ জৰিয়তে কলিয়াবৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ নাগশঙ্কৰস্থিত ড,টি আও গ্ৰাম্য ক্ৰীড়াঙ্গনৰ ষ্টেডিয়াম নিৰ্মাণৰ শুভাৰম্ভ কৰে কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই । ১০ কুটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা এই ষ্টেডিয়ামত ক্ৰীড়াৰ উত্তৰণৰ ক্ষেত্ৰত এই নৱতম সংযোজনে নিশ্চিত ভাৱে এক ভিন্ন মাত্ৰা প্ৰদান কৰিব।একেলগে ২ হাজাৰ দৰ্শকে খেল উপভোগ কৰাৰ উপৰিও উপলব্ধ হ'ব বিভিন্ন ধৰণৰ সা-সুবিধা ।

কলিয়াবৰৰ পৰা ৱাহিদুৰ ৰহমানৰ প্ৰতিবেদন।

19/06/2020

স্বাস্থ্য বিভাগৰ হেমাহি

19/06/2020

ভাৰতীয় সেনা জোৱানক শ্ৰদ্ধাঞ্জলি ৰ নামত ভেকোজালি ABVP ৰ

*আকনাত আছুৰ অনলাইন প্ৰৱন্ধ প্ৰতিযোগিতা*বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আকনা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা দিৱস উপল...
18/06/2020

*আকনাত আছুৰ অনলাইন প্ৰৱন্ধ প্ৰতিযোগিতা*
বৰাজোল আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত আকনা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ৰাভা দিৱস উপলক্ষে এখন অনলাইন প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।প্ৰতিযোগিতাৰ বিষয় বস্তু হ'ল-সাহিত্য তথা সংগীত জগতলৈ কলাগুৰুৰ অৱদান।অহা ২০-০৬-২০২০তাৰিখৰ ভিতৰত লিখনি সমূহ জমা দিৱলৈ শাখা ছাত্ৰ সন্থাৰ সভাপতি কুশল পাঠক আৰু ভাঃসাঃসম্পাদক ৰেকিনুৰ আহমেদে প্ৰতিযোগীসকলক আহ্বান জনাইছে।

বৰাজোলৰ পৰা ৰমজান আলীৰ ৰিপোৰ্ট অসম LIVE.

07/06/2020

চেণ্ডেলৰে প্ৰহাৰ বিজেপি নেত্ৰীৰ

07/06/2020

ব্ৰেকিং স্থান দখলেৰে নাৰায়ণপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকী শিক্ষাৰ্থীয়ে ৷ জ্ঞানজ্যোতি একাডেমীৰ দেৱীস্মা প্ৰিয়া বৰা তৃতীয় স্থান, ৰণোজ জ্যোতি বৰুৱা ষষ্ঠ স্থান ৷ দুয়োগৰাকী নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ শিক্ষাৰ্থী ৷ দুয়োগৰাকী শিক্ষাৰ্থীৰ সাফল্যত উৎফুল্লিত নাৰায়ণপুৰ ৷

লখিমপুৰৰ পৰা চিৰনদীপ বৰুৱা report।

31/05/2020

অসম LIVE ৰ অভিযান

31/05/2020
29/05/2020

#গগোগামুখ আৰক্ষীৰ নিৰ্লজ্জ কাণ্ড

#ছাৰক
মৰমতে লাগে পইচা, #

29/05/2020

চাবলৈ পাহৰি নাজাব প্ৰতিটো ৰবি বাৰে
এক বিশেষ অনুষ্ঠান,
প্ৰতিভাৰ সন্ধান বিচাৰি

24/05/2020

দলং ভাঙি পৰিল টাটা জেনন

এইটো আমাৰ You tube লিংক  অনুগ্ৰহ কৰি subscribers, আৰু like কৰিব
23/05/2020

এইটো আমাৰ You tube লিংক অনুগ্ৰহ কৰি subscribers, আৰু like কৰিব

Axom live

23/05/2020

কৃষকৰ বেদনা

23/05/2020

এটি পৰিয়ালৰ দুৰ্দশা

22/05/2020

শিৰোনাম

22/05/2020

Video Editors
অসম LIVE 24/7 পৰ্টেল ৰ বাবে video editor আৱশ্যক । ইচ্ছুক প্ৰাৰ্থী 6002479601 নম্বাৰত যোগাযোগ কৰিব পাৰে

21/05/2020

আমফানৰ ভয়ানক দৃশ্য

21/05/2020

পাটকাই অভয়াৰন্যৰ বাবে আলফাৰ সকিয়নী

20/05/2020

বৰাজোলত এক ভয়ানক পথ দুৰ্ঘটনা

19/05/2020

অসমৰ শ্ৰমিকৰ চকুপানীৰ মূল্য বুজিবনে অসম চৰকাৰে?

19/05/2020

চতুৰ্থপৰ্যায়ৰ লকডাউনত ঘটিল অথন্তৰ

17/05/2020

সংবাদ মাধ্যমত নতুনকৈ সংযোজন হোৱা ''অসম লাইভ" নিউজ পৰ্টেলৰ বাবে তলত উল্লেখিত পদ সমূহৰ বাবে প্ৰাৰ্থী ৰ আৱশ্যক হৈছে। ১/ভি.ডি.অ এডিটৰ এজন

২/নিউজ ৰিদাৰ এজন।(পুৰুষ)

ইচ্ছুক প্ৰাৰ্থী সকলে তলত দিয়া ৭৬৬৪৯২০৬৯৮ নম্বৰত যোগাযোগ কৰক৷

17/05/2020

অংগনবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি

15/05/2020

ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

15/05/2020

চেন্নাইত আৱদ্ধ শ্ৰমিক সকলৰ আলৈআথানি ! অসম চৰকাৰক কাতৰ অনুৰোধ আবদ্ধ শ্ৰমিকৰ

13/05/2020

কৃষিৰ নমুনা

13/05/2020

কাজিৰঙাত আকৌ মৃত্যু এটা বাঘৰ

Address

Nalbari
781369

Opening Hours

Monday 12am - 12pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm
Sunday 12am - 12pm

Telephone

+916002479601

Website

Alerts

Be the first to know and let us send you an email when অসম LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category



You may also like