দাৰুল উলুম ইমামে আজম চিৰাজুল আইমা ইনষ্টিটিউটৰ বৃহৎ সফলতা ।
প্ৰত্যেক বছৰৰ দৰে এই বছৰতো 13 জন ছাত্ৰ বিভিন্ন বিভাগত উত্তীৰ্ণ হয় ।
দৰং জিলাৰ খাৰুপেটীয়া ৰ খেতেশ্বৰত অৱস্থিত দাৰুম উলুম ইমামে আজম চিৰাজুল আইমা ইনষ্টিটিউটয়ে আৰবী শিক্ষাৰ সমান্তৰালকৈ স্কুলীয়া শিক্ষাও প্ৰদান কৰি আহিছে । 2021 বৰ্ষত স্থাপিত হোৱা মাদ্ৰাছাখনে ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা ছাত্ৰ সকলক দেখুৱাইছে সফলতাৰ বাট । মাদ্ৰাছাখন স্থাপন হোৱাৰ পিছৰে পৰা প্ৰতি বছৰে বিভিন্ন বিভাগত বহু ছাত্ৰক মৌলানা, মুফটি, ফাজিল, কাৰী আদি বিভিন্ন বিভাগত বহু শিক্ষাৰ্থীক উত্তীৰ্ণ কৰায় । বিগত বৰ্ষৰ দৰে এইবৰ্ষতো 6জন মুফটি, 3জন ফাজিল, 4জন কাৰীৰ লগতে বিভিন্ন বিভাগত সৰ্বমুঠ 13 জন ছাত্ৰক উত্তীৰ্ণ কৰায় । মাদ্ৰাছা খনৰ পৰা বিভিন্ন বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ সকলৰ মন্তব্য অনুসৰি ধৰ্মীয় শিক্ষা গ্ৰহন কৰিবলৈ হলে অসমৰ বাহিৰত যোৱাৰ প্ৰয়