06/09/2024
~ Book Excerpts ~
|| লগ পাম ক’ৰবাত এদিন - সমীৰ তাঁতী (এপ্ৰিল, ২০২৪) ||
(১)
"সেইবাবে কওঁ প্ৰেম কেৱল দেহকেন্দ্ৰিক হ’ব নোৱাৰে। দেহৰ সীমাৰ সিপাৰে ই এনে এক বৰ্ণনাতীত অনুভূতি, যিয়ে কালহীন সৃষ্টিৰ মাজেৰে ঈশ্ৱৰ নামৰ সেই পৰমাত্মাক চুব খোজে।
কোনোবাই স্ৱীকাৰ কৰক বা নকৰক, সেই শক্তিৰ দ্ৱাৰাইতো পৰিচালিত হৈছে বিশ্ৱ-ব্ৰহ্মাণ্ড আৰু তাৰেই শ্ৰেষ্ঠ উপহাৰ প্ৰেম।"
(২)
"এই বিশ্ৱব্ৰহ্মাণ্ডৰ জড় আৰু জীৱ আটাইবোৰৰে সৃষ্টিকৰ্তা আৰু ভাগ্য়নিয়ন্তা হ’ল ভগৱান। সেয়েহে এই আটাইবোৰৰে স্থিতি আৰু বসতিস্থলৰ অধিকাৰী স্ৱয়ং পৰমব্ৰহ্ম পৰমেশ্ৱৰ বুলি জানি আমি আটায়ে নিজৰ বাবে নিৰূপিত কৰি থোৱা ঠাইতে থাকিব লাগে আৰু প্ৰত্য়েকৰ বাবে নিৰূপিত কৰি থোৱা অংশহে ভোগ কৰিব লাগে যাতে কোনেও লোভত পৰি অনাহকতে আনৰ বসতিস্থল দখল কৰিব নালাগে।"
~~ সমীৰ তাঁতী
(লগ পাম ক’ৰবাত এদিন, ২০২৪)
বিশিষ্ট কবি আৰু লেখক, সমীৰ তাঁতীৰ নতুন গদ্য সংকলন। এতিয়া উপলব্ধ।
প্ৰকাশক: Aami Books
প্ৰথম প্ৰকাশ: April 2024
A new collection of literary essays by acclaimed author, Sameer Tanti, exploring diverse themes - from art, politics, and society to ecology, environment, and the role of literature in society.
Published by Aami Books. April 2024.
Order your copy today! Call/ WhatsApp - +91 98642 49264.
MRP: Rs. 299/-
Home Delivery via Speed Post.
Also available on Amazon and in select bookstores:
1. Bandhav Books, Jaswanta Road, Panbazar, Guwahati 781001
2. Barna, Jaswanta Road, Panbazar, Guwahati 781001
3. Prakasika, Above Mahamaya Restaurant, Panbazar, Guwahati 781001
4. NL Publications, Opp. Don Bosco Church, ARB Road, Panbazar, Guwahati 781001