এইবাৰ গুজৰাটী গীতত প্ৰধানমন্ত্ৰী মোডী..!!চাওক ভিডিঅ'
.
.
জনপ্ৰিয় প্ৰধানমন্ত্ৰী মোডীক লৈ এইবাৰ গুজৰাটী গীত ৰচনা কৰিছে গুজৰাটৰ এগৰাকী লোকসংগীত গায়িকাই |
গীতা ৰবাৰী নামৰ গায়িকা গৰাকীয়ে মোডীক সাক্ষাত কৰি গীতটি শুনাইছে |২০১৭ চনতে মোডীক লৈ লিখা এই গীতটিয়ে ইতিমধ্যে ২৫ কোটি ভিউজ পাবলৈও সক্ষম হৈছে |
.
.
#sadinweekly #assamesepaper #assamesenews #geetabenrabari #narendramodi #gujratifolksong #folksinger #gujrat #instalike #instalike #instanews #guwahati #assam
অম্বুবাচী নিবৃত্তিৰ মহাক্ষণত কামাখ্যাত উপস্থিত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ভিডিঅ' সংগ্ৰহ:সৰ্বানন্দ সোণোৱাল(ফেচবুক পেজ)
সতীৰ্থৰ সৈতে দীৰ্ঘদিনৰ মূৰত ছেলফি বীৰ অভিনন্দনৰ...
.
.
দীৰ্ঘ বিৰতিৰ পিচত সতীৰ্থৰ সৈতে ছেলফি উঠা মুহূৰ্তৰ এই ভিডিঅ'টোৱে প্ৰমাণ কৰিছে যে ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰ বীৰ অভিনন্দন বৰ্তমান সুস্হ। যোৱা ২৬ ফ্ৰেব্ৰুৱাৰীত বালাকোটৰ আক্ৰমণৰ পিচতে পাকিস্তানৰ হাতত বন্দী হৈ পৰৱৰ্তী পৰ্যায়ত মুক্তি লাভ কৰা বীৰ অভিনন্দনে একাংশ সতীৰ্থৰ সৈতে ছেলফী উঠি 'ভাৰত মাতা কী জয়' ধ্বনি দিয়াও দেখা গৈছে। .
.
#sadinweekly #assamesemedia #assamesenews #wingcommander #abhinandan #selfie #colleague #instastory #instanews #instapost #guwahati #assam
সংযুক্তা দত্তৰ ডিজাইনৰ মেখেলা চাদৰেৰে ইণ্ডিয়া ফেশ্বন ৱিক'ৰ ৰেম্পত খোজ দিলে কৰিশ্মা কাপুৰে
সকলোলৈ শুভাকাংক্ষীলৈ অশেষ ধন্যবাদ|আমাক প্ৰয়োজন আপোনালোকৰ আৰু অধিক সহায় আৰু সহযোগীতাৰ...!!
সাদিন এতিয়া ইনষ্টাগ্ৰামতো উপলব্ধ
:
#sadin #sadinweekly #assamesepaper #assamesenews
ইউ.পি.এ চৰকাৰৰ ৰাজনৈতিক পটভূমিত নিৰ্মিত ছবি 'দা এক্সিডেন্টেল প্ৰাইমমিনিষ্টাৰ'ৰ ট্ৰেইলাৰ মুকলি
.
.
সঞ্জয় বাৰুৰ সমালোচনা মূলক গ্ৰন্থ 'ডা এক্সিডেন্টেল প্ৰাইমমিনিষ্টাৰ'ৰ আধাৰত নিৰ্মিত এই ছবিখনত ইউ.পি.এ চৰকাৰৰ দিনৰ প্ৰধানমন্ত্ৰী আৰু দলৰ বহু ভিতৰুৱা কাহিনী দেখুওৱা হ'ব | ছবিখনত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ চৰিত্ৰত অনুপম খেৰ,ছোনীয়া গান্ধীৰ চৰিত্ৰত চুজেন বাৰ্নাট,সঞ্জয় বাৰুৰ চৰিত্ৰত অক্ষয় খান্নাকে ধৰি অভিনয় কৰিছে বহু অভিনেতা অভিনেত্ৰীয়ে | উল্লেখ্য যে,উক্ত ছবিখনে ১১ জানুৱাৰীত হিন্দী,ইংৰাজী,তামিল,তেলেগু ভাষাত সমগ্ৰ ভাৰততে মুক্তি লাভ কৰিব |
.
.
#sadin #sadinweekly #assamesepaper #assamesenews #theaccidentalprimeminister #newmovie #trailerrelease #bollywoodmovie #anupamkher #akshaykhanna #politicalmovie #instalike #instafollow #instagood #instapost #mediahouse #guwahati #assam
ভাৰতৰ ভুৱেনশ্বৰত অনুষ্ঠিত হ'ব লগা বিশ্বকাপ হকী ২০১৮'ত ভাৰতক উৎসাহিত কৰাৰ উদ্দেশ্যৰে এ. আৰ. ৰহমানৰ নতুন গান মুকলি।
এই গীতৰ ভিডিঅ'ত ভাৰতবৰ্ষক এখন ঐক্যবদ্ধ ৰাষ্ট্ৰ হিচাপে প্ৰতিফলিত কৰাৰ লগতে পৌৰাণিক প্ৰমূল্যবোধ,মানৱতাবাদ,আধ্যাত্মিক সমানতা আদিও দেখুৱাবলৈ চেষ্টা কৰা হৈছে |
.
.
#sadin #sadinweekly #assamesepaper #assamesenews #hockyworldcup2018 #newanthem #song #arrahman #odisha #tribute #hocky #sports #entertainmentnews #nationalnews #instafollow #instastory #instanews #instapost #instalike #guwahati #assam
হয় নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, নহয় মুখ্যমন্ত্ৰীয়ে চকী এৰকঃ অখিল গগৈ
.
.
দিছপুৰত ৭০ সংগঠনৰ গণ বিক্ষোভৰ সামৰণি। দুটাকৈ নতুন আন্দোলনৰ কাৰ্যসূচী ঘোষণা। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অব্যাহত থাকিব প্ৰতিবাদ।
অখিল গগৈয়ে সংবাদ মাধ্যমক জনালে এই কথা। ৭ দিনৰ ভিতৰত বৈঠক অনুষ্ঠিত কৰাৰ বাবে আগভাগ ল’ব মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে। চৰকাৰ আৰু প্ৰতিবাদকাৰী দল-সংগঠনৰ নেতৃত্বৰে বৈঠকৰ দাবী আন্দোলনকাৰীৰ।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব নোৱাৰিলে পদত্যাগৰ দাবী মুখ্যমন্ত্ৰীক।
জিলাই জিলাই হ’ব গণ সত্যাগ্ৰহ।
দিল্লীতো আমৰণ অনশনৰ কাৰ্যসূচী ঘোষণা অখিল গগৈৰ।
.
.
#sadin #sadinweekly #assamesepaper #assamesenews #citizenshipamendmentbill #protest #against #akhilgogoi #70unionparty #political #politicalnews #newsnow #instagrammers #instastory #instapost #instanews #guwahati #assam
আজি নিশা ৯ বজাত চাবলৈ নাপাহৰিব, "যাযাবৰী মনৰ" এই সপ্তাহৰ খণ্ডটো, অমৃতা আৰু ৰিকীৰ লগত কেৱল আপোনাৰ প্ৰিয় চেনেল প্ৰতিদিন টাইমত ।
.
.
#sadin #sadinweekly #newshow #broadcast #premiere #travelshow #somewheretravel #traveldiaries #livetotravel #everydayindia #whereisnortheast #scotlandoftheeast #travelislife #naturelover #naturalbeauty #ecotourism #greenplanet #assamtourism #meghalayatourism #pratdintime #jajaborimon #reekysharma #amritagogoi #travellers #travelouge #whereisnortheast #pratidintime #firstofitskind #motorcycleride #explorers #lonelyplanetindia

#sadin #newshow #broadcast #premiere #travelshow #somewheretravel #traveldiaries #livetotravel #everydayindia #whereisnortheast #scotlandoftheeast #travelislife #naturelover #naturalbeauty #ecotourism #greenplanet #assamtourism #meghalayatourism #pratdintime #jajaborimon #reekysharma #amritagogoi #travellers #travelouge #whereisnortheast #pratidintime #firstofitskind #motorcycleride #explorers #lonelyplanet
অমৃতা আৰু ৰিকীৰ লগত কাইলৈ নিশা ৯ বজাত চাবলৈ নাপাহৰিব, "যাযাবৰী মনৰ" এই সপ্তাহৰ খণ্ডটো। কেৱল আপোনাৰ প্ৰিয় চেনেল প্ৰতিদিন টাইমত ।
.
.
#sadin #pratidintime #newshow #broadcast #premier #travelshow #somewheretravel #traveldiaries #livetotravel #everydayindia #whereisnortheast #scotlandoftheeast #travelislife #naturelover #naturalbeauty #ecotourism #greenplanet #assamtourism #meghalayatourism #pratdintime #jajaborimon #reekysharma #amritagogoi #travellers #travelouge #whereisnortheast #pratidintime #firstofitskind #motorcycleride #explorers
জুবিন গাৰ্গৰ নতুন ছবি "The underworld" ৰ প্ৰথমটো ট্ৰেইলাৰৰ মুক্তিৰ পিছতে এতিয়া সকলোৰে মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে ।
.
.
#sadin #sadinweekly #theunderworld #trailer #releasetrailer #assamesemovie #newmovie #zubeengarg #entertainmentnews #assamesepaper #weeklypaper #mediastory #mediahouse #enews #instamovies #instagood #instafollow #guwahati #assam
আজি নিশা ৯ বজাত চাবলৈ নাপাহৰিব, "যাযাবৰী মনৰ" এই সপ্তাহৰ খণ্ডটো, অমৃতা আৰু ৰিকীৰ লগত কেৱল আপোনাৰ প্ৰিয় চেনেল প্ৰতিদিন টাইমত ।
.
.
#sadin #newshow #broadcast #premiere #travelshow #somewheretravel #traveldiaries #livetotravel #everydayindia #whereisnortheast #scotlandoftheeast #travelislife #naturelover #naturalbeauty #ecotourism #greenplanet #assamtourism #meghalayatourism #pratdintime #jajaborimon #reekysharma #amritagogoi #travellers #travelouge #whereisnortheast #pratidintime #firstofitskind #motorcycleride #explorers #lonelyplanet
আজি নিশা ৯ বজাত চাবলৈ নাপাহৰিব, "যাযাবৰী মনৰ" এই সপ্তাহৰ খণ্ডটো, অমৃতা আৰু ৰিকীৰ লগত কেৱল আপোনাৰ প্ৰিয় চেনেল প্ৰতিদিন টাইমত ।
.
.
#sadin #newshow #broadcast #premiere #travelshow #somewheretravel #traveldiaries #livetotravel #everydayindia #whereisnortheast #scotlandoftheeast #travelislife #naturelover #naturalbeauty #ecotourism #greenplanet #assamtourism #meghalayatourism #pratdintime #jajaborimon #reekysharma #amritagogoi #travellers #travelouge #whereisnortheast #pratidintime #firstofitskind #motorcycleride #explorers #lonelyplanet
আপোনালোকৰ প্ৰিয় ব্যতিক্ৰমী অনুষ্ঠান "যাযাবৰী মন"ৰ পুনৰ সম্প্ৰচাৰ মঙ্গলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে দিনৰ ১১.৩০ বজাত । গতিকে চাবলৈ নাপাহৰিব কেৱল আপোনাৰ প্ৰিয় চেনেল প্ৰতিদিন টাইমত ।
.
#sadin #sadinweekly #pratidintime #newshow #broadcast #premier #travelshow #somewheretravel #traveldiaries #livetotravel #everydayindia #whereisnortheast #scotlandoftheeast #travelislife #naturelover #naturalbeauty #ecotourism #greenplanet #assamtourism #meghalayatourism #pratdintime #jajaborimon #reekysharma #amritagogoi #travellers #travelouge #whereisnortheast #pratidintime #firstofitskind #motorcycleride #explorers