B & M Publishers and Printers

B & M Publishers and Printers Publication House
(3)

Thank you THANESWAR MALAKAR sir
18/04/2024

Thank you THANESWAR MALAKAR sir

Ed mubarak
11/04/2024

Ed mubarak

06/04/2024
স্ব-নিৰ্বাচিত কবিতা অৱনী চক্ৰৱৰ্তী   সচেতন, বিপ্লৱী মনৰ, তীব্র সংবেদনশীল কবিজনে নিৰুদ্দেশ হৈ আমাক এৰি থৈ গুচি যাবৰ কেবা ...
29/02/2024

স্ব-নিৰ্বাচিত কবিতা অৱনী চক্ৰৱৰ্তী

সচেতন, বিপ্লৱী মনৰ, তীব্র সংবেদনশীল কবিজনে নিৰুদ্দেশ হৈ আমাক এৰি থৈ গুচি যাবৰ কেবা বছৰো হ'ল। তেওঁৰ কথা মোৰ মনলৈ আহিলেই মোৰ মাজত এক অনন্য প্রতিক্রিয়াৰ জন্ম হয়। সেয়া হ'ল--- তেওঁ যেন হঠাৎ এদিন ৰাতি মোৰ দুৱাৰত টুকুৰিয়াব...। এনে অনুভূতিক লৈ এটা কবিতা লিখিছিলোঁ। তাৰে কিয়দংশঃ
কালি বাতি মোৰ দুৱাৰত শুনিছিলোঁ
পুৰণি এটি টোকৰ।
কোনেও গম নোপোৱাকৈ
আনকি ময়ো গম নোপোৱাকৈ
খুলি দিছিলোঁ ৰাতিৰ দুৱাৰ
বাৰাণ্ডাৰ লাইটটো জ্বলাই দি দেখিছিলোঁ
মোৰ সমুখত থিয় দি আছে অৱনী চক্রৱর্তী...

নীলিম কুমাৰ

মৌগলো কুঁৱৰী কুৰঙ্গনয়নী কুৰঙ্গনয়নীৰ প্রকৃত নাম আছিল ভুৱেনেশ্বৰী। মণিপুৰ (কংলৈপাক) ৰাজ্যৰ ৰাজকুমাৰী। ঘটনাক্রমে আহি আশ্রয়...
22/02/2024

মৌগলো কুঁৱৰী কুৰঙ্গনয়নী

কুৰঙ্গনয়নীৰ প্রকৃত নাম আছিল ভুৱেনেশ্বৰী। মণিপুৰ (কংলৈপাক) ৰাজ্যৰ ৰাজকুমাৰী। ঘটনাক্রমে আহি আশ্রয় ল'লে কছাৰী ৰাজ্যত। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ লগত বিবাহ হৈ নাম ল'লে কুৰঙ্গনয়নী। বৰকুঁৱৰী হ'ল তেওঁ। ঘটনাক্রমত বৰকুঁৱৰী হ'ব লগা হ'ল বিদ্রোহী মৰাণৰ নেতা বাঘ মৰাণৰ। কিন্তু বাঘ মৰাণৰ মৃত্যু হ'ল এই কুৰঙ্গনয়নীৰ হাতত। অসম বুৰঞ্জীৰ গতি সলনি কৰি দিয়া এইগৰাকী নাৰীৰ বীৰত্ব তথা সাহসৰ কথা যুগে যুগে সুঁৱৰিব অসমীয়া জাতিয়ে। তেওঁৰ জীৱনৰ প্রতিটো ঘটনাই যেন নাটকীয়, উত্তেজনাবে ভৰপূৰ।
কুৰঙ্গনয়নীৰ জীৱন, সেই সময়ৰ ৰাজনৈতিক তথা সামাজিক ব্যৱস্থাৰ বৰ্ণনাৰে ৰচিত এইখন উপন্যাস 'মগলৌ কুঁৱৰী কুৰঙ্গনয়নী।'

বি & এম প্ৰকাশনৰ তৰফৰ পৰা "অসম-জ্যোতি ২০২৪" সন্মান প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক "ৰঞ্জু হাজৰিকা" , বিশিষ্ট সংগীতশিল্পী...
18/02/2024

বি & এম প্ৰকাশনৰ তৰফৰ পৰা "অসম-জ্যোতি ২০২৪" সন্মান প্ৰদান কৰা হয় বিশিষ্ট সাহিত্যিক "ৰঞ্জু হাজৰিকা" , বিশিষ্ট সংগীতশিল্পী "পুলক বেনাৰ্জী" , বিশিষ্ট চিত্ৰশিল্পী "প্ৰবীণ কুমাৰ নাথ", বিশিষ্ট প্ৰশাসনিক বিষয়া তথা সাহিত্যিক "আবু চুফীয়ান" আৰু বিশিষ্ট সংবাদকর্মী "প্ৰশান্ত ৰাজগুৰু" দেৱক ।

Sweet memories
18/02/2024

Sweet memories

আবু চুফীয়ান দেৱৰ "ঈশ্বৰৰ ঘৰ" আৰু জিন্টু বৰপূজাৰী দেৱৰ "দুখী তানপুৰা" উন্মোচনৰ শুভ মুহূৰ্তত🌻🌻
18/02/2024

আবু চুফীয়ান দেৱৰ "ঈশ্বৰৰ ঘৰ" আৰু জিন্টু বৰপূজাৰী দেৱৰ "দুখী তানপুৰা" উন্মোচনৰ শুভ মুহূৰ্তত🌻🌻

18/02/2024

দাদা ধন্যবাদ🌻🌻

18/02/2024

ধন্যবাদ দাদা🌻🌻🌻🌻

15/02/2024

🎉✨ Happy Birthday to, Sri. Binay Sharma!

May your special day be filled with love, laughter, and unforgettable moments. Here's to celebrating another year of wisdom, creativity, and success! 🌟

আহিব🙏🙏 আপোনালোকৰ বহুমূলীয়া দিহা-পৰামৰ্শ আৰু আশীৰ্বাদেৰে আমাক আগুৱাই যোৱাত সহায় কৰিব ।
13/02/2024

আহিব🙏🙏 আপোনালোকৰ বহুমূলীয়া দিহা-পৰামৰ্শ আৰু আশীৰ্বাদেৰে আমাক আগুৱাই যোৱাত সহায় কৰিব ।

Hemanta Kumar Das
06/02/2024

Hemanta Kumar Das

নীলিমা কটকী বাইদেউ , আপোনাৰ মৃত্যু অসমীয়া শিশু সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি। আপোনাৰ বিদেহ আত্মাৰ শান্তি কামনা কৰিছোঁ। ঔ...
05/02/2024

নীলিমা কটকী বাইদেউ , আপোনাৰ মৃত্যু অসমীয়া শিশু সাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি। আপোনাৰ বিদেহ আত্মাৰ শান্তি কামনা কৰিছোঁ। ঔম শান্তি 🙏🙏🙏

"সজাত বন্দী পৰিভ্রমী চৰাই"  যুৱ সাহিত্যিক ৰাহুল দাসৰ নৱতম উপন্যাস। শ্বপিং ম'লত কৰ্মৰত লোকসকলৰ জীৱনৰ উত্থান-পতন, প্ৰেম-অন...
08/01/2024

"সজাত বন্দী পৰিভ্রমী চৰাই" যুৱ সাহিত্যিক ৰাহুল দাসৰ নৱতম উপন্যাস। শ্বপিং ম'লত কৰ্মৰত লোকসকলৰ জীৱনৰ উত্থান-পতন, প্ৰেম-অনুৰাগ, হাঁহি -ধেমালিৰ কাহিনীৰে ৰচিত এখন মননশীল উপন্যাস। উপন্যাসখন আঁকোৱালি লৈ ডেকা ল'ৰাজনক উৎসাহ দিব বুলি আশা কৰিলোঁ🙏

ডঃ সৌম্যদ্বীপ দত্ত দেৱ আৰু হেমন্ত দাদা 🌻🌻
06/01/2024

ডঃ সৌম্যদ্বীপ দত্ত দেৱ আৰু হেমন্ত দাদা 🌻🌻

প্ৰভাত গোস্বামী দেৱৰ "কুৰঙ্গনয়নী" গ্ৰন্থখন আঁকোৱালি লোৱা বাবে ধন্যবাদ🙏🙏
06/01/2024

প্ৰভাত গোস্বামী দেৱৰ "কুৰঙ্গনয়নী" গ্ৰন্থখন আঁকোৱালি লোৱা বাবে ধন্যবাদ🙏🙏

আজি বিৰিঞ্চি কুমাৰ দাস ছাৰৰ সৈতে ...  ছাৰৰ উন্মাদ গ্ৰন্থখন সকলোৱে আদৰি লৈছে। ধন্যবাদ🙏🙏 আজি ছাৰে অন্যান্য গ্ৰন্থৰ লগতে ৰক...
05/01/2024

আজি বিৰিঞ্চি কুমাৰ দাস ছাৰৰ সৈতে ... ছাৰৰ উন্মাদ গ্ৰন্থখন সকলোৱে আদৰি লৈছে। ধন্যবাদ🙏🙏 আজি ছাৰে অন্যান্য গ্ৰন্থৰ লগতে ৰক্তিম গোস্বামী দাদাৰ "ডিজিটেল যুগত সন্তান প্ৰতিপালন" গ্ৰন্থখন ক্ৰয় কৰে। প্ৰকাশৰ পিছ্তেই কম সময়তে গ্ৰন্থখন পাঠকে আঁকোৱালি লোৱা বাবে ধন্যবাদ🌻🌻🌻🌻

🌻🌻🌻🌻
05/01/2024

🌻🌻🌻🌻

আজি আমাৰ বিপনিত অভিযন্তা " নিকুঞ্জ কুমাৰ দাস" দেৱ , পৰিচালক "হেমন্ত কুমাৰ দাস " দেৱ । নিকুঞ্জ দাদাৰ " অভিযন্তাৰ ডায়েৰী" ...
05/01/2024

আজি আমাৰ বিপনিত অভিযন্তা " নিকুঞ্জ কুমাৰ দাস" দেৱ , পৰিচালক "হেমন্ত কুমাৰ দাস " দেৱ । নিকুঞ্জ দাদাৰ " অভিযন্তাৰ ডায়েৰী" কিতাপখন আদৰি লোৱা বাবে ধন্যবাদ🙏🙏🙏🙏🌻🌻🌻

ধন্যবাদ 🙏🙏চিনেমাৰ মানুহক ইমান মৰম দিয়াৰ বাবে🌻🌻🌻🌻
04/01/2024

ধন্যবাদ 🙏🙏চিনেমাৰ মানুহক ইমান মৰম দিয়াৰ বাবে🌻🌻🌻🌻

অসম গ্রন্থমেলাৰ আমাৰ বিপনিত ৰঞ্জু হাজৰিকা ছাৰ , কবি  হেমেন দত্ত, যুৱ ঔপন্যাসিক ৰাহুল দাস । আমাৰ বিপনিত ৰাহুল দাসৰ "আউসী ...
04/01/2024

অসম গ্রন্থমেলাৰ আমাৰ বিপনিত ৰঞ্জু হাজৰিকা ছাৰ , কবি হেমেন দত্ত, যুৱ ঔপন্যাসিক ৰাহুল দাস । আমাৰ বিপনিত ৰাহুল দাসৰ "আউসী নিশাৰ তেজাল জোনাক" আৰু বহ্নিশিখা তালুকদাৰৰ " উৰি থকা সপোনৰ গান" উপলব্ধ হৈছে 🥰🌻🌻

03/01/2024

কবি অৱনী চক্ৰৱৰ্তী দেৱৰ ৮৩ সংখ্যক ওপজা দিনবিশেষ 🌻🌻🌻অজিত মহন্ত দেৱৰ দু-আষাৰ.....

03/01/2024

নীলিম কুমাৰ দেৱ কবি অৱনী চক্ৰৱৰ্তী প্ৰসংগত.....

Address

Bamunimaidam Industrial State , Near Amtron
Guwahati
781021

Opening Hours

Monday 9am - 6pm
Tuesday 9am - 6pm
Wednesday 9am - 6pm
Thursday 9am - 6pm
Friday 9am - 6pm
Saturday 9am - 5pm

Telephone

+918133950313

Website

Alerts

Be the first to know and let us send you an email when B & M Publishers and Printers posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B & M Publishers and Printers:

Videos

Share

Category

Nearby media companies