Axom Prime

Axom Prime we arise form the land of sunrise

20/09/2023
13/09/2022

সাপৰ খেলা দেখুৱাই ফুৰা অঘৰী লোকক উচ্ছেদ কামপুৰ আঞ্চলিক বন বিভাগ আৰু কচুৱা আৰক্ষীৰ

13/09/2022

Addressing the inaugural session of International Conference on Green Ship Recycling & Vehicle Scrapping in Gandhinagar.

13/09/2022

#চাওক খং উঠিল অৰবিন্দ কেজৰিৱালৰ ৷
গুজৰাটৰ ৰাজপথত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ কিয় উঠিল খং?

13/09/2022

#কামপুৰত কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ সংবাদ মেল ।

সংবাদ মেলযোগে ক্ষুৰধাৰ সমালোচনা নগাঁও জিলা সংখ্যালঘু ছাত্ৰ সন্থাৰ (AAMSU) সভাপতিক ।

আমছুৰ সভাপতি জনে এজন চালকক প্ৰহাৰ কৰাৰ অভিযোগ ।

নিশা গাড়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহৰো অভিযোগ আমছুৰ নগাঁও জিলা সভাপতিৰ বিৰুদ্ধে ।

কেন্দ্ৰীয় সমিতিয়ে ব্যৱস্থা লোৱাৰ আহ্বান নগাঁও জিলাৰ আমছুৰ সভাপতিৰ বিৰুদ্ধে।

13/09/2022

কে.কেৰ বাহিৰে কোনো কণ্ঠশিল্পীকে ছেল্যুট নিদিয়ে জুবিন গাৰ্গে ।

ষ্টেজৰ পৰাই দৰ্শকক উদ্দেশ্যি জুবিন গাৰ্গৰ প্ৰশ্ন- "কে কেৰ মৃত্যু হ'ল কাৰণে পাহৰি গ'ল নেকি?

মই মৰিলেও পাহৰি যাব নেকি? "

12/09/2022

জীৱন সংগ্ৰাম! শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হুইলচেয়াৰত বহি ছুইগী ডেলিভেৰী এগৰাকী যুৱতীৰ
জীৱন সংগ্ৰাম ! শাৰীৰিক প্ৰত্যাহ্বানক নেওচি হুইলচেয়াৰত বহি ছুইগী ডেলিভেৰীৰ বাবে ওলাই আহিছে এগৰাকী যুৱতী। ছচিয়েল মিডিয়াত ভাইৰেল এই দৃশ্য।

12/09/2022

টুকটুকীত "বিদেশত MBBS শিক্ষা আৰু ইয়াৰ নীতি নিৰ্দেশনা "ৰ ওপৰত সজাগতা সভা

12/09/2022

এছিয়া কাপ ফাইনেলত শ্ৰীলংকাৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পাছতে আফগানিস্তানত আনন্দ উল্লাস।
এছিয়া কাপ ফাইনেলত শ্ৰীলংকাৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয়ৰ পাছতে আফগানিস্তানত আনন্দ উল্লাস।

12/09/2022

'ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে বুজাই দিলে বিজেপিৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব'
'ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি চৰকাৰে বুজাই দিলে বিজেপিৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰিব'

12/09/2022

'ভিক্টৰে কোনো অপৰাধ কৰা নাই।' কিয় পুলিচে লেপটপ জব্দ কৰিব লাগে বুলি প্ৰশ্ন আত্মীয়ৰ
'ভিক্টৰে কোনো অপৰাধ কৰা নাই।' কিয় পুলিচে লেপটপ জব্দ কৰিব লাগে বুলি প্ৰশ্ন আত্মীয়ৰ

12/09/2022

ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ চৰকাৰক কঠোৰ সমালোচনা বিধায়ক ৰকিবুল হুছেইনৰ

12/09/2022

*মায়ং আৰক্ষীৰ জালত তিন গবাইত বাইক চুৰ।

11/09/2022

মুখ্যমন্ত্ৰীৰ হাতত চৰকাৰ চলাবলৈ টকা নাই ।

নিবনুৱাৰ পৰা উঠোৱা পইচাৰে তেঁও হেলিকপ্টাৰ লৈ ঘুৰি আছে ।

মুখ্যমন্ত্ৰীৰ হাতত চৰকাৰ চলাবলৈ টকা নাই ।

২৬ হাজাৰ নিযুক্তিৰ নামত নিবনুৱাৰ পৰা উঠোৱা পইচাৰে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ ঘুৰি আছে ।

নিৰ্বাচনৰ সময়ত নিবনুৱাৰ পৰা তামোল নাখাওঁ বুলি কোৱা মুখ্যমন্ত্ৰীয়ে এতিয়া নিযুক্তিৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰিছে ।

যাৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱালে নিজেই দুৰ্নীতিৰ অভিযোগ আনিছিল, তেঁওৰ হাততেই আজি অসমৰ ৰাজপাট এৰি দিছে ।

11/09/2022

"ভিক্টৰ দাসক চৰকাৰে প্ৰমাণ দিয়াৰ সুযোগ দিয়া নাই। চৰকাৰে মানুহৰ মুখ বন্ধ কৰিছে।"- ৰিপুন বৰা।
"ভিক্টৰ দাসক চৰকাৰে প্ৰমাণ দিয়াৰ সুযোগ দিয়া নাই। চৰকাৰে মানুহৰ মুখ বন্ধ কৰিছে।"- ৰিপুন বৰা।

11/09/2022

বস্তাই বস্তাই ওলাইছে কোটি কোটি টকা। টকা হিচাপ কৰিবলৈ অনা হৈছে এটাৰ পাছত আনটো মেচিন। টকাৰ উৎস শুনিলে আপোনাৰ চকু কপালত উঠিব।

11/09/2022

ভিক্টৰ দাসৰ অভিযোগ সম্পৰ্কে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ প্ৰতিক্ৰিয়া

অভিযোগকাৰীৰ বাহনৰ চলাচলত সুবিধা প্ৰদানৰ বাবে দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়ত সঞ্চালকালয় ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী অসমৰ...
10/09/2022

অভিযোগকাৰীৰ বাহনৰ চলাচলত সুবিধা প্ৰদানৰ বাবে দাবী কৰা ধন গ্ৰহণ কৰাৰ সময়ত সঞ্চালকালয় ভিজিলেন্স আৰু দুৰ্নীতি বিৰোধী অসমৰ দলে আজি দৰঙা আউটপোষ্ট জিলা তামুলপুৰৰ এ এছ আই গোপাল ডলীক আৱদ্ধ কৰি ৰঙাহাতেৰে গ্ৰেপ্তাৰ কৰে ।


10/09/2022

লখিমপুৰ জিলাৰ ফুলবাৰীত চোৰৰ উপদ্ৰৱঃঅতিষ্ঠ ভুক্তভোগী

10/09/2022

Speaking at the seminar on 'Modi@20- Dreams Meet Delivery' at NEHU, Shillong.

10/09/2022

মাতৃৰ সন্মুখতে আৰক্ষীয়ে এনেদৰে টানি আজুৰি গাড়ীত উঠাই নিয়ে ভিক্টৰ দাসক

10/09/2022

লখিমপুৰ জিলা পাভ অভয়ৰন্যত প্ৰশাসনৰ উচ্ছেদ অভিযান।

10/09/2022

চাকৰিৰ অনিশ্চয়তাত ভুগিছে এ পি ডি চি এলৰ প্ৰায় ৫০০০ অস্থায়ী কৰ্মচাৰী

 #চাওক কামৰূপ আৰক্ষী উজলিল বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰি ।ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্...
09/09/2022

#চাওক কামৰূপ আৰক্ষী উজলিল বন্যপ্ৰাণীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰি ।

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীলৈ আগবঢ়ালে ২ লাখ টকাৰ পুৰস্কাৰ ।



#ভাস্কৰ_মল্ল_পাটোৱাৰী

09/09/2022

দক্ষিণ কামৰূপৰ মিৰ্জাত এজন লোকক খুটাত বান্ধি ৰাইজৰ ঔকিল ।

09/09/2022

'শিক্ষয়িত্ৰী ষ্টাইল মাৰি স্কুললৈ আহে। দৰমহাটো এনেই লৈ আছে। ভাল কৰিলে ৰিজাল্ট ভাল কৰক।'
'শিক্ষয়িত্ৰী ষ্টাইল মাৰি স্কুললৈ আহে। দৰমহাটো এনেই লৈ আছে। ভাল কৰিলে ৰিজাল্ট ভাল কৰক। নহ'লে বাদ দিয়ক।'

Address

Guwahati
781006

Alerts

Be the first to know and let us send you an email when Axom Prime posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Share


Other Media/News Companies in Guwahati

Show All

You may also like