A Classical Dance Performed by Beautiful Girls of Guwahati,Students of Mallika Kandali,
Jeevan Kite River Festival
বৰলুইটৰ বালিছৰৰ চিলা উৎসৱত গুৱাহাটী বাল্য ভৱনৰ শিশু সকলৰ দ্বাৰা সমূহীয়া গীটাৰ বাদন।।
Guwahati Balya Bhawans Student Played (Performed) Group Guitar at Brahmaputra Jeevan Kite Festival 2024,
Jeevan Kite River Festival
#sarasmela #SwarasMela-2023_24
#entertainmentnews
স্বৰাছ মেলা ২০২৩-২৪ ৰ সম্পূৰ্ণ পৰিবেশ আৰু ভিন্ন বিপনি সমূহৰ সবিশেষ, মূল টোৰণৰ পৰা বলক আমি মেলা উপভোগ কৰো।।
Full Atmosphere of Swaras Mela 2023-24 and Details of Various Shops,Let'sEnjoy the Fair from the Main Gate.
स्वरस मेला 2023-24 का पूरा माहौल और विभिन्न दुकानों का विवरण, आइए मुख्य टॉवर से मेले का आनंद लें ।
পবিত্ৰ বৰদিন উপলক্ষে আন এটি সুন্দৰ গীত আগবঢ়ালো,
Enjoy The Christmas Special Song At This Merry Christmas.......
Merry Christmas Entertainment Exclusive From City Center & Dispur Baptist Church.
পবিত্ৰ বৰদিন উপলক্ষে গুৱাহাটী চিটি চেণ্টাৰ আৰু দিছ্পুৰ বাপ্টিষ্ট গীৰ্জাৰ পৰা বৰদিন বিনোদন বিশেষ।।
পবিত্ৰ বৰদিন উপলক্ষে এটি সুন্দৰ গীত আগবঢ়ালো।।
Enjoy a Very Nice Christmas Song On This Merry Christmas 2023.
গুৱাহাটীৰ,ৰঞ্জিতা ভৰদ্বাজৰ পৰিবেশনত এটি হিন্দী গীত আগবঢ়ালো।
Let's Enjoy A Hindi Song Performed by Ranjita Bharadwaz,Guwahati
গুৱাহাটীৰ মাছখোৱাৰ পুৰণা কাৰাগাৰ চৌহদত নিৰ্মান হল এখন নতুন জৈৱিক উদ্যান।।অহা ১ তাৰিখৰ শুভ উদ্যোধনৰ পাছত ৰাইজৰ বাবে মুকলি হব উদ্যানখন।।
New Botanical Garden Established at Machkhowa Old Central Jail.
YouTube Link: https://youtu.be/PTqFO-lyH2I?si=hD4AuNWUoguWHJZw
শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী উপলক্ষে আজি গুৱাহাটীৰ ঘোঁৰামাৰাস্থিত ৰিজেন্ট পেৰেডাইছ হাউছিং চোঁচাইটিৰ চৌহদৰ পৰা এটি সুন্দৰ "নাম_প্ৰসংগ" অনুষ্ঠান আগবঢ়ালো।।
Copyright Reserved by Jilingoni Axom
Video Produced by Jojo Jissang Saikia
Special Thanks to All The People's of Regent Paradise of Ghoramara,Guwahati.
YouTube Link: https://youtu.be/bZRHPh3WLnA
পবিত্ৰ ভাদ মাহ উপলক্ষে জিলিঙণি অসমৰ পৰিকল্পনাঃ আৰু প্ৰযোজনাৰে বৰ্ণাঢ্য ভক্তিগীতৰ অনুষ্ঠান #ভক্তিৰসৰ অমিয়াসুৰত আজি আগবঢ়াইছোঁ তৰুণ নগৰ নামঘৰৰ মজিয়াৰ পৰা তৰুণ নগৰৰ আই মাতৃ তথা জ্ঞাতি ও ভকত বৈষ্ণৱসকলে পৰিবেশন কৰা এটি সুন্দৰ দিহা নামৰ অনুষ্ঠান।
YouTube Link: https://youtu.be/YM29oPI3vbM?si=DJACKmDDT1IC39_J
Assamese Traditional & Folk Prayer #Dihanaam Performed by The Shankari Devotees of Tarun Nagar,Guwahati at Tarun Nagar Namghar on Jilingoni Axoms Bhado Mohia Religious Folk Devotional Songs Programme #Bhaktirasar_Amiya_Xoo
Video Coverage & Copyright Reserved by Jilingoni Axom Entertain Assam North East.
Concept Director & On Air Producer Jojo Jissang Saikia
জিলিঙণি অসমৰ ভাদমহীয়া বৰ্ণাঢ্য ভক্তিগীতৰ অনুষ্ঠান " ভক্তিৰসৰ অমিয়া সুৰত" আজি আগবঢ়াইছোঁ অম্বিকাগিৰি নগৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰ ও কীৰ্তন ঘৰত কীৰ্তনঘৰৰ আইমাতৃ সকলে পৰিবেশন কৰা দিহান নাম,প্ৰসংগ অনুষ্ঠান।
Dihanaam" 2023. Performed at Srimanta Shanakardev Kalakristi Bikash Kendra,AmbikagiriNagar,Guwahati
Video Copyright by @jilingoniaxom4270
For Details Call Us on +91 9435115924
Copyrighted by Jilingoni Axom
YouTube Link: https://youtu.be/hsX0HM8gvcg?si=76ZM7BDx4F8sMWY_
#মা_মনসা
নিউ গুৱাহাটী ৰেলৱে কলনী ৰাজহুৱা শ্ৰী শ্ৰী মা মনসা মন্দিৰৰ মনসা পূজাৰ এখন্তেক।
A Exclusive Moment From New Guwahati Railway Colony Sri Sri Maa Manasha Mandirs Mannasha Puja.
Video Produced & Copyright Reserved By Jilingoni Axom
Concept & Coverage by Jojo Jissang Saikia
#newguwahati
#manashapuja
#indiandevotion
#devotionoftheday
YouTube Link: https://youtu.be/0Rbi2q8ILAM?si=JfbhEZziGTF0CD-0