CAA আইন বাতিল কৰিবনে । অসমৰ সমাজ ব্যৱস্থাই অসমীয়াক আগলৈ লৈ যাব পাৰিবনে ॥ #TheGreatRabhaHasong #highlight
CAA আইন বাতিল কৰিবনে ।
অসমৰ সমাজ ব্যৱস্থাই অসমীয়া জাতিক আগলৈ লৈ যাব পাৰিবনে।
#TheGreatRabhaHasng #highlights
অসমত বহিৰাগতৰ শাসন চলি আছে নেকি ।
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক Sixth Schedule প্ৰদান কৰাতো সকলো ৰাইজে কিয় বিচাৰে ।
#The_Great_Rabha_Hasong
জুনমণি ৰাভাক CBI তদন্ত জাৰি কৰি সচা ৰায়দান দিলেনে,ন্যায় পালেনে, অসমত আকৌ এবাৰ হব নেকি প্ৰতিবাদ ।
চানডুবি উৎসৱত কন্ঠশিল্পী ‘অন্জলী মালীৰ’ (মৰমতে তোৰ মাৰিছো)নতুন গানৰ মুকলি অনুষ্ঠান।
চানডুবি উৎসৱত কন্ঠশিল্পী ‘অন্জলী মালীৰ’ (মৰমতে তোৰ মৰিছো)নতুন গানৰ মুকলি অনুষ্ঠান।
অসমৰ এক অন্যতম জনগোষ্ঠী ৰাভা সকলৰ জেঠ মাহৰ পবিত্ৰ বাইখো উৎসৱলৈ সকলোকে শুভেচ্ছা যাচিলো।
নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৰাভা হাচং পৰিষদক ভাৰতীয় সংবিধানৰ 6th Schedule অন্তৰ্ভুক্ত কৰাৰ দাবীত BIKE RALLY.
নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচী দাবী সমিতিৰ ৰাভা হাচং পৰিষদক ভাৰতীয় সংবিধানৰ 6th Schedule অন্তৰ্ভুক্ত কৰাৰ দাবীত বিশাল গণ সমাবেশ।
All Rabha Student's Union, All Rabha Women Council, Sixth Schedule Demand Committee, protested and marched from Boko to Dhupdhara demanding inclusion of Rabha Hasong Autonomous Council in the Sixth Schedule of the Constitution of India.
ARSU,ARWC,SSDC ৰাভা হাচং স্বায়ত্ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানত ষষ্ঠ অনুসুচিত অন্তৰ্ভুক্ত কৰাৰ দাবী আৰু ৰাভা হাচংৰ বাহিৰত থকা ৰাভা সকলৰ কাৰণে উন্নয়ণ পৰিষদ দাবীত বকোৰ পৰা ধূপধৰালৈ #পদযাত্ৰা#কৰি প্ৰতিবাদ।
The All Rabha Student's Union, All Rabha Women Council, Sixth Schedule Demand Committee, protested and marched from Boko to Dhupdhara demanding inclusion of Rabha Hasong Autonomous Council in the Sixth Schedule of the Constitution of India.
নিখিল ৰাভা ছাত্ৰ সন্থা,নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতি।কিয় ৰাজপথত প্ৰতিবাদ কৰিব উলাল,চাওক এই প্ৰতিবেদন।
#himantabiswasarmah
#Narendramodi