Rabha National Youth Council

Rabha National Youth Council Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rabha National Youth Council, Social Media Agency, Dudhnoi, Guwahati.

20/09/2024
ৰাভা জাতীয় যুব পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস.......
07/09/2024

ৰাভা জাতীয় যুব পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস.......

ৰাভা জাতীয় যুব পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কিছু স্থিৰ চিত্ৰ....
06/09/2024

ৰাভা জাতীয় যুব পৰিষদৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কিছু স্থিৰ চিত্ৰ....

22/07/2023
আমি ৰাভা ৰাইজ তথা  ৰাভা জাতীয় যুব পৰিষদে SI জোনমনি ৰাভা হত্যাৰ যি তদন্তকাৰী দল অসম আৰক্ষীৰ CID আৰু CBI তদন্তত সঠিক ভাবে...
04/07/2023

আমি ৰাভা ৰাইজ তথা ৰাভা জাতীয় যুব পৰিষদে SI জোনমনি ৰাভা হত্যাৰ যি তদন্তকাৰী দল অসম আৰক্ষীৰ CID আৰু CBI তদন্তত সঠিক ভাবে যে হৈছে সেয়া মানি লব পৰা নাই আৰু সেই কাৰণে RNC তথা ৰাভা জাতীয় ৯ সংগঠনৰ আহ্বান মৰ্মে আজি ৰাভা জাতীয় যুব পৰিষদে গোৱালপাৰা শোলমাৰীত অৱস্থিত জাগ্ৰত কালী মাঁৰ ওচৰত আৰু কামৰূপৰ ধূপগুৰিৰ মাঁ মনসা মন্দিৰত পূজা অৰ্চনা কৰি তদন্ত যাতে সঠিক দিশত আগবাঢ়ে আৰু যিসকল হত্যাকাৰীয়ে SI জোনমনি ৰাভাক হত্যা কৰিলে তেওঁলোকক দৃষ্টান্ত মুলক শাস্তি প্ৰদান কৰি যাতে ন্যায় প্ৰদান কৰে তাৰ বাবে কালী মাঁ আৰু মাঁ মনসাৰ শ্ৰীচৰনত প্ৰাৰ্থনা জনোৱা হয়।
লগতে গোৱালপাৰা জিলা ৰাভা জাতীয় যুব পৰিষদ আৰু কামৰূপ জিলা ৰাভা জাতীয় যুব পৰিষদে ও পূৰ্বৰ পৰা পূজা কৰি অহা জাগ্ৰত দেৱ-দেৱীৰ ওচৰত পূজা অৰ্চনা কৰি যিসকল হত্যাকাৰীয়ে SI জোনমনি ৰাভাক হত্যা কৰিলে তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে তাৰে কামনা কৰি দেৱ-দেৱীৰ শ্ৰীচৰনত প্ৰাৰ্থনা জনায়৷

যোৱা ১০ মাৰ্চ ২০২৩ ইং তাৰিখে হৈ যোৱা বৌদ্ধিক কচৰৎৰ কিছু স্থিৰ চিত্ৰ।
27/06/2023

যোৱা ১০ মাৰ্চ ২০২৩ ইং তাৰিখে হৈ যোৱা বৌদ্ধিক কচৰৎৰ কিছু স্থিৰ চিত্ৰ।

যোৱা ২৭/০৩/২০২৩ ইং  তাৰিখে ৰেডিশ্বন ব্লু হোটেলত নিৰ্বাচন আয়োগক  লগ ধৰাৰ পিছৰ কিছু স্থিৰ চিত্ৰ।
25/06/2023

যোৱা ২৭/০৩/২০২৩ ইং তাৰিখে ৰেডিশ্বন ব্লু হোটেলত নিৰ্বাচন আয়োগক লগ ধৰাৰ পিছৰ কিছু স্থিৰ চিত্ৰ।

আজি ৰাভা জাতীয় যুৱ পৰিষদৰ গুৱাহাটী চচলত স্বায়ত্ব শাসীত ৰাজ্যৰ দাবীত ধৰ্ণা কাৰ্য্যসূচীৰ কিছু আলোকচিত্ৰ। ২৩/১২/২২
24/12/2022

আজি ৰাভা জাতীয় যুৱ পৰিষদৰ গুৱাহাটী চচলত স্বায়ত্ব শাসীত ৰাজ্যৰ দাবীত ধৰ্ণা কাৰ্য্যসূচীৰ কিছু আলোকচিত্ৰ। ২৩/১২/২২

Address

Dudhnoi
Guwahati

Website

Alerts

Be the first to know and let us send you an email when Rabha National Youth Council posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rabha National Youth Council:

Videos

Share