ভাওনা প্ৰেমী

ভাওনা প্ৰেমী Vedio creator

14/04/2024

আজি মানুহৰ বিহু
নামঘৰত সামুহিকভাৱে নাম-কীৰ্তন কৰা হয়। সাধাৰণতে বিহুৰ দিনা বিহুৱান লোৱা হয়। এই বিহুৱান নিজৰ লগতে পৰিয়ালৰ ইষ্ট-কুটুম্ব আৰু মৰমৰ জনকো দিয়া হয়। ব'হাগ বিহুত খোৱা-বোৱাতকৈ ৰং-ধেমালিৰ ওপৰত বেছি গুৰত্ব দিয়া হয়। সকলো মানুহ একগোট হৈ মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি গাই গৃহস্থক আৰ্শীবাদ দিয়ে।
আগৰ কালত চ’ত মাহৰ আৰম্ভণিৰ পৰাই ডেকা গাভৰু মিলি ' ৰাতি বিহু' পতাৰ পৰম্পৰা আছিল। ৰাতি বিহু কেৱল ডেকা গাভৰুৰ বিহু। ডেকা গাভৰু মিলি ৰাতি বিহু নাচ, বিহু গীতৰে ইজনে সিজনক প্ৰেম নিবেদন কৰিছিল আৰু বিহু তলিৰ পৰাই বহুতে সাংসাৰিক জীৱন আৰম্ভ কৰিছিল।
জেং বিহু কেৱল মহিলাসকলৰ দ্বাৰা পৰিৱেশন কৰা হয়। পূৰ্বতে গাঁৱত মহিলাসকলে এনে বিহু নৃত্য পৰিৱেশন কৰোঁতে তাৰ চাৰিওফালে বাঁহৰ কিছুমান "জেং" গুজি লৈছিল। সেয়ে সময়ত ইয়াক "জেং বিহু" বুলি নামকৰণ কৰা হয়। ইয়াক গছ তলৰ বিহু বুলিও জনা যায়।

অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা ও হিয়া ভৰা ওলগ জনালোঁ
13/04/2024

অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা ও হিয়া ভৰা ওলগ জনালোঁ

আজি গৰু বিহু প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়।...
13/04/2024

আজি গৰু বিহু
প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে। এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়। দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়। গধূলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়।

আজি গৰু বিহু

প্ৰথম বিহুটিৰ নাম গৰু বিহু। এই দিনা গৰুৰ শিঙত তেল দি ধুৱাই-পখলাই লাও-বেঙেনা খুৱায় আৰু তাৰে মালাও পিন্ধায়। গাঁৱৰ আটাইবিলাক গৰু ওচৰৰ নদী , বিল বা আন তেনে ঠাইলৈ নি সকলোৱে গৰু ধুৱাই আৰু তলৰ গীতটো গাই

দীঘলতিৰ দীঘল পাত, গৰু কোবাওঁ জাত জাত।
মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু।
লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা।

সিদিনাই মানুহে মাহ, হালধি, আমৰ মল আৰু দৈৱজ্ঞই আগতে দি যোৱা সৰ্বৌষধিৰে গা ধোৱে। এইদৰে গা ধুলে অপায়-অমঙ্গল দূৰ হয় বুলি বিশ্বাস কৰা হয়। দুপৰীয়া নামঘৰত নাম-কীৰ্তন কৰা হয়। গধূলি গৰুক নতুন পঘা দিয়ে আৰু লাড়ু পিঠা খুৱায়।

02/04/2024

কৃষ্ণৰ এখন সুন্দৰ প্রৱেশ
loard Krishna ‎



#ভাওনাপ্ৰেমী

26/03/2024

গায়ন বায়নৰ আৰম্ভণি শ্লোক
শিশু সকলৰ দ্বাৰা



#ভাওনাপ্ৰেমী

26/03/2024

লক্ষ্মী নাৰায়ণ
বিষ্ণু: প্রিন্স কুমাৰ



26/03/2024

কি সুন্দৰ কণ্ঠ, নেগেৰা বাদন || nagara naam

21/03/2024

দক্ষ ৰাজৰ প্রৱেশ ‎


20/03/2024

সূত্রধাৰ নৃত্য || Sutradhari nritya || Assamese bhauna

#

19/03/2024

নাৰদৰ নতুন সুন্দৰ গীত বিদ্যুৎ মহন্তৰ কন্ঠত


16/03/2024

ভাওনাপ্রেমী এজন পাঁচ বছৰীয়া শিশু
নাম যুগান্তৰ বৰা
@ভাওনা_প্রেমী


15/03/2024

লক্ষ্মী নাৰায়ণ আৰু নাৰদৰ সুমধুৰ দৃশ্য
Laxmi Narayan and Narod


14/03/2024

সূত্র নৃত্য
Sutra nritya ‎


12/03/2024

ভাওনাৰ আৰম্ভণি গীত
Assame culture
vauna aroubhoni geet
premi

08/03/2024

নোহো জানা আমি চাৰি জাতি









#ভাওনা_প্রেমী

20/02/2024

দেৱাদিদেৱ মহাদেৱৰ প্ৰবেশ


#মহাদেৱ_শিৱৰ_প্ৰবেশ

18/02/2024

বিষ্ণুৰ প্রৱেশ ভাওনা প্ৰেমী



16/02/2024

মোহিনীৰ অমৃত বিতৰণ
কূৰ্ম অৱতাৰ



#কূৰ্ম_অৱতাৰ

15/02/2024

সমূদ্ৰ মন্থন
কূৰ্ম অৱতাৰ
Kurma avater


#সমূদ্ৰ_মন্থন
#কূৰ্ম_অৱতাৰ

24/01/2024

অযোধ্যা পতি আৰু মন্ত্রীৰ প্রৱেশ











#ভাওনা_প্ৰেমী

23/01/2024

গ্ৰহৰাজ শনি ৰ প্রৱেশ











#ভাওনা_প্ৰেমী

23/01/2024

প্রৱেশ কৰি আহে দেৱ পুৰন্দৰ











#ভাওনা_প্ৰেমী

22/01/2024

সভাৰ মাজে প্রৱেশ দেৱ দিগম্বৰ











#ভাওনা_প্ৰেমী

21/01/2024
20/01/2024

নাৰদৰ সুন্দৰ গীত












#ভাওনা_প্রেমী

19/01/2024

জয় বিজয়ৰ সুন্দৰ অভিনয়
শিশু ভাওনা












#ভাওনা_প্রেমী

19/01/2024

শিশু সকলৰ দুর্দান্ত অভিনয় || কশিপু হিৰণাক্ষ মহাকাল || Nrishingh Avater || Assamese vauna ‎


#হিৰণ্য_কশিপু
#হিৰণাক্ষ
#মহাকাল








#ভাওনা_প্রেমী

17/01/2024

নাৰদৰ সুন্দৰ গীত












#ভাওনা_প্রেমী

12/01/2024

বাঁহীৰ সুৰত ভাওনাৰ আৰম্ভণি গীত





12/01/2024

নৃসিংহ গোসাঁই আৱিৰ্ভাৱ
নৃসিংহ অৱতাৰ










Address

Golaghat

Alerts

Be the first to know and let us send you an email when ভাওনা প্ৰেমী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to ভাওনা প্ৰেমী:

Videos

Share

Category