এইয়া দেৰগাঁৱৰ চিকাৰীঘাটৰ বনভোজস্থলীৰ দৃশ্য। অসুৰক্ষিত ভাবে তিনি শিশুয়ে সাতুঁৰি গা ধুই আছে , কথা কলেও নুশুনে । মাক বাপেক হয়টো বনভোজক লৈ ব্যস্ত। কিবা কাৰণত যদি শিশু দুটা মৃত্য মুখত পৰিলহেঁতেন তেতিয়া কোনে দায়িত্ব ললেহেতেন। গতিকে ইয়াৰ ওপৰত দেৰগাঁৱৰ প্ৰশাসনে যাতে কিবা ব্যৱস্থা গ্ৰহণ কৰে । বনভোজ খাবলৈ গৈ আনন্দত আত্মহাৰা হৈ যাতে নিজৰ সন্তানৰ ওপৰত মনোযোগ হেৰাই নাযায় তাৰ বাবে ভিডিঅটো চেয়াৰ কৰি দিব ।
#Rangdhali
আধুনিক অসমীয়া ভাষা সাহিত্যৰ কাণ্ডাৰী, প্ৰথম অসমীয়া চনেট প্ৰণেতা, অসমীয়া জাতীয় জীৱনৰ নমস্য ব্যক্তি পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ জন্মদিনৰ দিনাই জন্মস্থানত বিশেষ উদ্যোগ গোলাঘাট জিলা ছাত্ৰসন্থাৰ
#khumtainews
#dergoannews
#Aasu
গোলাঘাট জিলাৰ বাতিপৰীয়াত দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ
#khumtainews
ঢেকীয়ালৰ আধলীচুকত হৃদয়বিদাৰক দৃশ্য। জীৱশ্ৰেষ্ঠৰ হাতত ধৰাশায়ী এটা বান্দৰ
#khumtainews
খুমটাইৰ এগৰাকী স্বামী হাৰা মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ। সাঁচতীয়া টকাৰে ৰাইজৰ বাবে মুকলি কৰিলে এটা হ'মষ্টে
#khumtainews
দেৰগাঁৱৰ গুলোংটেমেৰা গাঁও পঞ্চায়তৰ ২২ টাকৈ আত্মসহায়ক গোট আৰু কৃষক গোটক প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম্য যোজনা আঁচনিৰ অধীন ITDP ৰ দ্বাৰা পাৱাৰটিলাৰ আৰু পানী পাম্প আনুষ্ঠানিক ভাৱে বিতৰন কৰে কৃষি মন্ত্ৰী অতুল বৰাই।
#khumtainews
গোলাঘাট জিলাৰ খুমটাইৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত । যোৱা নিশা শাওঁতলী বিলপাৰত বন্যহস্তিয়ে ভাঙিলে বাসগৃহ,এজন লোক গুৰুত্বৰভাৱে আহত।
#khumtainews
দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে গোলাঘাট জিলাৰ চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ ৷
#khumtainews
✅️ সজাঁৰ মইনা কেতিয়াও বন্দী হৈ নাথাকে পাখী গজিলে উৰি যাবই, তাকে প্ৰমাণ কৰি দেখুৱালে দেৰগাঁৱৰ এগৰাকী বোৱাৰীয়ে
📌 বন্ধন গোটৰ পৰা 50 হাজাৰ টকা লৈ পলাল দেৰগাঁৱৰ এগৰাকী বোৱাৰী
#khumtainews
'ব্ৰহ্মপুত্ৰ সমন্বয় বিকাশ মঞ্চ' নামৰ এক সামাজিক অনুষ্ঠানৰ বিশেষ পদক্ষেপ...
#khumtainews
খুমটাইত বন্যহস্তীৰ সন্ত্ৰাস, নৱজিৎ বৰা নামৰ এজন লোকৰ বাসগৃহত হাতীয়ে ভাঙিলে ভঁৰাল আৰু পাকঘৰৰ বেৰ।
#khumtainews
#ElephantAttack #elephantattack2024
দেৰগাঁৱৰ নামনি ছ:গুৰি গাঁৱত পঃৰাগ উৎসৱৰ প্ৰস্তুতি। উৎসৱস্থলীৰ লাইখুঁটা স্থাপন,
গুমৰাগ ঐনিতমৰ সুৰত জীপাল ছ'গুৰি মুৰং উকুমৰ বাকৰি
#khumtainews
#dergoannews