গোগামুখৰ পাইন ভিউ স্কুলৰ শিশু দিৱসৰ মনোৰম কাৰ্যসূচী প্ৰাকৃতিক পৰিবেশৰ মাজত সম্পন্ন
প্ৰকৃতিৰ বিনন্দীয়াৰ পৰিবেশৰ তলত পাইন ভিউ একাডেমীৰ শিশু দিৱস পালন
সোৱণশিৰিৰ ২৩০ নং দৰ্গে প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ বাবে প্ৰস্তুতি তুংগত
@আমি মিচিং লোক সকল কিমান "একতা" (Unity )?
@আমি মিচিং লোক সকল কিমান "একতা" (Unity )?
@নে ৰাজনৈতিক মেৰপাকত ছিন্ন বিচ্ছিন্ন! ডাঙৰ ডাঙৰ জাতীয় কেবাং সমুহ নিমাত কিয় ?
@আলি আয়েঃ লৃগাঙৰ চৰকাৰী বন্ধ ঘোষণা, বনাম ডাঙৰ ডাঙৰ মিচিং জাতীয় কেবাং(Organization) সমুহ নিমাত, বনাম মিচিং জনজাতীয় সমাজৰ যন্ত্ৰণা।
কিমান ℅ মিচিং লোক চৰকাৰী চাকৰি কৰিলেে বন্ধ পাব আলি আয়ে: লৃগাংগত😃
#PMOOffice #NarendraModi #AmitShah #HimantaBiswaSarma
মিচিং জনজাতীয় উৎসৱ আলি-আয়ে-লৃগাংত চৰকাৰী বন্ধ ঘোষণা নকৰাকলৈ পুনৰ সৰৱ অসমীয়া যুৱ মঞ্চ।
আলি-আয়ে-লৃগাংত চৰকাৰী বন্ধ ঘোষণা নকৰিলে মিচিং লোক সকলক লৈ ভয়ংকৰ প্ৰতিবাদ কৰিবলৈ সাজু দিপাংকৰ নাথ।
আলি আয়েঃ লৃগাঙৰ চৰকাৰী বন্ধ বনাম স্থানীয় বন্ধ
হঠাৎ দহখন জিলালৈ আলি আয়েঃ লৃগাঙৰ বন্ধ বনাম স্থানীয় বন্ধ (Local Holiday) আৰু সমাগত লোকসভা নিৰ্বাচন??? সচাকৈ উপযুক্ত সন্মান সহকাৰে দিছেনে?
मिसिंग आदिवासी समुदाय के त्योहार अली-ऐ-लिगांग पर सरकारी अवकाश होना चाहिए, यह जनता की मांग है।
The Mising tribal community festival Ali-Aye-Ligang Should be a Goverment holiday, its public demand.
#PMOIndia #NarendraModi #AmitShah
#PMOOffice
Diwali dhamaka offers to All Hero bikes and scooters at Orissa motors Hero, jonai.
আধুনিক ধান কটা যন্ত্ৰ কম্বাইন হাৰভেষ্টাৰ এইবাৰ দাৱনীৰ ৰূপত।ঘন্টাত চাৰি বিঘা পৰ্যন্ত ধান চপাব পৰাৰ লগতে পৰিষ্কাৰো কৰিব পাৰে এই অত্যাধুনিক কমভাইন হাৰভেষ্টাৰ যন্ত্ৰটোৱে।
এহাল দম্পত্তিৰ উদ্যোগত ২০ বিঘা ভূমিত গঢ়ি তুলিছে ১০ হাজাৰো অধিক ভিন্ন প্ৰজাতিৰ বৃক্ষ। অৰণ্য মানৱ যাদৱ পায়েঙৰ আদৰ্শৰে অনুপ্ৰাণিত পতি পত্নীয়ে গঢ়ি তুলিছে এখন বিশাল অৰণ্য।
ঢকুৱাখনা আবকাৰী আৰু সোণাৰি চাপৰি আৰক্ষীৰ সহযোগত অবৈধ চুলাই উচ্ছেদ ।
আগম মিগাং টাবুৰাম টাইডৰ আবক্ষ মূৰ্ত্তি উন্মোচন ।
যোৱা 26-10-2023ৰ পৰা Thomas Tanyoৰ পত্নী সন্ধানহীন হৈ আছে। গতিকে কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে জনাবলৈ হাতজোৰ থমাচ টানয়ৰ।নিজৰ পত্নীক যতে নাথাকক কিয়, সোনকালে দুই পুত্ৰৰৰ কাষলৈ ঘুৰি আহিবলৈ অনুৰোধ কৰিছে।
New sensational singer Anushka Tarangini
ঢকুৱাখনাত আগম কেবাঙৰ ৩৯ সংখ্যক মিচিং ভাষা দিৱস উদযাপন।
ঢকুৱাখনাত আগম কেবাঙৰ ৩৯ সংখ্যক মিচিং ভাষা দিৱস উদযাপন। অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ ৩৯ সংখ্যক মিচিং ভাষা দিৱসটি আগম কেবাঙৰ উদ্যোগত ৩০ অক্টোবৰ সোমবাৰে উদযাপন কৰা হয়।
মিচিং সাহিত্য সভাৰ ৩৯ সংখ্যক স্বীকৃতি দিৱস অনুষ্ঠান মিৰি জীয়ৰী মহাবিদ্যালয়ত সম্পন্ন।
জংকি পানৈৰ দেশ ঘুনাসূতিত মিচিং সাহিত্য সভাৰ ৩৯ সংখ্যক স্বীকৃতি দিৱস অনুষ্ঠান মিৰি জীয়ৰী মহাবিদ্যালয়ত সম্পন্ন।
গোগামুখৰ ২নং কচুতলি গাঁৱত ৪০ সংখ্যক শ্ৰীশ্ৰী লক্ষী পূজা উদযাপন ।
গোগামুখৰ ২নং কচুতলি গাঁৱত ৪০ সংখ্যক শ্ৰীশ্ৰী লক্ষী পূজা উদযাপন ।এই সন্দৰ্ভত প্ৰসেনজিত চায়েঙীয়াৰ এটি প্ৰতিবেদন।
ছয়গাঁৱৰ দুয়োকাষৰ গছসমূহ জীয়াই ৰখাৰ আহ্বান বিশিষ্ট অভিনেতা আদিল হুইছেনৰ।
#AdilHussain
#CMOASSAM
#HimantaBiswaSarma
জৰাজীৰ্ণ বাহৰ দলং ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৫ গৰাকী কণ কণ শিক্ষাৰ্থী । বাহৰ দলং ভাঙি পৰাত মুঠ ২০ গৰাকী ছাত্ৰ ছাত্ৰী আহত হয় যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৫ গৰাকী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
মিচিং লুতাদৰ বাতৰিৰ প্ৰভাৱ, নিৰুদ্দেশ ব্যক্তিজন অৱশেষত সন্ধান ওলাল
মিচিং লুতাদৰ বাতৰিৰ প্ৰভাৱ, নিৰুদ্দেশ ব্যক্তিজন অৱশেষত সন্ধান ওলাল। মিচিং লুতাদৰ ধাৰাবাহিক সম্প্ৰচাৰ হোৱাৰ পিছত তিনি পুত্ৰৰ পিতৃ কৃষ্ণকান্ত পেগুক নাগালেণ্ডৰ ভিতৰুৱা গাঁৱত বিচাৰি পাবলৈ সক্ষম হয়। আমাৰ মিচিং লুতাদৰ জৰিয়তে মাতমৰা বাঞ্জি চাপৰি গাঁৱৰ ব্যক্তি গৰাকী কাষতে পায় পৰিয়াল বৰ্গ আনন্দত আত্মহাৰা হয়।
ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ২ লাখ টকাৰ প্ৰাইজমানি বৰশীত মাছ ধৰা প্ৰতিযোগিতা।
ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে ২ লাখ টকাৰ প্ৰাইজমানি বৰশীত মাছ ধৰা প্ৰতিযোগিতা। ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতা খনি।
ইচ্ছুক সকলে যোগাযোগ কৰক 9365206143 ,6001696590,8638207723
ঢকুৱাখনাত মিচিং অলিম্পিকৰ বাবে খেলুৱৈ বাচনি প্ৰক্ৰিয়া সম্পন্ন।
ঢকুৱাখনাত প্ৰথমবাৰৰ বাবে আৰম্ভ মিচিং অলিম্পিকৰ বাবে বাচনি প্ৰক্ৰিয়া।
আজি মহাসপ্তমী, গোগামুখটো উলহ মালহেৰে উদযাপন।
গোগামুখৰ পৰা পোনপটীয়া প্ৰচাৰ।
#durgapuja23 #Gogqmukh #mahahaptomi
আৰক্ষীৰ ওপৰত আস্থা নাই কেকুঁৰি কঠালগুৰি গঞাৰ।
ড্ৰাগছ ব্যৱসায়ীয়ে জামিন লৈ মুকলি আকাশৰ তললৈ অহাত আৰক্ষীৰ ভুমিকাত ক্ষুন্ন হৈ আইনৰ কোন কোন ধাৰাত নিশিদ্ধ ড্ৰাগছ ব্যৱসায়ীয়ে দুদিনতে জামিন পাই বুলিও প্ৰশ্ন কৰিছে গাওঁবাসীয়ে ৷আৰক্ষীৰ ভুমিকাত ক্ষুন্ন গাঁওবাসীয়ে গাঁও উন্নয়ন সমিতি আৰু যুৱ সংঘৰ সহযোগত এটা সজাতি দলে ১৯ অক্টোবৰৰ নিশা সোণাৰি চাপৰি আৰক্ষী চকীত উপস্থিত হৈ ড্ৰাগছ ব্যৱসায়ীৰ জামিনক লৈ প্ৰশ্ন তুলি কৈফিয়ৎ তলব কৰে আৰক্ষীক ৷
অতি দুখীয়া ঘৰৰ বিবাহিত যুৱক চুচেন পাতৃৰ কিডনী ৰোগত আক্ৰান্ত।
গোগামুখ পমুৱা মিচিং গাঁৱৰ অতি দুখীয়া ঘৰৰ বিবাহিত যুৱক চুচেন পাতৃৰ কিডনী ৰোগত আক্ৰান্ত।নিজৰ ঘৰ ভেটি বিক্ৰী কৰি চিকিৎসা কৰিও সুফল পোৱা নাই চুচেন পাতৃৰে।সদাশয় ৰাইজৰ পৰা সহায় বিচাৰি পত্নীৰ কাতৰ অনুৰোধ চুচেন পাতৃৰৰ পত্নী পমিলা পাতৃৰৰ।A/C No 35878292074,IFSC code SBIN0016934,Bank- SBI,Branch-Gogamukh, Account holder-Kabita patir,Gpay-8472061724
অসমৰ বিভিন্ন প্ৰান্তত চাঙে চাঙে কংগ্ৰেছৰ জন সমাবেশ।
লখিমপুৰ জিলাৰ বগীনদী-ভীমপৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভূৰবন্ধা মিচিং গাঁৱৰ অন্দং টাইদ আৰু দুম্ভিৰী টাইদৰ সন্তান ৰাজকুমাৰ টাইদ(তাতৃগ টাইদ)এসপ্তাহ ধৰি নিৰুদেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনা অনুসৰি অৰুণাচলৰ জিৰ আপলিত শ্ৰমিক হিচাপে ৰাজকুমাৰ টাইদ নামৰ বিবাহিত যুৱকজন প্ৰায় আঠ মাহ ধৰি কৰ্মৰত হৈ আছিল।পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰায় এসপ্তাহ পূৰ্বে ঘৰলৈ উভতি অহাৰ মূহুৰ্তত নিৰুদেশ হোৱাৰ ঘটনা সংঘটিত ।ৰাজকুমাৰ টাইদক বিচাৰি পৰিয়ালৰ মাজত সৃষ্টি হৈছে হাহাকাৰ।
এইবাৰ ৰিবি গাচেঙক লৈ নহয় দুযোৰ #চেণ্ডেলক লৈ বিতৰ্ক
#ৰিবি গাচেঙৰ বিতৰ্ক চলি থকাৰ মাজতে চেণ্ডেল পিন্ধি চাংঘৰত প্ৰবেশ কৰাক লৈ এইবাৰ বিতৰ্কত নাম সাঙুৰ খালে শিক্ষা মন্ত্ৰী ৰনোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা,
তাকে লৈ গোগামুখত উপস্থিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যৰ। কংগ্ৰেছৰ চাঙে চাঙে কাৰ্যসূচী চলি থকাৰ মাজতে ৰিবি গাচেং বিতৰ্কত নাম সাঙুৰ খাইছিল এপিচিচিৰ সভাপতি ভূপেন বৰা।
কেকুৰী পমুৱাত TMPK ৰ দাংধৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।
মিচিংৰ স্বাভিমান ৰিবি গাচেঙক লৈ POLITICS
মিচিংৰ স্বাভিমান #ৰিবি গাচেঙক লৈ POLITICS.