মণিপুৰলৈ তাৎক্ষণিক বদলি SP আনন্দ মিশ্ৰক!
মণিপুৰলৈ তাৎক্ষণিক বদলি SP আনন্দ মিশ্ৰক! অসম-মণিপুৰৰ শেহতীয়া পৰিস্থিতি নিয়ন্ত্ৰণ ভাৰ দিয়া হৈছে IPS বিষয়াগৰাকীক।
ৰেডিঅ'ৰ টিউনিং মিলিলেই গেৰুৱা হ'ব একাংশ আছু নেতা।
ৰেডিঅ'ৰ টিউনিং মিলিলেই গেৰুৱা হ'ব একাংশ আছু নেতা।
গুলীচালনাত নিহত এজন যুৱক
অসম-মণিপুৰৰ কাছাৰ সীমান্তত ভয়ংকৰ ঘটনা। গুলীচালনাত নিহত এজন যুৱক। কাছাৰৰ জিৰিঘাটত উত্তেজনাময় পৰিস্থিতি।
গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰীমিয়াৰ ফুটবল লীগত অভূতপূৰ্ব পৰিৱেশ
গুৱাহাটী ক্ৰীড়া সন্থাৰ প্ৰীমিয়াৰ ফুটবল লীগত অভূতপূৰ্ব পৰিৱেশ, জজ খেলপথাৰৰ গোট খাইছে ফুটবলপ্ৰেমী, প্ৰাক্তন ফুটবলাৰৰ আশা– গুৱাহাটীত আৰম্ভ হ’ব ফুটবল জ্বৰ
পুত্ৰৰ কথা মনত পেলাই কেমেৰাৰ সন্মুখতে কান্দি উঠিল ছেম ষ্টেফৰ্দৰ মাতৃ
পুত্ৰৰ কথা মনত পেলাই কেমেৰাৰ সন্মুখতে কান্দি উঠিল ছেম ষ্টেফৰ্দৰ মাতৃ
ছাংগানেৰ সমষ্টিৰ বিধায়ক ভজন লাল শৰ্মা ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী
#reel #reelfb #rajasthanelection2023 #BJPGovernment #BhajanlalSharma #dy365
‘এই চৰকাৰ আমাক নালাগে।’
‘এই চৰকাৰ আমাক নালাগে।’ কলগাছিয়াৰ সাধাৰণ জনতাৰ হুংকাৰ।
#janatakibaat #DY365
ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিলে ভৰিব লাগিব জৰিমনা
এতিয়াৰে পৰা প্ৰতিবাদ কৰিলে ভৰিব লাগিব ২০ হাজাৰ টকা জৰিমনা। ছাত্ৰ-ছাত্ৰীৰ বাবে জাৰি কৰা হৈছে কেতবোৰ কঠোৰ নিৰ্দেশনা।
প্ৰকাশ পালে হাজাৰ হাজাৰ চৰকাৰি চাকৰিৰ আৱেদন
দশম, দ্বাদশ উত্তীৰ্ণ সকলে লাভ কৰিব চাকৰি। প্ৰকাশ পালে হাজাৰ হাজাৰ পদৰ বাবে আৱেদন। নিবনুৱাৰ বাবে আহিল ভাল খবৰ।
মহানগৰীত মোবাইল কোম্পানী VIVOৰ বিশেষ অনুষ্ঠান
- মহানগৰীত মোবাইল কোম্পানী VIVOৰ বিশেষ অনুষ্ঠান
- প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন ‘Thnxgiven’ শীৰ্ষক অনুষ্ঠান
- আজিৰে পৰা আৰম্ভ এই ‘Thnxgiven’ শীৰ্ষক অনুষ্ঠান
- সমগ্ৰ ডিচেম্বৰ মাহ ধৰি চলিব এই অনুষ্ঠান
- পামহিৰ অক্ষৰ ফ’ৰামত বৃক্ষৰোপণেৰে অনুষ্ঠানৰ শুভাৰম্ভ
- বিদ্যালয়খনত VIVO কোম্পানীয়ে ৰোপণ কৰিলে ৫০ জোপা গছ
- গছসমূহৰ প্ৰতিপালনৰ দায়িত্ব প্ৰদান বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক
- গুৱাহাটীৰ লগতে উত্তৰ-পূ্ৰ্বৰ বহু ৰাজ্যত অনুষ্ঠিত হ’ব এই অনুষ্ঠান
আমি আপোনাক কেতিয়াও নেৰো...
আমি আপোনাক কেতিয়াও নেৰো... শিৱৰাজ সিং চৌহানক সাৱটি ধৰি এইদৰে কান্দি উঠিছে দুই মহিলা সমৰ্থক। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়েও মূৰত হাত বুলাই মহিলা দুগৰাকীক দিলে সান্তনা।
আজিৰ সংলাপত জনপ্ৰিয় কন্ঠশিল্পী আইলিতা কাশ্যপ
আজিৰ সংলাপত জনপ্ৰিয় কন্ঠশিল্পী আইলিতা কাশ্যপ
#sanglap #DY365
সাংবাদিক প্ৰয়াত কল্যাণ বৰুৱাৰ স্মৃতিত প্রথমবাৰৰ বাবে প্ৰদান কৰা হয় কল্যাণ বৰুৱা বঁটা , ২০২৩
নতুন দিল্লীত সাংবাদিক প্ৰয়াত কল্যাণ বৰুৱাৰ স্মৃতিত প্রথমবাৰৰ বাবে প্ৰদান কৰা হয় কল্যাণ বৰুৱা বঁটা , ২০২৩। বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। MY HOME INDIA আৰু North East Media Forum য়ে যুটীয়াভাৱে অনুষ্ঠিত কৰে এই বঁটা প্ৰদান অনুষ্ঠান। কল্যাণ বৰুৱা বঁটা প্ৰাপকসকল ক্ৰমে অৰুণাচল প্ৰদেশৰ ৰঞ্জু দ'ডাম, অসমৰ পাৰ্থজ্যোতি বৰুৱা, গীতিকা তালুকদাৰ, ছিকিমৰ বিনোদ তামাং, দিল্লীৰ দীপক দেৱান।
এইবাৰ নেতা নিৰ্বাচন কৰিবলৈ কিদৰে সাজু হৈছে ৰাইজ?
আগন্তুক লোকসভা নিৰ্বাচন। এইবাৰ নেতা নিৰ্বাচন কৰিবলৈ কিদৰে সাজু হৈছে ৰাইজ?
প্ৰাক্তন আছু নেতা দীপাংক কুমাৰ নাথৰ বিজেপিত যোগদানৰ সম্ভাৱনা।
প্ৰাক্তন আছু নেতা দীপাংক কুমাৰ নাথৰ বিজেপিত যোগদানৰ সম্ভাৱনা। কাইলৈ বিজেপিত বৃহৎ যোগদান কাৰ্যসূচী
Coming Soon ‘ভাকুটকুট’
Coming Soon DY365 ‘ভাকুটকুট’
#ভাকুটকুট #DY365
ৰঙিয়া তিনিআলি ৰে'ল ক্ৰছিঙত হাহাকাৰ
ফ্লাই অ'ভাৰৰ জৰীপ চলোৱাৰ পাচতো ৰহস্যজনক কাৰণত আজিলৈ নিৰ্মাণ নহ'ল ফ্লাই অ'ভাৰ । ৰঙিয়া তিনিআলি ৰে'ল ক্ৰছিঙত হাহাকাৰ । দীৰ্ঘ সময় ধৰি আবদ্ধ ৰাজনৈতিক নেতাৰ কনভয়ৰ লগতে প্ৰসূতি কঢ়িয়াই নিয়া এম্বুলেঞ্চ ।।
CIBIL SCORE বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ।
CIBIL SCORE বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা।
দিনক দিনে বৃদ্ধি পাইছে ক্ৰিকেটাৰ মহম্মদ ছামিৰ জনপ্ৰিয়তা!
দিনক দিনে বৃদ্ধি পাইছে ক্ৰিকেটাৰ মহম্মদ ছামিৰ জনপ্ৰিয়তা! প্ৰশাসনে বৃদ্ধি কৰিছে ছামিৰ নিৰাপত্তা। ছামিৰ ফাৰ্ম হাউছত অনুৰাগীৰ লানি নিছিগা ভিৰ।
জম্মু–কাশ্মীৰৰ অশান্ত পৰিস্থিতি বাবে নেহৰুক দোষাৰোপ অমিত শ্বাহৰ।
কাশ্মীৰৰ যুৱকৰ হাতত শিলগুটিৰ পৰিৱৰ্তে বিজেপি চৰকাৰে তুলি দিছে লেপটপ, সন্ত্ৰাসবাদীৰ সত্কাৰত হাজাৰ হাজাৰ লোক সমৱেত হোৱা দিন এতিয়া নাই’। জম্মু–কাশ্মীৰৰ অশান্ত পৰিস্থিতি বাবে নেহৰুক দোষাৰোপ অমিত শ্বাহৰ।
বিপাঙত পৰা মন্ত্ৰীয়ে গালে মদাহীক লৈ কবিতা
মদ খালেও বিপদ, নাখালেও বিপদ। মদক লৈ সঁচাকৈ বিপদ মন্ত্ৰী পৰিমলৰ। মদ নাখালে ৰাজহ নাপায় আবকাৰী বিভাগে। ‘খালে খাওক, কিন্তু ষ্টিয়েৰিঙত নধৰিব’। বিপাঙত পৰা মন্ত্ৰীয়ে গালে মদাহীক লৈ কবিতা।
পুনৰ খহিল ভৰলুৰ গাৰ্ডৱাল
- মহানগৰীৰ অনিল নগৰত আতংক
- পুনৰ খহিল ভৰলুৰ গাৰ্ডৱাল
- উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল
- বাঁহ পুতি ভৰলুৰ খহনীয়া ৰোধৰ চেষ্টা ঠাইখিনিত
দেশত পুনৰ ক’ভিড সংক্ৰমণ।
দেশত পুনৰ ক’ভিড সংক্ৰমণ। এদিনতে ১৬৬জন লোক আক্ৰান্ত হৈছে ক’ভিডত।নতুনকৈ সংক্ৰমিত ক’ভিডক লৈ উদ্বিগ্ন স্বাস্থ্য মন্ত্ৰালয়।
গুৰুজনাৰ সৃষ্টিৰাজি শিকোৱাৰ এক অনন্য প্ৰয়াস
গুৰুজনাৰ সৃষ্টিৰাজি শিকোৱাৰ এক অনন্য প্ৰয়াস। খুমটাইৰ চিনাতলীগাঁৱত শিশু, কিশোৰহঁত ব্যস্ত কৃষ্টি-সংস্কৃতিৰ প্ৰশিক্ষণত। সকলোৰে মুখত মহাপুৰুষজনাৰ নাম। দেখিলেই ভাল লাগি যোৱা এক দৃশ্য।
আধাৰক লৈ জৰুৰী নিৰ্দেশনা।
আধাৰক লৈ জৰুৰী নিৰ্দেশনা। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত কৰিব লাগিব এই কাম।
ড০ ভূপেন হাজৰিকাৰ ভাতৃ প্ৰবীণ হাজৰিকাৰ অন্তিমটো লেখনিত আৱেগভৰা কথা
ড০ ভূপেন হাজৰিকাৰ ভাতৃ প্ৰবীণ হাজৰিকাৰ দেহাৱসান। আজীৱন বিভিন্ন দেশত শিক্ষকতা কৰিছিল প্ৰবীণ হাজৰিকাই। স্থায়ীভাৱে থাকিবলৈ লৈছিল ইংলেণ্ডত। শেহতীয়াকৈ কবি কুশল দত্তৰ জৰিয়তে পঠাইছিল অসমলৈ বাৰ্তা।
মছজিদ ভঙাৰ দৃশ্য দেখি কান্দি উঠিল উচ্ছেদিত।
অৱশেষত ঐতিহাসিক মছজিদত চলিল বুলড'জাৰ, মছজিদ ভঙাৰ দৃশ্য দেখি কান্দি উঠিল উচ্ছেদিত। এতিয়া মুকলি আকাশৰ তলতে নামাজ পঢ়িব নিৰুপায় জনতাই।
আনুষ্ঠানিকভাৱে ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰদান সৌৰভ গাংগুলীক
আনুষ্ঠানিকভাৱে ত্ৰিপুৰা পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাদৰ প্ৰদান ভাৰতৰ ক্ৰিকেট দলৰ প্ৰশিক্ষক সৌৰভ গাংগুলীক
মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰূপে ড০ মোহন যাদৱক প্ৰক্ষেপ কৰি অন্য এক চমক দিলে বিজেপিয়ে
মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰূপে ড০ মোহন যাদৱক প্ৰক্ষেপ কৰি অন্য এক চমক দিলে বিজেপিয়ে। মধ্যপ্ৰদেশত প্ৰথমগৰাকী যাদৱ সম্প্ৰদায়ৰ মুখ্যমন্ত্ৰী হিচাপে চৰ্চিত মোহন যাদৱৰ বিজেপিত প্ৰথম পৰিচয় আছিল এজন সাধাৰণ দলীয় কৰ্মীৰ। যেতিয়া ১৯৮৪চনত দেশত বিজেপিৰ বিশেষ সংগঠন আৰম্ভ হোৱাই নাছিল, তেতিয়াই দলৰ সাধাৰণ সৈনিক হিচাপে যোগদান কৰি আজি আপোনাৰ সন্মুখত মুখ্যমন্ত্ৰী মোহন যাদৱ।