⭕ আসামেৰ ছেলে মানে কলকাতাৰে ছেলে
⭕ "পদুম ফুল বৰ সন্মানৰ..." লুৰীণজ্যোতি
⭕ বিচাৰক এনেকুৱাই হ'ব লাগে।
সুযোগ্য পুত্ৰৰ কণ্ঠত পিতৃৰ গীত
#kishorekumar
#kishorekumarsongs
"অসমীয়া চোৰ" এবাৰ শুনি চাব দেই।
ভাৰতৰ প্ৰথমটো এলিভেটেদ TaxiWay
At Delhi Airport
⭕অ'ৰেঞ্জ কেপ পিন্ধি মাক মিঠু বৰুৱাৰ স'তে ৰিয়ান
⭕ গুৱাহাটী বিমানবন্দৰৰ ছাদ খহিল বৰষুণত।
⭕মুকলি হ’ল গুৱাহাটীৰ বশিষ্ঠ উৰণ সেতু
⭕মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে উৰণ সেতুখন
⭕ছয়লেনযুক্ত গুৱাহাটী বাইপাছৰ অংশ হ’ব সেতুখন
⭕উৰণ সেতুখন নিৰ্মাণৰ মুঠ প্ৰকল্প ব্যয় ৪৭ কোটি টকা
⭕"কা" (CAA) আইন সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, শিৱসাগৰত।
৮৪০ নিযুক্তি পত্ৰ বিতৰণ অনুস্থানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ।
Himanta Biswa Sarma
The hilarious conversation between #RamKapoor and his dog #Popeye. 😂
#doglove #doglovers #animallover
কৰ্কট ৰোগ চিকিৎসাৰ বাবে অসম সম্প্ৰতি সকলোৰে বাবে আস্থাৰ স্থল হিচাপে পৰিগণিত হৈছে। বিগত দুটা বছৰত অসমত নিৰ্মিত কৰ্কট প্ৰতিষ্ঠান সমূহত প্ৰায় ২ লাখ কৰ্কট ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, স্বাস্থ্য খণ্ডত তথা কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত নৱ-সংযোজন ঘটাই উত্তৰ-পূৰ্বাঞ্চল বাসীৰ বাবে অত্যাধুনিক চিকিৎসাজনিত, ৰবটিক অস্ত্ৰোপচাৰ আদিকে ধৰি সৰ্ব- সুবিধাসম্পন্ন 'ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান" আজি ৰাইজলৈ উছৰ্গা কৰিব মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
All About our Flagship Event Brahmaputra Music Festival 1.0
ভোগৰ ভোগালী...
#maghbihu #Bhogali #assamese #assam #assamreels
অসমৰ জাতীয় সংগীতক অপমান কৰাৰ সাহস ক'ত পালে এওঁলোকে?
চিক্কিমৰ চুংথাঙত জলপ্ৰলয়, (৪ অক্টোবৰ, ২০২৩)
CHUNGTHANG,NORTH SIKKIM (04 OCT 2023)
#sikkimtour #sikkimtourism #Sikkim #sikkimcloud #prayforsikkim